ড° লক্ষ্মীনন্দন বৰা : সশ্ৰদ্ধ স্মৰণ
ড° অৰবিন্দ ৰাজখোৱা ৰামধেনু যুগৰ যিকেইগৰাকী সাহিত্যিকে সাহিত্য জগতত একবিংশ শতিকা পৰ্যন্ত নিজৰ স্থিতি সবল কৰি ৰাখিলে তেওঁলোকৰ ভিতৰত ড° লক্ষ্মীনন্দন বৰা অন্যতম৷ মৃত্যুৰ সময়লৈকে গল্প আৰু উপন্যাসৰ জগতত সৃষ্টিশীল হৈ থকাই নহয়, তেওঁ ‘গৰীয়সী’-ৰ দৰে ঐতিহ্যপূৰ্ণ সাহিত্য আলোচনীও সম্পাদনা কৰি গ’ল৷…