এমুঠি হেমন্ত
মন্দিৰা গগৈ পাতনি : – কি দি যাবা ? – ঝুক’ভেলীৰ ৰামধেনুখন আৰু শিৰুই লিলি ফুল এপাহ ! – কি লৈ যাবা ? – দুচকুত ঝুক’ভেলীৰ ক্ৰুছডাল আৰু এমুঠি হেমন্ত ! … এই পৃথিৱীত কত যে ভ্ৰম ! ভ্ৰমত সত্যৰ…
মন্দিৰা গগৈ পাতনি : – কি দি যাবা ? – ঝুক’ভেলীৰ ৰামধেনুখন আৰু শিৰুই লিলি ফুল এপাহ ! – কি লৈ যাবা ? – দুচকুত ঝুক’ভেলীৰ ক্ৰুছডাল আৰু এমুঠি হেমন্ত ! … এই পৃথিৱীত কত যে ভ্ৰম ! ভ্ৰমত সত্যৰ…
ভাস্কৰ জে নাথ ১ মেঘ ভাঙি কাউৰীবোৰ আহিছিল যেন এক ভয়াৰ্ত সময়ৰ ছবি ছিৰাছিৰ কৰি মোৰ চকুৰ আয়নাত ২ কা কা শবদত মই সাৰ পাইছোঁ কৰ’বাত কিবা এটা যেন অঘটন হ’ব! ৩ মোৰ তৃতীয় চকুৱে সাৰ পোৱাৰ…
মনালিছা শৰ্মা ৰংহীনতাই বগা বগাত তুলি দিব পাৰি সমস্ত ৰং এপাহ তেজৰ গোলাপ সূৰুযমুখী ফুলৰ নৃত্যৰতা পৃথিৱী অথবা পৰ্বতৰ ভংগীল সেউজীয়া সকলো ৰঙেই জীৱনৰ ৰংবোৰে লগত লৈ ফুৰে গাঁৱৰ নিৰ্জনতা আৰু নগৰৰ কোলাহল ৰংবোৰ অৰণ্যৰ বসন্ত বাঁহনিৰ…
মিণ্টুল হাজৰিকা খেজুৰ এটাৰ পৰা ওপজি যি বাটেৰে বুলিছিল বাট বুকুত লৈ ফুৰা আতৰৰ কুঁৱাটোৰ পৰাই বিলাই দিছিল এচলুকৈ সুগন্ধি গোলাপ তেওঁৰ আত্মাৰ গহনত গঢ়ি উঠা ৰংমহলৰ খিৰিকীয়েদি সোমাই অহা পোহৰে মেঘৰ চোকোৰা খুটিয়াই ওলাই অহা জোনক কাগজৰ…
অৰ্চনা পূজাৰী লখিমী চপোৱাৰ পাছত বাগৰি পৰা নৰানিৰ ওপৰেৰে হুঁচ হেৰুৱাই পাৰ হৈ গ’ল সেইজনী কোন আন কোনো নহয় পাখি গজা বৰদৈচিলা ফাগুনে, নে চ’তে সাঁচি থ’লে তাইৰ কঁকালা হাঁচতিখন *** তাইকতো ধৰি ৰখা মস্কিল বাউলি চিখলা হৈ আকৌ…
নৱনীতা ভট্টাচাৰ্য্য যোগ্য ভোগ্যা বসুন্ধৰা অৰ্থাৎ যোগ্যজনৰ বাবে এই পৃথিৱীখন নানা ভোগ্য বস্তুৰে ভৰপূৰ৷ অতিকে প্ৰয়োজনীয় কথাটো হ’ল নিজকে যোগ্য কৰি তোলাটো। পিছে আজিৰ এই প্ৰতিযোগিতাৰ যুগত নিজক প্ৰতিষ্ঠা কৰাটো সহজ নহয়৷ সকলো প্ৰতিদ্বন্দ্বীক পিছ পেলাই এখোজ আগুৱাই যাবলৈ…
দাদুল দেৱকৃষ্ণ বৰুৱা (১৭) মলেঁয়াৰ জীৱনলৈ যে সংগীৰ আগমন ঘটিছে, সেই কথা খুব কম দিনতে চৌপাশে বিয়পি পৰিল। খবৰ পোৱাৰ লগে লগে ইজন সিজনকৈ দৈনিক ভালে সংখ্যক লোক আহিবলৈ ধৰিলে ষ্টেপানৰ ঘৰলৈ। ষ্টেপানৰ চোতালত ৰৈ ঘৰৰ মূধচত বাহটোৰ কাষত…
দীপাঞ্জলি দেৱী শিশুক উদ্দেশ্য কৰি লিখা সাহিত্যই শিশু সাহিত্য। শিশুৰ উপযোগী বিষয়বস্তু আৰু ভাৱবস্তক কেন্দ্র কৰিয়েই শিশু সাহিত্য ৰচনা কৰা হয়। শিশু সাহিত্যই শিশুৰ কল্পনাপ্ৰৱণ মনত জীৱন আৰু জগত সম্পর্কে অনুসন্ধিৎসা জগাই তোলাৰ লগতে আনন্দৰ খোৰাকো যোগান ধৰিব লাগিব। শিশুৰ…
নিজৰা ৰাজকুমাৰী এনাটমী অৱ এ ফল, দ্য হ’ল্ডঅভাৰছ্, পুঅ’ৰ থিংছ, পাষ্ট লাইভছ্, আমেৰিকান ফিকশ্যন, দ্য জ’ন অৱ ইণ্টাৰেষ্ট, বাৰ্বী, অপেনহাইমাৰ, মাইষ্ট্ৰো, কিলাৰছ্ অৱ দ্য ফ্লাৱাৰমুন— ভাৰতীয় সময় অনুসৰি চলিত মাহত অৰ্থাৎ…
মূল (ফৰাচী) : ঝাক প্ৰেভে’ৰ (Jackoes Prevert) অনুবাদ : প্ৰশান্ত মিশ্ৰ (এলাষ্টেইৰ কেম্পবেলে কৰা ইংৰাজী অনুবাদৰপৰা) পিয়লাটোত তেওঁ অকণমান ক‘ফি ল‘লে ক‘ফিৰ পিয়লাটোত তেওঁ গাখীৰ বাকিলে গাখীৰমিহলি ক‘ফি পিয়লাত তেওঁ চেনি মিহলালে ক‘ফিৰ পিয়লাটোৰ মিশ্ৰণখিনি তেওঁ সৰু চামোচ এখনেৰে লৰাই…