ব্ৰিটিছ লাইব্ৰেৰীত ফ্ৰান্সিছ বুকানন হেমিল্টনৰ শব্দকোষৰ আৱিষ্কাৰ আৰু অসমীয়া ভাষাৰ গৱেষণা
ড০ ৰক্তিম ৰঞ্জন শইকীয়া পুৰন্দৰ সিংহৰ পিতৃ ব্ৰজনাথৰ হস্তাক্ষৰৰ চানেকি ২০১২ চনৰ শেষভাগত অসম সম্পৰ্কীয় এটি বাতৰিয়ে ভাৰতৰ প্ৰতিখন ৰাষ্টীয় কাকত আৰু কেইখনমান আন্তঃৰাষ্ট্ৰীয় প্ৰথম পৃষ্ঠাৰ গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল৷ বাতৰিটো আছিল, লণ্ডনস্থিত ব্ৰিটিছ লাইব্ৰেৰীত এখন অসমীয়াসহ দহটা ভাষাৰ এখনি…