এৰ’স্পেচ ইঞ্জিনিয়াৰিং (Aerospace Engineering)
ড° বুলজিৎ বুঢ়াগোহাঁই এৰ’স্পেচ ইঞ্জিনিয়াৰিং হৈছে এটা আকৰ্ষণীয় আৰু গতিশীল ক্ষেত্ৰ, য’ত বিমান, মহাকাশযান, উপগ্ৰহ, ক্ষেপণাস্ত্ৰ আৰু সংশ্লিষ্ট ব্যৱস্থাসমূহৰ ডিজাইন, উন্নয়ন, পৰীক্ষা আৰু ৰক্ষণাবেক্ষণৰ কাম অন্তৰ্ভুক্ত হৈ থাকে৷ এই শাখাই যান্ত্ৰিক, ইলেক্ট্ৰ’নিক্স, কম্পিউটাৰ আৰু সামগ্ৰীৰ অভিযান্ত্ৰিকৰ আধুনিক প্ৰযুক্তিসমূহ একত্ৰিত…