পঢ় পঢ় পঢ়
জয়ন্ত দত্ত পঢ় পঢ় পঢ় আখৰৰ জখলাৰে উধাইহে উভালিব পাৰিবি কঙালৰ কাঁইট কলঢোপ কলঢোপকৈ আছোঁ পুতৌৰ চাবুকেৰে কোবাই আঁচনিৰ এৰেহাই কিতাপৰ হাতেৰেহে তুলিব পাৰিব আকিঞ্চন সাগৰৰ অতলৰ পৰা পিছে হালধীয়া গাড়ীবোৰত যোৱা ফিট-ফাট ফুকলীয়াবোৰৰ সৈতে সমানে খোজ…
জয়ন্ত দত্ত পঢ় পঢ় পঢ় আখৰৰ জখলাৰে উধাইহে উভালিব পাৰিবি কঙালৰ কাঁইট কলঢোপ কলঢোপকৈ আছোঁ পুতৌৰ চাবুকেৰে কোবাই আঁচনিৰ এৰেহাই কিতাপৰ হাতেৰেহে তুলিব পাৰিব আকিঞ্চন সাগৰৰ অতলৰ পৰা পিছে হালধীয়া গাড়ীবোৰত যোৱা ফিট-ফাট ফুকলীয়াবোৰৰ সৈতে সমানে খোজ…
মিণ্টুল হাজৰিকা মই নজনাখিনিত সিহঁতে প্ৰায়ে নিমখ এচালি বাকে আৰু চাকে সেইখিনিত সিঁহতে ৰুকি ৰুকি সোধে আৰু মই হাঁহি এটা মাৰি নজনাখিনিক মূৰ দোৱাই সামৰি-সুতৰি লওঁ মই সিহঁতক নেদেখুৱাও মোক দিয়া যন্ত্ৰণাক কেনেদৰে মলম সানি সানি নিজকে টোপনি নিয়াওঁ…
জোনমণি দাস সৰি পৰা পাতখিলালৈ সৰু ল’ৰাটোৱে একেথৰে চাই আছে চেঁচা শিলটোত বহি সি কিবা ভাবি আছে মোৰ ভাবনাক বিমূৰ্ত কৰি কি ভাবিছে সি? সূত্ৰৰ অন্বেষণত সি নতুন দিনৰ নিউটন নেকি! ঢপলিয়াই আহিও ঢৌবোৰে তাক ধৰিব পৰা নাই…
লোপামুদ্ৰা ভট্টাচাৰ্য (১) বাতৰিকাকতখন মেলি লৈছোঁ ৷ প্ৰথম পৃষ্ঠাৰ ওপৰৰ শিৰোনামটোত চকু পৰিল৷ “ঋণৰ ধনেৰে হিতাধিকাৰীমূলক আঁচনি ৰূপায়ণ৷ পেট্ৰ’ল ডিজেলত পুনৰ আৰোপ হ’ব ‘ভেট’৷ ” মোৰ চেলাউৰি কোঁচ খাই আহিল৷ বুলেট ট্ৰেইনৰ দৰে বস্তুৰ দাম বাঢ়ি অহাৰ বাতৰিবোৰ পঢ়িলে মোৰ গাটো পুৰি…
অলকা মহন্ত এক দাঁত এটাত পোক ধৰিছে একত্ৰিছতাই নজনাকৈ বিষ বাঢ়িছে এটা-দুটাকৈ পোকবোৰ কাষৰ দাঁতটোলৈ বগাইছে বাকী ত্ৰিছটাই কথাটো আওকাণ কৰিছে বিষটো ক্ৰমশঃ উজাই গৈ আছে । দাঁতবোৰত এতিয়া দখল কৰিছে এটা অজান বিষ আৰু কেতবোৰ প্ৰব্ৰজনকাৰী পোক । দুই…
প্ৰাঞ্জল হাজৰিকা বৰষুণ মানুহ ছবিয়ে আপোনাক বিমোৰত পেলাব পাৰে সঁচা-মিছাৰ মাজত বলাৰ টুপী পিন্ধা কিছুমান অভিজাত মানুহ আকাশত ওপঙি আছে খিৰিকী খুলিলেই আপোনাৰ মুখ তিয়াই পেলাব পৰাকৈ সিহঁত উলম্ব ছবিৰ এই প্ৰলোভনক আপুনি বিশ্বাস কৰিবই লাগিব কাৰণ আপুনি তিতিছে বেশ্যালয়…
নিতুপৰ্ণ ৰাজবংশী
নীলোৎপল বৰুৱা শেহতীয়াকৈ দ্বিতীয় বাৰৰ বাবে মণিমালা দাসৰ ৰচনা আৰু পৰিচালনাৰে ‘ভূমিকন্যা’ নামৰ নাটকখনৰ দৰ্শক হোৱাৰ সৌভাগ্য হ’ল। প্ৰায় নব্বৈ মিনিট দৈৰ্ঘ্যৰ আৰু দহগৰাকী অভিনেত্ৰীৰ (পুৰুষ চৰিত্ৰ নাই) নাটকখন পূৰ্বতে আমি এবাৰ অন্য স্পে’চত চাইছিলোঁ। অৱশ্যে সেয়া প্ৰচেনিয়াম নাছিল। সেয়ে অন্য-স্থানিক পুণঃমঞ্চায়নৰ…
ড০ পোনা মহন্ত পাঁচশ বছৰৰ পূৰ্বে মহাপুৰুষ শংকৰদেৱৰ নেতৃত্বত অসম তথা উত্তৰ-পূবত যি ভক্তি আন্দোলনৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈছিল তাৰ প্ৰভাৱ আছিল সুদূৰপ্ৰসাৰী৷ আন্দোলনটো আৰু ইয়াৰ প্ৰধান গুৰিধৰোঁতাজনকে ধৰি অন্যান্যসকলৰ বিষয়েও যথেষ্ট আলাপ-আলোচনা, চৰ্চা-গৱেষণা হৈছে যদিও বিষয়টোৰ ব্যাপকতা আৰু গভীৰতালৈ…
ড° বুলজিৎ বুঢ়াগোহাঁই ফেশ্বন ডিজাইনাৰ যুৱক-যুৱতীসকলৰ বাবে এটা সুন্দৰ কেৰিয়াৰ হ’ব পাৰে৷ যুৱক-যুৱতীসকলৰ সাজ-পোছাকৰ নিজস্ব সৃষ্টিশীল শৈলী আছে আৰু আনৰ দ্বাৰা নিৰ্ধাৰিত ট্ৰেণ্ড অনুসৰণ নকৰি এটা ট্ৰেণ্ড স্থাপন কৰাত বিশ্বাস কৰে৷ ফেশ্বন ডিজাইনৰ কেৰিয়াৰত কেৱল গ্লেমাৰাছ মানুহক লগ…