Tag পৰিৱেশ

চন্দ্ৰ শইকীয়া প্ৰবন্ধ (ডিচেম্বৰ)

‘জেংৰাই-১৯৬৩’ : এটি পঠন অভিজ্ঞতা চন্দ্ৰ শইকীয়া (corrected) সাহিত্য অকাডেমিৰ বঁটাপ্রাপ্ত অজিৎ বৰুৱা(১৯২৬-২০১৫)একেধাৰে কবি,গীতিকাৰ,ঔপন্যাসিক, সমালোচক, অনুবাদক আৰু ৰম্যৰচনাকাৰ। ‘জেংৰাই-১৯৬৩’ নামৰ  বিখ্যাত কবিতাটিৰ জন্মদাতা হোৱাৰ পৰাই এই কবিজন ‘জেংৰাইৰ কবি’ হিচাপে প্ৰখ্যাত হৈ পৰে। উজনি মাজুলীৰ জেংৰাইমুখ অঞ্চলতে তিব্বতৰ পৰা ওলাই আহি…

লেখকৰ মৃত্যু

  ৰঞ্জুমণি মহন্ত ইংৰাজীত এষাৰ কথা আছে— ‘‘A writer never dies. He lives in his words.’’ এজন লেখকৰ হেনো কেতিয়াও মৃত্যু নহয়৷ কায়িকভাৱে মৃত্যু হ’লেও তেওঁ কালাতীতভাৱে জীয়াই থাকে তেওঁৰ লেখাসমূহৰ মাজত৷ কিন্তু যদিহে লেখকজনৰ সৃষ্টিৰাজি সংৰক্ষিত হৈ নাথাকে, তেন্তে…

মূল কবিতা: ‘The Fire Sermon’ (The Waste Land)

কবি:  টি.এছ. এলিয়ট অনুবাদ:  ড° দীপশিখা ভাগৱতী অগ্নি  শৰণ   ভগ্ন এই নদীৰ তামীঘৰা, পাতখিলাৰ অন্তিম আঙুলিটোৰ মুঠি দৃঢ়, বুৰ যায় আদ্ৰৰ্ সৈকতত৷ পৰলা মাটিক বিদীৰ্ণ কৰি বৈ যায় নীৰৱ বতাহ, মৰহুম (১) অপ্সৰাৰ জাক৷ প্ৰিয়তম টেম্‌ছ, মোৰ গীত শেষ…

সোণালী ৰঙৰ জোতাযোৰ

ডা: নীলাক্ষী চলিহা গগৈ‍ এনিশাৰ আজো–আইতাৰ সেই ধুনীয়া জোতাযোৰ। তেওঁৰ মেম বান্ধৱীয়ে‍ উপহাৰ স্বৰূপে দিয়া জোতাযোৰ। যেতিয়া তেওঁৰ স্বামী বিদেশৰ পৰা অহা চাহাবৰ নতুনকৈ খোলা চাহবাগিচাত মেনেইজাৰ হিচাপে নিয়োজিত আছিল, হাবি-জংঘলেৰে ভৰা, ভাল আলিবাট এটাও নোহোৱা ঠাইবোৰত চাহাব ঘোঁৰাত উঠি…

হৃদয়ালয়

বিশ্বজ্যোতি শৰ্মা অৰূপৰ বাবে মন্দিৰলৈ প্ৰতি সপ্তাহতেই এবাৰ যোৱাটো নিয়ম যদিও আজিৰ ব্ৰহ্মপুৱাৰ এই ক্ষুদ্ৰ মন্দিৰটোৰ পৰিৱেশটো তাৰ বাবে বৰ আচহুৱা। মন্দিৰ এটাৰ ভিতৰত ধূপ-ধূণাৰ ঘ্ৰাণৰ সৈতে এজন পূজাৰীৰ বৈদিক মন্ত্ৰোচ্চাৰণৰ যি প্ৰত্যাহিক পৰম্পৰা সেয়া ইয়াত সি দেখা পোৱা নাই।…

অকণমান চিন্তা-চৰ্চা

মালবিকা শৰ্মা মাজতে ৱাটছএপত সুধা মূৰ্তিৰ এটা লে‍খা পঢ়িছিলোঁ— Attachment in Detachment (বিচ্ছিন্নতাৰ মাজত যোগসূত্ৰ)৷ লে‍খাটোৱে মন চুই গৈছিল৷ একেবাৰে সঁচা কথা৷ আগৰ দিনত মানুহবোৰে একেলগে থাকি ভাল পাইছিল। বেলেগকৈ থাকিবলগীয়া যাতে নহয়, সেয়ে ঘৰৰ ওচৰে-পাঁজৰে থকা কামবোৰ কৰিয়েই জীৱন…

জন্মদিনৰ গল্প এটা

বিদুৎ বিকাশ শৰ্মা দুটা দিনৰ মাজত আচলতে পাৰ্থক্য থাকে? পৃথিৱীৰ আহ্নিক গতিয়ে সৃষ্টি কৰা আন্ধাৰ-পোহৰ আন্ধাৰৰ খেলখনেই দিন–ৰাতিবোৰৰ সৃষ্টি কৰা নাই জানো? (ষ্টিফেন হকিঙৰ মতে) সেই মহানাদৰ মুহূৰ্তৰ পৰাই আৰম্ভ হোৱা সময় নামৰ অদৃশ্য ৰেখাডাল গঢ়ি তোলা বিন্দু (বিন্দুৰ সমষ্টিয়েই যেতিয়া…

প্ৰকৃতি‍

দাদুল দেৱকৃষ্ণ বৰুৱা অংকন: বৰ্ণিল মহন্ত (যোৱা সংখ্যাৰ পি‍ছৰ অংশ) ‘‘কালি আপুনি পৃথিৱীৰ বিষয়ে ক’ম বুলি কৈছিল।’’— বনানিয়ে দেউতাকক ধৰিলেগৈ বাতৰি কাকতখন পঢ়ি থকা অৱস্থাতে। ‘‘ক’লোঁতো কালি!’’— দেউতাকে যেন দায় সাৰিব বিচাৰিছে, সেই কথা বনানিয়ে ঠিকেই বুজিব পাৰিলে। ‘‘ইহ্, পলাব বিচাৰিছে! আজি আকৌ ক’ব লাগিব, পিছৰখিনি।’’— বনানিয়ে…

জ্যামিতি‍

দৰ্পনা শইকীয়া যোগ আৰু বিয়োগৰ পৃথিৱীত নৈৰাশ্যৰ জুই একুৰা সন্মুখত লৈ বহি আছোঁ মই।  মই এটি সাধুকথা। উপমান নে উপমেয় নে ভ্ৰান্তিমান? ওঁহো… এটাও নহয় মই। মই জীৱনৰ কথকতা। প্ৰত্যেকৰে অৱচেতন মনৰ কুঠৰীত মই থাকোঁ। কোনো পথভ্ৰষ্ট পথিকে জীৱনৰ সূৰ্যাস্ত বেলিকা মোক বিচাৰি চলাথ…

সম্পাদকীয়

অসমীয়া শব্দৰ উচ্চাৰণ সম্পৰ্কে জগতৰ প্ৰতিটো ভাষাৰে শব্দাৱলীৰ উচ্চাৰণৰ কিছুমান পৰম্পৰাগত ৰীতি আছে। পৰম্পৰাগতভাৱে চলি অহা এনে ৰীতিবোৰকে সময়ত পদ্ধতিগত অধ্যয়নকাৰীয়ে লিপিৱদ্ধ কৰে আৰু তাৰ পাছৰপৰাই তেনে লিপিবদ্ধ নথিৰ আধাৰতে ভাষা একোটাৰ শব্দাৱলীৰ ব্যৱহাৰ চলি থাকে। পিছে এনেকৈ লিপিৱদ্ধ বা নথিভুক্ত হোৱা প্ৰতিটো…