নবীন কবিলৈ চিঠি
Letters to a Young Poet মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কে এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰপৰা অনুবাদ : ৰমানন্দন বৰা ৱৰ্পছ্ৱেদ, ব্ৰেমেনৰ ওচৰত জুলাই ১৬, ১৯০৩ দহ দিনমানৰ আগেয়ে মই পেৰিছ এৰি আহিলোঁ৷ এইকেইদিন মই বৰ অসুস্থ আৰু ভাগৰুৱা৷…