প্ৰকৃতিৰ ৰোষ বনাম মানুহৰ দোষ
ক’ৰ’নাভাইৰাছৰ ব্যাপক সংক্ৰমণৰ ফলত যোৱা কমেও দুটা বছৰে পৃথিৱীবাসীয়ে অনেক দুৰ্ভোগ ভুঞ্জিবলগীয়াত পৰিছে৷ বিভিন্ন দেশৰ চৰকাৰ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে অনুষ্ঠানে মানুহৰ জীৱন সুৰক্ষিত কৰিবৰ উদ্দেশ্যে বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছে৷ বিশেষকৈ দৈনন্দিন জীৱনত পালন কৰিবলগীয়া সজাগতামূলক কাম-কাজখিনিৰ বিষয়ে প্ৰচাৰ…