Tag সমাজ

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (১০) : ভালদৰে বহি ল।— মলেঁয়ালৈ চাই ষ্টেপানে ক’লে। মলেঁয়া তাইৰ বাবে স্থায়ী হৈ পৰা গাড়ীৰ ছীটটোত থিয় দি ৰ’ল। তাইৰ চেহেৰাত ভাবৰ কোনো পৰিৱৰ্তন দেখা নগ’ল। গাড়ীত উঠি কৰ’বালৈ ওলালেই ষ্টেপানে সদায় এনেকৈ কয় মলেঁয়াক। তায়ো…

অমৃতা প্ৰীতমৰ তিনিটা কবিতা

 অনুবাদ : দীপজ্যোতি বৰা   (১) এখন চিঠি   মই– এচুকত পৰি থকা এখন কিতাপ অথবা কোনো সন্তৰ সিদ্ধ-বচন, ৰুদ্ৰাক্ষৰ এডাল মালা অথবা কামশাস্ত্ৰৰ এটা কাণ্ড অথবা কোনো আসন গুপ্ত ৰোগৰ বাবে প্ৰচলিত এটা লোক-মন্ত্ৰ   কিন্তু মই জানো, মই…

এশ পঁচিছ বছৰত লৰ্কা : সোঁৱৰণ

 ড˚ বিৰিঞ্চি কুমাৰ দাস          জীয়াই থকাহ’লে যাৰ বয়স এতিয়া এশ পঁচিছ বছৰেই হ’লহেঁতেন, সেইগৰাকী জীৱনৰ চল্লিছটা বছৰো জীয়াই থাকিবলৈ নোপোৱা কবিয়ে এবাৰ নিজৰ দেশৰ প্ৰসংগত লিখিছিল, “স্পেইনৰ মৃত ব্যক্তি একোগৰাকী পৃথিৱীৰ আন যিকোনো ঠাইৰে মৃত ব্যক্তি একোগৰাকীতকৈ অধিক জীৱিত হয়।”…

চগিৰণ

মূল : হুমায়ূন আহমেদ অনুবাদ : ড° জোনালী পাটোৱাৰী বৰা ধানমণ্ডি তিনি নম্বৰ ৰোডৰ ফ্লেট এটাত চগিৰণে কাম এটা পাইছে। কেঁ‌চুৱা ৰখাৰ কাম। কেঁ‌চুৱাৰ বয়স তেৰ মাহ। নাম টুলটুল। টুলটুলে খোজ কাঢ়িব পাৰে। দুই এটা শব্দও ক’ব পাৰে। যেনে- দুদু,…

লী না-মি আৰু ফিনীৰ কথাৰে

নিজৰা ৰাজকুমাৰী                            এটা এৰিয়েল শ্বটত এজাক পথচাৰী। সকলোৰে হাতে-কাণে ম’বাইল ফোন। এৰিয়েল শ্বট বাবেই দৃশ্যটো আকৰ্ষণীয় হৈ উঠিছে। তদুপৰি বৰ্তমান সময়ত এয়াটো নিচেই স্বাভাৱিক দৃশ্য। কিন্তু সেয়া যে…

খামদৈ কুঁৱৰীৰ কথকতা

অংকুৰণ আৰ্ফ   পদ্যকথা – ১ সময়ৰ পথেদি এটা কাহিনী এই গড়ৰ ওপৰেদি বুৰঞ্জীৰ ঘোঁৰাত উঠি খটপ খটপকৈ পাৰ হৈ যায়   সময়ৰ সুৰুঙাৰে সৰি পৰা মাটিৰঙী পাত এখিলাৰ ফাঁকেৰে চিকমিকাই উঠে বুৰঞ্জীৰ চিকুণ চকু   হাতত সাৰে ভৰিত সাৰে…

ধৃতৰাষ্ট্ৰৰ ডায়েৰী

অন্বেষী বৰা   মই ধৃতৰাষ্ট্ৰই কৈছোঁ। অন্ধত্বই উপহাৰ দিয়া দৃষ্টিহীনতা অথবা দৃষ্টিহীনতাত লুতুৰিপুতুৰি অন্ধত্ব, খেল মাথোঁ সংজ্ঞাৰ। বুজে, চমঝদাৰসকলে নিৰ্ভুলকৈ বুজে এই কথা। সেয়েহে আপোনাকো কওঁ, জাপ খাই থকা চকুবোৰ খুলি থওঁ আহক। চকু পিন্ধাৰ জোখাৰে মূল্যও যে দিব লাগিব!…

কালনেমী

 অমৃত গোস্বামী    বুৰঞ্জীত ঘটনাপ্ৰৱাহৰ ঘাইকৈ তথ্যনিৰ্ভৰ বিস্তৃত বিৱৰণ পোৱা যায়। অন্যহাতেদি বুৰঞ্জীমূলক উপন্যাস‌ একোখনত ঘটনাপ্ৰৱাহৰ বিৱৰণৰ‌‌ উপৰিও‌ সাহিত্যিক কল্পনাৰো সমাহাৰ ঘটে।  ‘কালনেমী’ ওৰফে ‘নদাই সঁজাতী’ হ’ল প্ৰখ্যাত ঔপন্যাসিক ৺দেবেন্দ্ৰনাথ আচাৰ্য‌ দেৱৰ  ‘কালপুৰুষ’ নামৰ বিখ্যাত বুৰঞ্জীমূলক উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ। এই…

ছাতি ফুলা বতৰ

নীলাভ সৌৰভ   ছাতি ফুলিবলৈ বতৰ লাগে শীতত নুফুলিলে ইমান একো ক’ব লগা নাথাকে   কেৱল নপৰে পৃথিৱীখন যদি ঘুৰি আছে তলৰপৰা ওপৰলৈও উঠে বৰষুণ কেৱল নপৰে প্ৰেমতো প্ৰেমত যদি ঘুৰি আছে ভূমণ্ডল প্ৰেমত উঠেও মানুহ   দুৱাৰ খিৰিকি খুলি…

বচা বকুল

 ৰমানন্দন বৰা দুই   খেতি কৰিছিল৷  বেণুৱে খেতি কৰিছিল৷ নতুন চাপৰিত নতুন মাটি ভাঙি নতুন ধৰণেৰে বেণুৱে খেতি কৰিছিল৷ নতুন চাপৰিত জন্মি মহাজন আৰু ক’লীয়া মহাজনৰ যুটীয়া দখলদাৰী আশাৰ মূৰত চেঁচা পানী পৰাৰ পিছৰ কথা৷ বহুত দিন য’ৰ মাটি ত’তে…