বকচ্ছপৰ ঠিকনা
মূল বাংলা : কান্তাৰভূষণ নন্দী অসমীয়া অনুবাদ : কুমুদ ঘোষ (কান্তাৰভূষণ নন্দীৰ জন্ম ১৯৬৯ চনত অসমৰ নগাঁও জিলাত৷ ডাঙৰ-দীঘল আৰু পঢ়া-শুনা গুৱাহাটীত৷ বৰ্তমান অধ্যাপনাৰ সৈতে জড়িত কান্তাৰভূষণ নন্দী গল্প-আলোচনী ‘যাপনকথা’ সম্পাদনাৰ লগতো জড়িত৷ প্ৰকাশিত গল্প সঙ্কলন ‘কয়েকটি মৃত্যুৰ অসম্পূৰ্ণ বিৱৰণ’৷ গল্পকাৰৰ অনুমতি সাপেক্ষে বৰ্তমানৰ গল্পটিৰ অনুবাদৰ আয়োজন৷) চিগাৰেট…