নতুন মহাকাশ শক্তিৰ ৰূপত ভাৰত
অভিজিত শর্মা বৰুৱা যোৱা ২৩ আগষ্ট, ২০২৩ ত ভাৰতীয় সময় মতে সন্ধিয়া ৬ বজাৰ খন্তেক পাছত ভাৰতৰ তৃতীয় চন্দ্রাভিমুখী মহাকাশযান চন্দ্রযান–৩–ৰ বিক্রম লেণ্ডাৰে পূর্ব পৰিকল্পনা অনুসৰিয়েই চন্দ্রৰ দক্ষিণ মেৰু অঞ্চলৰ চন্দ্রপৃষ্ঠ স্পর্শ কৰিলে। ইয়াৰ লগে লগে চন্দ্রপৃষ্ঠত কোনো যানক…