চ্যালুইনৰ পৰা লুইতলৈ
ড০ চন্দ্ৰধৰ চমুৱা অৱশ্যে ছ্যু-খান-ফাৰ লগত সদ্ভাৱ ৰক্ষাৰ প্ৰশ্নত ফ্রা-ত্রাই তাক নবচালে। মাও-লুঙৰ ৰাজধানী চেংচেত ছ্যু-কা-ফাই যি প্রতিজ্ঞা কৰিছিল তাৰ প্ৰতি এটা ডাঙৰ প্ৰত্যাহ্বান আহিছে। মাও-লুঙৰ ৰজা ছ্যু-খান-ফা আৰু সেনাপতি চাম্-লুঙ্-ফাই দিগ্বিজয়ৰ অভিযান আৰম্ভ কৰিছে। এয়া মঙ্-মিৎ–কুপ্-ক্লিন-নয়ৰ বাবে এটা খবৰ। আৰু তাৰ পাছত তেওঁলোকে এই…