Tag সমাজ

কাজল ৰেখা

মূল : দীনেশ চন্দ্ৰ সেন অনুবাদ: প্ৰত্যুষ ৰঞ্জন ভাগৱতী অংকন: বৰ্ণিল মহন্ত  এজন সদাগৰ আছিল– তেওঁৰ নাম ধনেশ্বৰ৷ সদাগৰৰ বহুতো ধন-সোণ আছিল৷ তদুপৰি সদাগৰৰ ঘোঁৰাশালত ঘোঁৰা আৰু পদূলিত হাতী বান্ধি ৰাখিছিল৷ এটা সময়ত সদাগৰৰ মনত জুৱা খেলাৰ নিচা লাগিল৷ জুৱাখেলত…

মহাকাব্য পঠনৰ আনন্দ : ইলিয়াড আৰু প্ৰাচ্য সাহিত্য

ভাস্কৰজ্যোতি নাথ এজন মানুহে তেওঁৰ জীৱনকালত সকলো কিতাপ অধ্যয়ন কৰাটো সম্ভৱপৰ নহয়৷ জাৰ্মানি‍ৰ জ’হান্স গুটেনবাৰ্গে ছপাযন্ত্ৰ আৱিষ্কাৰ কৰা দিন ধৰি পৃথিৱীত আজিলৈকে কিমান কিতাপ ছপা হৈছে, তাৰ লেখ–জোখ উলিওৱাটো সম্ভৱপৰ নহয়৷ পৃথিৱীৰ প্ৰায়বোৰ ভাষাত বিশ্বজুৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা কিতাপৰ…

সুৰীয়া যুঁজ আৰু জীৱনৰ বুজ — ‘বন্দিশ বেণ্ডিটছ্‌’

মেঘনা চৌধুৰী (ফট’ দিব ‘‘প্ৰতিজন অৰ্জুনকেই একোজন কৃষ্ণ লাগে’’— আঠোটা খণ্ড চোৱাৰ পাছত নৱম খণ্ডটোত অৰ্ঘ (কুনাল ৰয় কাপুৰ) নামৰ আপাতদৃষ্টিত আধুনিক, বেপেৰুৱা আৰু চঞ্চল যেন লগা ল’ৰাটোৰ মুখেৰে ওলোৱা এই কথাষাৰেই যেন সমগ্ৰ কাহিনীটোৰ সাৰ হৈ দৰ্শকৰ অন্তৰ্মন আলোকিত কৰি তুলিব৷ কাহিনীটোৱে…

সিপাৰে যমুনাৰ …

আকাশ দীপ্ত ঠাকুৰ (৯) দোকানৰ ভিতৰৰপৰা বাহিৰখনৰ কিছু অংশলৈকে সাৰি জাবৰবোৰ বাহিৰলৈ বাটৰ কাষলৈ উলিয়াই থোৱা ভঙা প্লাষ্টিকৰ বাল্টিটোত পেলাই দিয়াৰ পাছতে নীলাঞ্জনাই সময়টো মন কৰিছিল৷ সাত বাজি গ’ল৷ লৰালৰিকৈ তাই ভিতৰৰ ফালে আহি বাহী ঘৰটো এফালৰপৰা সাৰিবলৈ আৰম্ভ কৰি…

কথকতা

কৌস্তুভমণি শইকীয়া দত্ত সঁচাই মিছাই কথা কোৱাকথকী চৰাই এজাকমোৰ চৌপাশে কলৰৱ কৰি উৰি ফুৰে।সিহঁতে বাহ সাজোঁতেও হাজাৰ গল্প কৰেঅমুকৰ বাহটো দুষ্প্ৰাপ্য এক ঘাঁহেৰে সজাতমুকৰ বাহটো ধুমুহাই ভাঙিব নোৱৰাকাৰোবাৰ বাহটো ভেমেচাকাৰোবাৰটো হেনো ৰঙীন পলিথিন আৰু কাগজৰ কৃত্ৰিমতাসনা।(কথাৰ প্ৰকোপত নেদেখাকৈয়ে মই সিহঁতৰ…

চিনি নোপোৱা দূৰত …

গীতিমণি হাতীমূৰীয়া অহৰহ বুৰ গৈ আছোঁ কোলাহলতঅথচ আমি নীৰৱতাৰেই নিসংগ হাঁহি বিলোৱা মানুহবোৰো হঠাৎঈশ্বৰৰ স’তে গুচি যায়। ব্যস্ততাত খামুচি ধৰি মানুহবোৰে নিজকে বিচাৰি নাপায় … আমি আকাশলৈ চাব নাজানোশুনিবলৈ পাহৰি পেলাওঁ  চৰাইৰ কাকলিচাবলৈ ফুলৰ পাহিপখিলাৰ মিতিৰালি কি জিনিবলৈ কি হাবিয়াস কৰোঁ আমি ! সুখী হ‘বলৈকে যে দুখৰ প্ৰয়োজনপোহৰক…

ভোক অথবা এই অন্ধকাৰ কালবেলা

ৰুদ্ৰ সিংহ মটক  ভোকৰ অন্য নাম দুঃস্বপ্ন ভোকৰ অন্য নাম হুমুনিয়াহ হাহাকাৰভোকৰ অন্য নাম ৰঙা তেজৰ বেলিটো গোগ্রাসে গিলি হাঁহি থকাঅন্ধকাৰ কালবেলা ভোক হ’ব পাৰে তৃতীয় বিশ্বৰ নিৰ্মম ঘাতকভোক হ’ব পাৰে ক’ৰ’নাৰ দৰেই বাঢ়ি অহাভয়সন্ত্ৰাসবিধস্ত অৰ্থনীতিমৃত্যুৰ অচিন মহামাৰি‍ ভোকত বনৰীয়া কচু খাই…

সামগ্ৰিক পৰিস্থিতি আৰু মানসিক অৱসাদ

পম্পি বৰা বৈশ্য আগকথা …. “ঘূর্ণীয়মান বিশ্বৰ সময় অশান্ত যাযাবৰী মানৱৰ অস্থিৰ স্বপ্ন”  সমগ্ৰ বিশ্ব বৰ্তমান অশান্ত। পৃথিৱীৰ অসুখ, প্ৰকৃতিও ৰুষ্ট। বিশ্বৰ প্ৰথমজন কৰ’না আক্ৰান্ত ৰোগী  ২০১৯ চনৰ নৱেম্বৰ মাহত চীনদেশত চিনাক্ত হোৱাৰ পিছতেই লাহে লাহে এই ৰোগ এখনৰ পৰা আন এখন…

শিশু আৰু কিশোৰ শ্ৰম (প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন-১৯৮৬ আৰু আমাৰ কৰণীয়

 ৰঞ্জুমণি মহন্ত নেলচন মাণ্ডেলাই কৈছিল – “There can be no keener revelation of a society’s soul than the way in which it treats it’s children.” এখন সমাজে ইয়াৰ শিশুসকলক কৰা ব্যৱহাৰতেই সমাজখনৰ আত্মা প্ৰকাশ পায়৷ আজিৰ শিশু কাইলৈৰ দেশৰ নাগৰিক৷…

গুড়ি- চালনী

ড° দেৱজিৎ শইকীয়া শুকান হৈ আহে আমাৰ সাহপিত, পাঠশালাৰ গোট মাৰি থকা মনোযোগক আগচিমনু হাজৰিকা ছাৰৰ গপচ-গধুৰ কণ্ঠস্বৰ–“মনত ৰাখিবিহঁক,চালনীৰে চালি, কুলাৰে জাৰি মলখুকিটা বাছিউলিওৱাৰ পাছতহে তহঁতৰ প্ৰমোচন!” আমাৰ তলমুৱা বুকু-পাঠশালাৰ বহুনা-কোলাততেনেকৈয়ে খামি-পুতি বহে চালনীৰ বীৰত্ব-নিৰ্যাস৷ এদিন দেখিলোঁ—ছাঁ-চুটি পিৰালিৰ গাখীৰতী-বতাহতপিতাদেউৰ দাঁতৰ কামোৰ এখিনিৰ তল-সৰকামাইকী-গাঁঠি…