Tag সমাজ

জোনফুলৰ নিশা আৰু মেখেলাৰ গল্প

স্ৰোতস্বিনী তামুলী                    মেল খাই থকা উপন্যাসখন বুকুতে লৈ তাই টোপনি গৈছে। টোপনি নহয় যেন তাই টাইম মেচিনৰ অনন্ত শয্যাত উঠি হুগাওং উপত্যকা পাইছেহি। গোষ্ঠীজীৱন – হঠাৎ সেনাৰ অপাৰেচনত ভূমিত চিটিকি পৰা জৰায়ু।…

বেং-বেলেষ্টৰ

 অমৃত গোস্বামী   বেং-বেলেষ্টৰ– এটা নাম,এজন মানুহৰ নাম। এখন উপন্যাসৰ এটা চৰিত্ৰৰ নাম। বেং-বেলেষ্টৰ স্বনামধন্য উপন্যাসিক দেবেন্দ্ৰনাথ আচাৰ্যদেৱৰ ‘অন্য যুগ অন্য পুৰুষ’ নামৰ উপন্যাস খনৰ এটা চৰিত্ৰ। লেখকে এই অদ্ভুত চৰিত্ৰটোৰ যোগেদি কাহিনীকথন কৰোৱাই উপন্যাসখন আগবঢ়াই নিছে।  এই উপন্যাসখন মোৰ আগতে পঢ়া ন’হল, এতিয়াহে…

তিনিগৰাকী গল্পলেখক, তিনিখন গল্প সংকলন

 ড° বিৰিঞ্চি কুমাৰ দাস   অসমীয়া সাহিত্য জগতত সম্প্ৰতি বহুত নতুন নতুন গল্পকাৰৰ আগমন ঘটিছে আৰু নিজৰ প্ৰকাশিত গল্প সংকলনৰ জৰিয়তে তেওঁলোকৰ অনেকেই ইতিমধ্যে সচেতন পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষমো হৈছে। বহু কেইগৰাকী উদীয়মান গল্পকাৰে গল্প কথনৰ স্বকীয় ভংগিমা আয়ত্ত…

নাৰী হত্যাকাণ্ডৰ কথাৰে দুখন চিনেমা

 নিজৰা ৰাজকুমাৰী সদায় নাৰীয়েই কিয়? মূৰ তুলিব খোজা, অধিকাৰ বিচাৰিব খোজা নাৰীক দমন কৰাৰ প্ৰচেষ্টা জানো নতুন কথা। শক্তিশালী, আত্মনিৰ্ভৰশীল নাৰীক বিচাৰি বিচাৰি নৃশংসভাৱে হত্যা কৰাটোৱেই চখ দীৰ্ঘদেহী, সুঠাম আৰু মুখত চেনেহ-সততাৰ ৰংসনা যুৱকজনৰ। তেওঁৰ মতে নাৰী স্বাধীন, স্বনিৰ্ভৰশীল হোৱাটোৱেই…

তাত কি হৈ আছে

 ৰিপুঞ্জয় বৰুৱা ঋমন    তোমালোকে সপোন দেখিব নোৱাৰাঁ  দুখ বাঢ়িব  নিজৰ মতে সপোন নেদেখিবা  আমি দেখুৱালেহে দেখিবা    এতিয়াও বুজি উঠা নাই ?   তাত কি হৈ আছে কোনে জানিছে জানিবলৈ জানো দিছে কোনে ক’ত কি কৰি ফুৰিছে কোনে কি ভাবিছে…

চুকেৰিটিং

অমৃত গোস্বামী অসমৰ একেবাৰে সীমামূৰীয়া, অৰুণাচল প্ৰদেশৰ পাহাৰৰ নামনিৰ চাহবাগিচা এখনত ভাগিন এজনে চাকৰি কৰে; বাগিচাৰ বৰচাহাবৰ চাকৰি। কেইদিনমানৰ আগতে বৰচাহাবৰ বঙলাত দুদিনমান ‘মামাচাহাব’ হৈ থাকি, উভতি আহোঁতে ডুমডুমাৰ লাহতী ব্ৰাডাৰ্চৰ তেল ডিপোত আমাৰ  গাড়ীখনৰ ড্ৰাইভাৰ ছাহিনুৰে তেল ভৰাবৰ কাৰণে…

ডুখৰীয়া চিন্তা

 পংকজ প্ৰতিম বৰদলৈ   ঘৰৰ পৰা আৰম্ভ হওক! প্ৰকৃততে হৈছে কি? একধৰণৰ বিশৃংখলতা হোৱা নাইনে? সামাজিক-ৰাজনৈতিক, আৰ্থিক আৰু সৰ্বোপৰি সমগ্ৰ এখন সমাজৰ যেন নৈতিক অৱক্ষয় হৈছে৷ ই হয়তো কঢ়িয়াই আনিছে একধৰণৰ সামাজিক হতাশা৷ অৱসাদগ্ৰস্ত আৰু হতাশ সমাজে নতুন চিন্তা কৰিব…

চকুলোবোৰ হাঁহি… হাঁহিবোৰে ধৰি আছে প্ৰাচীন জীৱন

ড০ নন্দ সি বৰকলা   আকাশৰ মেঘ, বৰষুণ, তৰাৰ জোনাকত জিলিকি থকা ভোগদৈ, ধনশিৰি, জাঁজি, চৰাইদেউ কত তেজৰ বাট… কত মানুহৰ সমন্বয়ৰ মাটিৰ আমঠু   চাওদাঙৰ খঙাল চকু জয়মতীৰ নিদাৰুণ দিন-কাল অনেক নদীৰ উপকূলত ভৰিৰ চিহ্ন বুৰঞ্জীৰ পাতে পাতে অনেক…

উলাহেৰে উভতি চাওঁ– ২৪

 ড০ পোনা মহন্ত নতুন কলেজ : নিউ হোষ্টেল এইদৰে গুৱাহাটীৰ কটনৰপৰা গৈ শ্বিলঙৰ ছেইণ্ট এড্‌মাণ্ডজ্‌ কলেজৰ ছাত্ৰ হ’লোঁ৷ আৱাসী হ’লোঁগৈ পূৰ্বৰ বৰলুইতৰ নাতিদূৰত থকা ছেকেণ্ড মেচৰ পৰা পাহাৰীয়া চহৰত অৱস্থিত ‘নিউ হোষ্টেল’ৰ৷ কেৱল নামেৰেই নহয়, কলেজখনৰ এই হোষ্টেলটো প্ৰকৃতাৰ্থত নতুন৷ মই…

এটা সম্ভাৱনাপূৰ্ণ বিষয় যি সমাজৰ ৰূপ সলনি কৰিব পাৰে

          অধিসূচনা অনুসৰি আমাৰ দেশত সাতশৰো অধিক অনুসূচিত জনজাতিৰ সম্প্ৰদায় আছে ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশৰ জনজাতীয় জনসংখ্যা ১০.৪৩ কোটি, যিটো মুঠ জনসংখ্যাৰ ৮.৬ শতাংশ৷ ইয়াৰে ৮৯.৯৭ শতাংশ গ্ৰামাঞ্চলত আৰু ১০.০৩ শতাংশ চহৰত বাস কৰে৷ অতিকে গুৰুত্বপূৰ্ণ…