আইজেন্ইষ্টাইন
জীশোৰ মোৰ আঙুলিৰে গৈ ঘিলু সংযোগী এডাল বিশেষ নাড়ী আছে যি মোৰ মণিবন্ধ কিলাকুটি কান্ধ পাৰ হৈ ডিঙি চুই গতি কৰে ওলমা তাঁৰ বুলি তাত পাৰ চৰাইবোৰ পৰে কেঁচু বুলি আকৌ মাছবোৰে এমূৰৰপৰা খাবলৈ ধৰে এখোপ ওপৰেদি চেও…
জীশোৰ মোৰ আঙুলিৰে গৈ ঘিলু সংযোগী এডাল বিশেষ নাড়ী আছে যি মোৰ মণিবন্ধ কিলাকুটি কান্ধ পাৰ হৈ ডিঙি চুই গতি কৰে ওলমা তাঁৰ বুলি তাত পাৰ চৰাইবোৰ পৰে কেঁচু বুলি আকৌ মাছবোৰে এমূৰৰপৰা খাবলৈ ধৰে এখোপ ওপৰেদি চেও…
মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || ঊনবিংশ অধায় || জীৱনৰ বেলি পশ্চিম পালেহি জিতেন্দ্ৰিয় ৰাঘৱ সুদৰ্শনৰ, অগ্নিৰ দৰে তেজস্বী পুত্ৰ অগ্নিবৰ্ণক দি ৰাজ্যভাৰ, পশ্চিমৰ নৈমিষাৰণ্যলৈ সন্ন্যাসৰ বাবে কৰিলে গমন । অগ্নিবর্ণমভিষিচ্য ৰাঘবঃ স্বে পদে তনয়মগ্নিতেজসম্ |…
মূল : জোৱান ৰেমন জিমিনেজ (Juan Ramon Jimenez, স্পেইন) ১৯৫৬ চনৰ সাহিত্যৰ ন’বেল বঁটা বিজয়ী স্পেনিশ্ব কবি অনুবাদ : ড° ৰঞ্জিত দত্ত বগা জোনটোৱে সাগৰৰ পৰা লৈ গ’ল সাগৰ আৰু আকৌ ওভতাই দি গ’ল সাগৰক। ধুনীয়া, শান্ত-সৌম্য আৰু পৱিত্ৰতাৰে সকলোকে…
পাপৰি গোস্বামী আকাশখনে ঢুকি পোৱালৈকে কেৱল নীলা আৰু নীলা…। দূৰৈৰ শান্ত যেন লগা নীলাভাগ ক্ৰমাৎ ওচৰলৈ অহাৰ লগে লগে চঞ্চল হৈ পৰে। যেন বোকোচাত উঠাৰ প্ৰতিযোগিতাহে ইটো সিটো ঢৌৰ…। কাষৰৰ শিলবোৰত ঠেকা খাই পুনৰাই উচাৎ মাৰি নিজ নিজ প্ৰান্তলৈ…
মিণ্টু বুঢ়াগোহাঁই পুৰণি হ’ল কথাবোৰ জেওৰা এখনে কিমান দিন বেঢ়ি ৰাখিব মৰিশালী এখন ঘৰৰ বুৰঞ্জী মেলি সৰকি আহে ভৱিষ্যত৷ ককাদেউতা মৰিশালিৰ জেওৰাখন ভাগিল কাচিজোনৰ পোহৰত এডাল এডালকৈ ছিঙি গ’ল কামিহাড় অপৰাধ বুলিবলৈ একোৱেই নাছিল আছিল মাথো এখন অৰণ্য…
অমৃত গোস্বামী প্ৰখ্যাত ঔপন্যাসিক শীলভদ্ৰ (ৰেৱতীমোহন দত্ত চৌধুৰী) দেৱৰ ‘অনুসন্ধান’ নামৰ উপন্যাসখন এই অলপতে মই পঢ়ি শেষ কৰিলোঁ। উপন্যাসখন পঢ়ি এক যথাৰ্থ সাহিত্য-অধ্যয়নৰ তৃপ্তি পোৱা যেন লাগিল। উপন্যাসখনৰ বিষয়বস্তু আৰু ৰচনাশৈলী অসচৰাচৰ। উপন্যাসখনত চৰিত্ৰসমূহৰ মাজত ঘনাই হোৱা কথোপকথনৰ চুটি চুটি বাক্যসমূহ…
হেমচন্দ্ৰ কছাৰী কুহুমীয়া বেলিৰ ৰাগত বিলখনৰ কুঁৱলীবোৰে নিতৌ পুৱা এটা ক্লাচিকেল ইলিজি গায় খৰালিৰ বিল এখনত পানী কিমান কণনো থাকে ভালকৈ বুৰমাৰিলে ল’ৰা বুঢ়াইয়ো তলি চুই আহিব পাৰে সেই কণকেই হিয়াহীন দুটামানে দিনে ৰাতিয়ে ঘোদালি থাকে যেন মানৱ…
কল্পজ্যোতি ৰায় যোৱা তিনিটা দশক ধৰি কবিতাৰ নিৰলস সাধনাত ব্ৰতী হৈ থকা কবি এম. কামালুদ্দিন আহমেদৰ শেহতীয়া সংকলন ‘ৰাজহাঁহৰ কণ্ঠত কিহৰ জলচ্ছেদ’ (২০২১)-এ কবিৰ কাব্য-পৰিক্ৰমাক অন্য এটা আয়তন প্ৰদান কৰি উৎকৰ্ষৰ বিন্দুত আৰোহণ কৰিছে৷ ইয়াত সংকলিত হৈছে কবিৰ ২০১৮…
মূল: অটল বিহাৰী বাজপেয় অনুবাদ: পৰিমালা কোঁৱৰ অবোধ শিশু, বৃদ্ধা মহিলা, ডেকা ল’ৰাৰ মৃতদেহৰ স্তূপৰ ওপৰত উঠি যি ক্ষমতাৰ সিংহাসন পাব বিচাৰে তেওঁৰ বাবে মোৰ এটি প্ৰশ্ন আছে… মৃতজনৰ সতে তেওঁৰ কোনো সম্পৰ্ক নাছিল নে? একেই ধৰ্ম নাছিল নে,…
উদয় কুমাৰ বৰুৱা শেষ নোহোৱা বাটটোৰে অকলশৰে গৈ থাকোঁতে সানমিহলি ভাবনাবোৰ থিয় পাহাৰ এটা হয় যান-জঁটত ৰৈ দিওঁতে লগ হয় এটা চেৰেলা কুকুৰ এই যেন উদ্যাপিত হ’ব মহাকাব্যৰ শেষ দৃশ্য মোৰ একাকী ভ্ৰমণ আৰু কিমান বাকী ভাবি থাকোঁতেই…