Tag ভাষা

হয়তো আজিৰ পৰাই মোৰ ছুটী

 মূল বাংলা : চাব্ৰিনা ৰুবিন (বাংলাদেশ) অনুবাদ : উৎপল দত্ত (বাংলাদেশৰ কবি ডাঃ চাব্ৰিনা ৰুবিনে ইংৰাজী আৰু বাংলা উভয় ভাষাতে কবিতা ৰচনা কৰে। দেশ-বিদেশৰ বিভিন্ন সাহিত্যানুষ্ঠানত অংশগ্ৰহণ কৰা অভিজ্ঞতাৰে পুষ্ট চাব্ৰিনা ৰুবিনে ’নিষিদ্ধ নিৰ্বাসন’ গ্ৰন্থখনেৰে লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰে।) এতিয়া আৰু…

নিয়া (National Investigation Agency)ৰ বিষয়ে কিছু কথা

 অৰূপ কুমাৰ ফুকন আজি কিছুদিনৰ পৰা অসমত এই ‘নিয়া’ শব্দটোৱে প্ৰায় প্ৰতিজন সচেতন নাগৰিকৰে মনত নানা কৌতুহলৰ সৃষ্টি কৰিছে। বিশেষকৈ সদ্যসমাপ্ত বিধান সভাৰ নিৰ্বাচনৰ এজন প্ৰাৰ্থী প্ৰায় দুটাকৈ বছৰ এই আইনৰ বিভিন্ন ধাৰাত অভিযুক্ত হৈ কাৰাগাৰত থকা কথাটোৱেই আমাৰ ৰাজ্যখনৰ…

নিশাচৰ চৰাই ফেঁচাৰ বিষয়ে কিছু কথা

 Brown Hawk Owl / Brown Boobook বা দুখী ফেঁচা ৰূপজ্যোতি হাজৰিকা         আমাৰ দেশত বহু প্ৰকাৰৰ ফেঁচা দেখিবলৈ পোৱা যায়৷ ফেঁচা এক প্ৰকাৰৰ নিশাচৰ চৰাই৷ দিনৰ ভাগত ইহঁত গছৰ ডাল বা গছৰ ধোন্দত জিৰণী লৈ থাকে৷ এই চৰাই বিধ ৰাতিৰ পৰা…

‘শিলকপৌ’ আৰু প্ৰাঞ্জল কুমাৰ খাউণ্ডৰ উজ্জ্বল কাব্যযাত্ৰা

ৰুদ্ৰ সিংহ মটক Poetry is a deal of joy and pain and wonder, with a dash of the dictionary. —খলিল জিব্ৰান৷ ‘শিলকপৌ’ (২০১৯) তৰুণ প্রজন্মৰ কবি প্রাঞ্জল কুমাৰ খাউণ্ডৰ সৃষ্টিশীল জীৱনৰ প্রথম কাব্যগ্ৰন্থ৷ সব্যসাচী প্রকাশৰ নিৱে‍দন এই পুথিখনৰ আটক ধুনীয়া বেটুপাতৰ…

কবিৰ নিৰাসক্তি আৰু নৈৰ্ব্যক্তিকতা : এটি প্ৰস্তাৱনা

ড° মৃদুল শৰ্মা কবিতাৰ আলোচনাত প্ৰায়ে কবিৰ আসক্তি, নিৰাসক্তি, বিনয়, অহংবোধ আদি শব্দই বুজোৱা মানৱীয় গুণ কিছুমানৰ উল্লেখ ঘটে৷ ইয়াৰ অন্তৰ্নিহিত কাৰণ স্পষ্ট: কবিয়ে যিহেতু মানুহৰ কথাকে লিখে আৰু তেওঁ লিখা ‘মানুহৰ কথাখিনি’ অভিজ্ঞতাৰ আধাৰত তেৱেঁই নিৰ্মাণ কৰি লয়, গতিকে…

বাঘিনীৰ সত্য জীৱন কাহিনী

 ‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম  প্রায় এমাহৰ ভিতৰতে খইৰী বেছ দীঘল হৈ গৈছে। তাইৰ মূৰৰ পৰা নেজৰ আগ পর্যন্ত এশ ষোল পইণ্ট পাঁচ চেণ্টি‍মিটাৰ। দিনক দিনে তাই বেছ স্বাস্থ্যৱান হৈ উঠিছে আৰু সকলো…

অপযশ

 মূল : এণ্টন  ছেখভ অনুবাদ : ড০ ৰমেশ চন্দ্ৰ গোস্বামী (এণ্টন পাভল’ভিচ ছেখভ আছিল বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ চুটিগল্পকাৰসকলৰ মাজত ভোটাতৰাস্বৰূপ৷ এগৰাকী কৃতী নাট্যকাৰো৷ তেওঁৰ The steppe, Three Sisters, The Cherry Orchard, Ivanov  আদি নাটৰ সৃষ্টি বহুল সমাদৃত৷ পেছাত এগৰাকী চিকিৎসক ছেখভে…

নুবুজা কথাবোৰ…

ডেইজী অনুৰঞ্জনা  . যিবোৰ কথা বুজিব পৰা নাছিলোঁ সেইবোৰ এতিয়া লাহে লাহে বুজিব ধৰিছোঁ . নুবুজা কথাবোৰৰ বাবেই আমি এৰি আহোঁ আত্মীয়তা, এৰি আহোঁ ৰিণি ৰিণি বাজি ৰোৱা আপোনজনৰ বুকুৰ বহু কথা, এৰি আহো ৰঙা হৈ জ্বলি ৰোৱা সিপাৰৰ পুৰণি…

ৰামানুজনৰ ক’লা ছাতিটো হেৰাল

নিবিড় অনুৰাগ মানস   পুৱাৰ চাহকাপত চুমুক দিবৰ সময়ৰে পৰাৰামানুজনে মনত পেলাব পৰা নাইতেওঁ পাহৰিছে কি? গছ কাটি গছ ৰোৱাৰ ফুলজাৰি মৰা মাইকটোতোসিদিনাই দলিয়াই দিছিল ৰামানুজনেযিদিনা মাইকত চিঞৰি চিঞৰি কৈছিল শব্দ প্ৰদূষণৰ মাতবোৰৰ কথা। দলিয়াই দিয়াটো হেৰাই যোৱাৰ ভিতৰত ধৰা নহয়। দৌৰি দৌৰি…

ভোগকচু-ভকেবুলাৰী

নীলোৎপল বৰুৱা টোকাপৰুৱাটোহে যেন… ইবাৰ গৈছে বুন্দিয়া গুটি এটা আনিছে.. সিবাৰ গৈছে বুন্দিয়া গুটি এটা আনিছে… হৰ্ষদাই ইটোৰ পাছত সিটো টোপোলা আনিত্তেই আছে.. আনিত্তেই আছে!! হৰ্ষদা যেন এখন চ্যৰৰিয়েল চিনেমাৰ কেৰেক্টাৰ। নিমখ!! ইমান নিমখ!! কি কৰে হৰ্ষদা কি কৰে!! (খুৰা…