গৃহবন্দী
জয়ন্ত দত্ত সদায় সদায় নিজতকৈও ক’লা দিন একোটা ফুকাই ফুকাই আপোন-ঘাতী হ’বলৈ বিচৰা ৰাতি এটাৰ সতে একেলগে দেদাউৰিয়াইছিলোঁ হঠাৎ শেষ হৈ থাকিল বাট অতলত ছিটিকি পৰিল সৰুসুৰা আটাইকেইটা জীউ.. মই গণিবলৈ ধৰিলোঁ মোৰ গৃহবন্দিত্বৰ দিন ঘনেপতি মাপিছোঁ উশাহত সুগন্ধ…