স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৫
(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী পৰিচালক প্ৰফুল্ল শইকীয়াৰ বাবে নিজে লিখা কাহিনীৰ আধাৰত চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল নিৰোদ চৌধুৰীয়ে৷ চিনেমাখনৰ নাম আছিল ‘পানী’৷ মুক্তিৰ তাৰিখ ১৯৯৫ চনৰ ৬ জানুৱাৰি৷ ‘পানী’ত অভিনয় কৰা সুলেখিকা জীমনি চৌধুৰীৰ পৰা জানিছিলোঁ…