Tag সংস্কৃতি

বেংক প্ৰবেশ্যনেৰি অফিচাৰ (Bank Probationary Officer)

 ড° বুলজিৎ বুঢ়াগোহাঁই    বেংক প্ৰবেশ্যনেৰি অফিচাৰ পদত নিযুক্তিৰ বাবে Institute of Banking Personnel Selection ()-য়ে সমূহীয়া অন্‌লাইন পৰীক্ষা (common online examination) অনুষ্ঠিত কৰে। অন্‌লাইন পৰীক্ষা দুটা পৰ্যায়ত হয়। এটাক প্রাৰম্ভিক পৰীক্ষা (Preliminary Examination) আৰু আনটোক মূল পৰীক্ষা (Main Examination) বুলি কোৱা হয়। প্রাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে…

শিশুৰ ক’ৰ’না আৰু সুৰক্ষা

 ডাঃ নৰেন কুটুম     ইতিহাসে আমাক বাৰম্বাৰ শিক্ষা দি আহিছে যে আদিম অৱস্থাৰ পৰাই মানৱ জাতিয়ে বিভিন্ন ৰোগৰ বিৰুদ্ধে অবিৰতভাৱে সংগ্ৰাম কৰি আহিছে আৰু এই সংগ্ৰাম আজিৰ উন্নত চিকিৎসা বিজ্ঞানৰ যুগতো অব্যাহত আছে৷ প্ৰকৃতিৰ বুকুত উৎপন্ন হোৱা ক্ষুদ্ৰ-ক্ষুদ্ৰ বীজাণুবোৰেই হ’ল…

তোমাকেই যি ক’লো

 দ্বীপৰাজ আশাকৰোঁ কাকো নোকোৱাঁ ক’লোঁ যে তোমাক তোমাকেই ক’লোঁ…   কথাবোৰ ঢৌ কোবাই বিয়লি যায় ঠিক গছৰ পৰা শিপা ওলমি পৰা দৰে শিপাবোৰে শিপা বগাই বগাই মুখে মুখে চুই যায়   তুমি মোক কৈছিলা বুলিলা মই আক’ তোমালোকক কলোঁ তোমালোকে…

পৰোপকাৰী টিটি

 নৱনীতা ভট্টাচাৰ্য্য টিটিৰ তুলনা তাৰ প্ৰজাতিৰ আন কাৰোৰে লগত নহয়। সঁচাকৈয়ে সি বিশেষ। তাৰ কথা কৈ কৈ শেষ কৰিব নোৱাৰি। তোমালোকে টিটিৰ প্ৰধান চখ কি জানাই। ভ্ৰমণ ভ্ৰমণ আৰু ভ্ৰমণ। ইয়াতকৈ ডাঙৰ কথাটো হ’ল সি অতি সহজতে আনক আপোন কৰি…

কুনকুনিৰ বিজয় অভিযান

 বিদ্যুৎ বিকাশ শৰ্মা “আস, বিষাইছে। বিষত আজি মৰিয়েই যাম কিজানি।” “নাই মোৰ মাজনী, অলপ ধৈৰ্য ধৰাঁ। ভাল পাই যাবা। অলপ সহ্য কৰিবই লাগিব।” “ইমান বিষাইছে, কেনেকৈ সহ্য কৰোঁ মা?” “কিন্তু সহ্য কৰাৰ বাহিৰে এই সময়ত আৰু বেলেগ উপায় যে নাই…

মৃগমায়া

 অংগনা ভট্টাচাৰ্য্য   চকলা-চকলকৈ কাটি থোৱা জলফাইখিনি আগফালৰ চোতালৰ চৌফলীয়া ঠাইখিনিত ৰ’দাবলৈ দি বেঁকাকৈ কাষৰ ভাৰাতীয়া কোঠাকেইটালৈ চালে ৰ’দালিয়ে৷  “শুই উঠাই নাই নেকি বাৰু?” নিজকে প্ৰশ্ন কৰে ৰ’দালিয়ে৷ আৰু এবাৰ নিৰ্দিষ্ট কোঠাটোলৈ চাই ঘৰলৈ সোমাই আহে তাই৷ বাহিৰৰ ৰ’দৰ আভা…

সম্পাদকীয়

সাম্প্ৰতিক মহামাৰীত আমি কি কি হেৰুৱাইছোঁ   এদিন দুদিনকৈ প্ৰায় দেৰ বছৰ পাৰ হ’ল কিন্তু ক’ৰ’নাভাইৰাছজনিত মহামাৰীৰ আতঙ্ক আজিকোপতি মাৰ নগ’ল৷ আইছ’লেশ্যন, ছ’চিয়েল ডিষ্টেঞ্চিং, হেণ্ড ছেনিটাইজাৰ, মাস্ক্, লক্‌ডাউন্‌, আনলক্‌ আদিকৈ নানান শব্দৰ বহুল ব্যৱহাৰে জগতখনকে যেন এইখিনি সময়ত সলনি কৰি…

এখন খিৰিকী, এটুকুৰা আকাশ

ৰঞ্জু শৰ্মা   আগলি কলাপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে। আগলি কলাপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে। … শৈশৱতে আইতাকে যে সাধুকথাৰ মাজে মাজে সুৰ লগাই গাই শুনাইছিল, তাই যে বাৰে বাৰে একেটা সাধুকে শুনাবলে…

গ্ল’বেল ৱাৰ্মিং

মূল : মিথিলেশ ভট্টাচাৰ্য (বাংলা)  অসমীয়া অনুবাদ : ড০ কুমুদ ঘোষ (মিথিলেশ ভট্টাচাৰ্যৰ জন্ম অবিভক্ত ভাৰতৰ শ্ৰীহট্ট জিলাৰ দক্ষিণ বীনোষণা গাঁৱত ১৯৪৬ চনৰ ২৩ ফেব্ৰুৱাৰিত৷ ষাঠিৰ দশকৰ শেষৰ ফালে শ্যামলেন্দু চক্ৰৱৰ্তী সম্পাদিত ‘অনীশ’ পত্ৰিকাত গল্প লেখক হিচাপে আত্মপ্ৰকাশ৷ শিলচৰৰ পৰা প্ৰকাশিত সাহিত্য আলোচনী ‘শতক্ৰতু’-ৰ অন্যতম সম্পাদক৷ …

জ্যোতিষসন্মত আৰু বিজ্ঞানসন্মত

 অভিজিত শৰ্মা বৰুৱা  কোনো লোকৰ জন্মৰ সময়ত গ্ৰহ-নক্ষত্ৰৰ অৱস্থান কি আছিল, সেই অৱস্থানৰ বাবে জাতকৰ জীৱনত কি কি ঘটিব, জন্মপত্ৰিকা প্ৰস্তুত কৰি সেয়া আগতেই কৈ দিয়াটো নিতান্তই এক চমকপ্ৰদ কাম আৰু এনেবোৰ কাম কৰাৰ বাবেই জ্যোতিষে সাধাৰণ মানুহৰ মাজত জনপ্ৰিয়তা…