কেৰিবিয়ান ক্ৰিকেটত নতুন ‘ছামাৰ’
যুগললোচন দাস কেৰিবিয়ান দ্বীপপুঞ্জৰ এটা নিভৃত ক্ষুদ্ৰ দ্বীপ। চাৰিওফালে বিস্তৃৰ্ণ জলৰাশি। মহাসাগৰৰ উত্তাল গৰ্জন। কেতিয়াবা শান্ত সমাহিত। দিগন্ত ব্যাপি কেৱল নীলা নীলা নীলা। বেলিটো সাগৰৰ দূৰ দিগন্তৰ পৰাই উঠি আহি আকৌ পশ্চিমৰ দিগন্তৰ ৰেখাত চুমা দি বুৰ যায়। যেন নিশাটোৰ…