ভাৰসম অভিভাৱকত্ব
ড° প্ৰাঞ্জল বুঢ়াগোহাঁই সন্তান এটি তুলি-তালি ডাঙৰ-দীঘল কৰাটো আমাৰ মানুহে এতিয়াও ভাতৰ লগত পানী খোৱাৰ দৰে মামুলি কাম বুলিয়েই ভাবি আছে। সন্তান এটিৰ যতন ল’বৰ বাবে যে কিছু কথা শিকি ল’ব লগা থাকিব পাৰে আমাৰ মানুহে ভাবিবলৈকে টান পায়। আন…
ড° প্ৰাঞ্জল বুঢ়াগোহাঁই সন্তান এটি তুলি-তালি ডাঙৰ-দীঘল কৰাটো আমাৰ মানুহে এতিয়াও ভাতৰ লগত পানী খোৱাৰ দৰে মামুলি কাম বুলিয়েই ভাবি আছে। সন্তান এটিৰ যতন ল’বৰ বাবে যে কিছু কথা শিকি ল’ব লগা থাকিব পাৰে আমাৰ মানুহে ভাবিবলৈকে টান পায়। আন…
শিশুহঁতৰ বাবে কিছু চিন্তা এজন ব্যক্তি শিশু অৱস্থাৰ পৰাই ডাঙৰ হয়৷ পিছে ডাঙৰ হোৱা বুলি যিখিনি বয়সৰ পৰা বুজা যায় সেই বয়স প্ৰাপ্ত হোৱাৰ লগে লগে মানুহে শিশু অৱস্থাত নিজে উদ্যাপন কৰি অহা জীৱনটো যেন পাহৰি যায়৷ সম্ভৱতঃ সেয়েহে ব্যতিক্ৰমস্বৰূপে…
জোনমণি দাস কাকতি গাঁৱৰ কমল ককাইকবিতা-চবিতা লিখে,দূৰবীণ লৈ ৰাতি দুপৰতোদূৰণিৰ তৰা লেখে।আঙুলিৰ মূৰত ঘনাই গণিঅলেখ-অযুত তৰা,কাকতি গাঁৱৰ ককাৰ নামটোকৃষ্ণ কমল বৰা।কবিতা লিখিও কবি নহ’লনেখায় কবি ভজা,বোৱাৰীপুৱা চাহৰ লগতসদায় লাগে গজা।গৰম গজা চোবাই ককাইপৰম মজা পায়,বাতৰি কাকত মেলি প্ৰথমেইৰাশিফলটোহে চায়।ককাৰ কবিতা…
সমীৰণ হাজৰিকা নদীখনত পানী বাঢ়িয়েই আছে৷ মেচিন নাওখনত মানুহবোৰে ইস্–আস্ কৰি আছে৷ তাতে এজন ল’ৰাই মানুহে বেছিকৈ ভয় খুৱাকৈ হোৱাই-নোহোৱাই কথা কিছুমান কৈ আছে৷ এইবাৰ শেষ, কোনো বাচি নাথাকোঁ, আমাৰ নাওখনো বুৰিব৷ মোৰ খং উঠিছে, তথাপি নিজকে নিয়ন্ত্ৰণ কৰি আছোঁ৷ ইমান নিগেটিভ মনৰ মানুহ থাকেনে? দেখিছেই নাওখনত…
ড° অসীম চুতীয়া এটি শিশুৱে এখন বিচিত্ৰ জগতত বাস কৰে৷ তাত কল্পনাৰ পখী এটাই অনৱৰতে ডেউকা মেলি অনন্ত আকাশত উৰি ফুৰে৷ সেয়েহে শিশুৰ মনোজগতক বুজি পোৱাটো প্ৰতিজন বয়োজ্যেষ্ঠ ব্যক্তিৰ বাবে প্ৰত্যাহ্বানমূলক কাম হিচাপে বিবেচিত হৈ আহিছে৷ প্ৰতিজন ব্যক্তিয়েই শিশুকাল এটা উদ্যাপন কৰিহে…
মূল: ফৰাচী, ঝাক প্ৰেভে’ৰ (Jacques Prevert) অনুবাদ: ড° প্ৰশান্ত মিশ্ৰ (কবি পৰিচিতি: ফ্ৰান্সৰ বিশিষ্ট কবি ঝাক প্ৰেভে’ৰৰ জন্ম হয় ১৯০০ চনৰ ৪ ফেব্ৰুৱাৰিত। ভিক্টৰ য়ুগোৰ পাছতেই অত্যন্ত জনপ্ৰিয় কবি হিচাপে বিবেচিত প্ৰেভে’ৰে কুৰি শতিকাৰ ত্ৰিছৰ দশকতেই কাব্যচৰ্চাৰ পাতনি মেলে। অৱশ্যে, ১৯৪৬ চনত প্ৰকাশ…
ড০ পৰমানন্দ মহন্ত একৈছ শতিকাৰ আৰম্ভণিতে প্ৰকাশ পোৱা ৰিমাৰ্কেবল্ ফিজিচিষ্টচ্ (উল্লেখনীয় পদাৰ্থ বিজ্ঞানী) নামৰ কিতাপ এখনত চাৰে তিনিশ বছৰৰ সময়ছোৱা (১৫৬৪-১৯০৭)-ৰ ভিতৰত জন্ম লোৱা পঞ্চাছগৰাকী পদাৰ্থবিদৰ জীৱন আৰু কৃতিৰ আলোচনা কৰা হৈছে৷ ইটালিৰ গেলিলিঅ’ গেলিলিয়ে আৰম্ভ কৰা আধুনিক বিজ্ঞানৰ উত্থান আৰু বিকাশত এইছোৱা সময়তেই…
ৰিপুঞ্জয় বৰদলৈ জগতত ঘটা বিভিন্ন আলৌকিক ঘটনাৰ বৈজ্ঞানিক বিশ্লেষণৰ বাবে ‘অন্যযুগ’-ৰ পাতত এটা নতুন বিষয়ৰ আৰম্ভণি— অলৌকিক ঘটনাৰ আঁৰৰ বিজ্ঞান। পাতনিৰ কিছু কথা “Scientific Temper is a way of life – an individual and social process of thinking and acting- which uses…
মূল (বাংলা): ৰবীন্দ্রনাথ ঠাকুৰ অসমীয়ালৈ অনুবাদ: বাসুদেব দাস সুবলচন্দ্রৰ পুতেকৰ নাম সুশীলচন্দ্র। কিন্তু মানুহ সদায় তেওঁৰ নামৰ নিচিনা নহয়। সেইবাবে সুবলচন্দ্র অলপ দুর্বল আছিল আৰু সুশীলচন্দ্রও বৰ শান্ত নাছিল। ল’ৰাটোৱে গোটেই গাঁৱৰ মানুহবোৰক অশান্তি দি ফুৰিছিল, সেইবাবে দেউতাকে মাজে মাজে শাসন কৰিবলৈ দৌৰিছিল, কিন্তু…
ভোক অথবা এই অন্ধকাৰ কালবেলা ভোক অথবা এই অন্ধকাৰ কালবেলা । ৰুদ্ৰ সিংহ মটক। ভোকৰ অন্য নাম দু:স্বপ্ন ভোকৰ অন্য নাম হুমুনিয়াহ হাহাকাৰ ভোকৰ অন্য নাম ৰঙা তেজৰ বেলিটো গোগ্রাসে গিলি হাঁহি থকা অন্ধকাৰ কালবেলা …