অন্তৰীণ
ববিতা কলিতা “হেৰেমলৈ আজি বাদশ্বাহ আহিব” বতাহৰ গতিত বিয়পি পৰিল খবৰটো৷ কিন্নৰ শ্বাহ বানুৱে লচপচকৈ ইমূৰ-সিমূৰ বগাই হেৰেমৰ ৰমণীসকলক সজাগ কৰি দিলে৷ লগে লগে হেৰেমৰ বতাহভাগ চঞ্চল হৈ পৰিল৷ বাদশ্বাহ আহিলেই ৰমণীসকল ব্যস্ত হৈ পৰে নজাকত আৰু তেহজীৱৰ আখৰাত৷ বাদছাহৰ সংগসুখৰ…