ধেৱাই ধোৱা ধৰণী
অজিত ছিংনাৰ (৫) কলঙৰ পাৰে পাৰে এটা লুংলুঙীয়া বাট৷ ডাঠ হাবিৰ মাজেৰে যোৱা বাটটোৰে গৈ আছে তেমেকা আৰু কেৰ্পাই৷ সিহঁতৰ গাত একোটাকৈ বনিয়ন, কঁকালত কপাহী কাপোৰৰ চুৰিয়া আৰু হাতত একোখনকৈ দা, কান্ধত একোটাকৈ মোনাও আছে৷ কিছুদূৰ যোৱাৰ পাছতে সিহঁত এটুকুৰা…