Tag সংস্কৃতি

এলেং

 জয়ন্ত দত্ত                                                   দৈনিক কাকতখনৰ চুকৰ বগা–ক’লা ফটোখনত চকু পৰাৰ লগে লগেই ওফন্দি আহিলে মোৰ সোঁৱৰণিৰ…

বিড়াল

 নীলোৎপল বৰুৱা দণ্ডপাণি শ‌ইকীয়া ইজিপ্টলৈ যোৱা নাই! নাই যোৱা। খাটাং নাই যোৱা। যোৱা হ’লে অন্ততঃ গিজাত উঠা পলাৰ’য়ড  ফটো এখন থাকিলহেঁতেন। নতুবা শোঁটোৰা-শোঁটোৰি টান ছালৰ স্ফীংছৰ মেকুৰী এটা আহিলহেঁতেন টোকেন হিচাপে।   অৱশ্যে বুঢ়াই ইচ্ছা কৰিলে পাৰে। বহুত কিবা কিবিয়েই পাৰিলেহেঁতেন। কাজাখস্তানৰ প্ৰত্যন্ত…

Sapiens: A Brief History of Humankind : মানৱপ্ৰজাতিৰ ইতিহাস আৰু অস্তিত্বক লৈ কৰা প্ৰশ্নোত্তৰৰ বিস্তাৰিত ব্যাখ্যাৰে এখন উৎকৃষ্ট গ্ৰন্থ

 গীতিকা শইকীয়া   প্ৰশ্ন হয় যে মানৱে জীৱ-জন্তু তথা প্ৰকৃতিৰ ওপৰত আধিপত্য খটুৱাবলৈ কেনেকৈ সফল হৈছিল? কেনেকৈ প্ৰাচীন জংঘলী মানৱে সংঘবদ্ধ হৈ থাকি চহৰ আৰু ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ কেনেকৈ শিকিলে? তেনেদৰে মানৱে কেনেকৈ ভগৱান নামৰ এক সৰ্বশক্তিমান শক্তিৰ উপস্থিতিক, ৰাষ্ট্ৰ…

হুমুনিয়াহৰ সাঁকো

মূল: Thomas Hood-ৰ The Bridge of Sighs  অনুবাদ : মাধৱ দাস আৰু এগৰাকী দুৰ্ভগীয়া তিৰোতাই  তিক্ত জীৱনৰ পৰা  মৃত্যু পথলৈ গতি কৰিলে। আলসুৱাকৈ তাইক তুলি আনা সযত্নে তাইক স্পৰ্শ কৰা। তাইৰ পোছাকযোৰ আছিল অতি ক্ষীণ তাই আছিল পূৰ্ণ যৌৱনা সুন্দৰী।…

অসমীয়া ভাষা-সাহিত্যৰ উচ্চশিক্ষা সম্পর্কীয় চিন্তা আৰু ‘ৰাষ্ট্রীয় শিক্ষানীতি ২০২০’

ড° নীৰাজনা মহন্ত বেজবৰা        (ক) প্রচলিত শিক্ষা ব্যৱস্থা আমাৰ দেশৰ শিক্ষা ব্যৱস্থাত জাতীয় ভাষা-সাহিত্যৰ শিক্ষাই এক বুজন অংশ অধিকাৰ কৰি আছে। অসমীয়া ভাষা-সাহিত্যৰ শিক্ষাও তেনেকুৱা এটা বিষয়। জাতি একোটাক আশ্রয় কৰি জাতীয় ভাষা আৰু জাতীয় ভাষাক আশ্রয় কৰিয়ে জাতীয়…

অব্যাহৃত

 প্ৰযুক্তি আৰু ন্যায়িক ব্যৱস্থাত ইয়াৰ প্ৰয়োগ ৰঞ্জুমণি মহন্ত  বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ জীৱন ধাৰণ পদ্ধতিলৈ আমূল পৰিৱৰ্তন অনাৰ লগতে আধুনিক জীৱন যাত্ৰাৰ প্ৰতিটো ক্ষেত্ৰতে ই এক এৰাব নোৱৰা অংগ হৈ পৰিছে৷   আধুনিক জীৱন যাত্ৰাত তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি বাঢ়ি অহাৰ…

শান্তিস্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা ড° বিনয় কুমাৰ শইকীয়াদেৱৰ সৈতে ‘অন্যযুগ’ৰ কথোপকথন

ড° বিনয় কুমাৰ শইকীয়াদেৱৰ সৈতে আকাশ দীপ্ত ঠাকুৰ ভাৰতবৰ্ষৰ বিজ্ঞান গৱেষণাগাৰৰ পিতৃপুৰুষ হিচাপে খ্যাত ড° শান্তিস্বৰূপ ভাটনাগৰৰ নামেৰে দেশৰ বিজ্ঞানী তথা গৱেষকসকলক উজ্জীৱিত কৰাৰ লক্ষ্যৰে ১৯৫৮ চনৰ পৰা বিজ্ঞানৰ সাতটা শাখাত কৰা দিকদৰ্শী গৱেষণাৰ বাবে প্ৰতি শাখাতে সৰ্বাধিক দুগৰাকীকৈ বিজ্ঞানীলৈ…

নতুন ব্যঞ্জন বিচাৰি

সঞ্জীৱ সভাপণ্ডিত মানুহে কয় আৰু আমিও বহু দিনৰ পৰা শুনি আহিছোঁ যে অসমখন এখন সমস্যাজৰ্জৰ ৰাজ্য৷ কথাবোৰ এনেকৈ শুনা যায় যে সমস্যা কেৱল অসমৰহে আছে আৰু পৃথিৱীত ক’তো কাৰো আমাৰ সমান সমস্যা নাই৷ শুনি শুনি এনেকুৱা হ’লগৈ যে অসমীয়াবিলাকে এটা…

মাতৃভাষা : ইতিহাস, অসম আৰু অসমীয়া

(মাতৃভাষা দিৱস উপলক্ষে) পঙ্কজ প্ৰতিম বৰদলৈ   ৱাগৰি, কোলহাটি, গোল্লা, গিছাৰি, বাৰকু, হল্ডি, মাৱচি, মৰাণ, টাংচা, আইটন৷ পাঠকে যদি চিন্তা কৰে হয়তো গম পাব যে উক্ত শব্দবোৰ কোনো বস্তু বা জনজাতিৰ নাম নহয়৷ এইবোৰ হৈছে যোৱা আধা শতিকা বা ততোধিক সময়ত…

অসমীয়া বিজ্ঞান সাহিত্য : এটি টোকা

ড° অৰবিন্দ ৰাজখোৱা প্ৰাচীন অসমৰ বিজ্ঞান চৰ্চা বিশ্বৰ আন বহু ঠাইৰ তুলনাত কোনোগুণেই কম নাছিল৷ জীৱনৰ বৈচিত্ৰ্যময় অভিজ্ঞতা আৰু অন্বেষণৰ ভেটিত প্ৰাচীন অসমৰ জনজীৱনে বিজ্ঞানৰ বহু সত্য নিজৰ নিত্য সহচৰ কৰি লৈছিল৷ এই কথাৰ উৎকৃষ্ট নিদৰ্শন হ’ল ডাকৰ বচনসমূহ৷ সম্পূৰ্ণ…