Tag পৰিৱেশ

ত্ৰিপুৰাই ৰিঙিয়ায়

 অংগনা চৌধুৰী   বহুদিনৰ পৰাই ত্ৰিপুৰালৈ যাম যাম বুলি মনতে পাঙি আছিলোঁ৷ এইবাৰ শীতকালীন বন্ধত সুযোগ-সুবিধা মিলাত গুৱাহাটীৰ পৰা পোনপটীয়া বিমানেৰে আগৰতলালৈ উৰা মাৰিলোঁ৷ বিমানেৰে গুৱাহাটীৰ পৰা আগৰতলালৈ মাত্ৰ পঞ্চল্লিছ মিনিটৰ যাত্ৰা৷ সেয়ে গৈ পাই আমাৰ ভাগৰ-জুগৰ অকণো লগা নাছিল৷…

স্বজাতিৰ সাংস্কৃতিক পৰিচয়ৰ বেলিকা কৰণীয় কিছু

  অসম চৰকাৰে শেহতীয়া বাজেটত ৰাজ্যৰ চিনেমা জগতখনক উৎসাহিত কৰিবলৈ কেইবাটাও পদক্ষেপ হাতত লোৱা দেখা পাইছোঁ৷ এই পদক্ষেপসমূহৰ ভিতৰত অসমীয়া চিনেমা নিৰ্মাণক ত্বৰান্বিত কৰিবলৈ পূৰ্ণদৈৰ্ঘ্যৰ চিনেমালৈ পঞ্চাছ লাখ টকাৰ অনুদান আগ বঢ়োৱাৰ কথা৷ লগতে বেচৰকাৰী সংগঠন অথবা সাংস্কৃতিক সংস্থা কিম্বা…

অভিলেখাগাৰ(Archives)ৰ সৈতে জড়িত কেৰিয়াৰ

ড° বুলজিৎ  বুঢ়াগোহাঁই   অভিলেখাগাৰ হ’ল কোনো স্থান, প্ৰতিষ্ঠান বা লোকৰ গোটৰ বিষয়ে তথ্য প্ৰদান কৰা ঐতিহাসিক নথিপত্ৰ বা ৰেক’ৰ্ডৰ এক সংগ্ৰহ৷ অভিলেখাগাৰসমূহ নিয়মীয়া সময়ৰ ব্যৱধানত সংৰক্ষণ আৰু পৰীক্ষা কৰিব লাগে৷ অভিলেখাগাৰ জৰিয়তে ইতিহাসক আধুনিক বিশ্বৰ প্ৰেক্ষাপটত ভালদৰে বুজিব পাৰি৷ অভিলেখাগাৰ…

কেৰিবিয়ান ক্ৰিকেটত নতুন ‘ছামাৰ’

যুগললোচন দাস  কেৰিবিয়ান দ্বীপপুঞ্জৰ এটা নিভৃত ক্ষুদ্ৰ দ্বীপ। চাৰিওফালে বিস্তৃৰ্ণ জলৰাশি। মহাসাগৰৰ উত্তাল গৰ্জন। কেতিয়াবা শান্ত সমাহিত। দিগন্ত ব্যাপি কেৱল নীলা নীলা নীলা। বেলিটো সাগৰৰ দূৰ দিগন্তৰ পৰাই উঠি আহি আকৌ পশ্চিমৰ দিগন্তৰ ৰেখাত চুমা দি বুৰ যায়। যেন নিশাটোৰ…

চুপ্ : এক প্ৰহসন

নীলোৎপল বৰুৱা (যোৱা সংখ্যাৰ পৰা) ‘চুপ্ : এক প্ৰহসন’ৰ প্ৰথম এক পঞ্চমাংশৰ ফৰ্মেশ্বনটোৰ মূল নাটকৰ কাহিনীৰ সৈতে সংগতি নাই। যদিহে সাৰাৎসাৰৰ সৈতে মিহলাই লোৱা নহয়। এই সময়কণ আচলতে অসমীয়া সংস্কৃতিৰ এটা বিশুদ্ধ চিত্ৰায়ন। জোৰাই কৰা ধেমালী এটা পূৰ্ণৰূপে উপস্থাপন কৰা…

প্ৰাক-ঔপনিৱেশিক অসমৰ মুদ্ৰা অর্থনীতি

  ড° ৰক্তিম ৰঞ্জন শইকীয়া বিখ্যাত অর্থনীতিবিদ “উইল কেণ্টনে” (Will Kenton) “ইনবেষ্টোপেডিয়া” নামৰ ৱেৱপেজটোত অর্থনীতিৰ এটা সুন্দৰ সংজ্ঞা দাঙি ধৰিছে৷ উইল কেণ্টন সংজ্ঞা মতে  “অৰ্থনীতি হৈছে আন্তঃসম্পৰ্কীয় উৎপাদন, উপভোগ আৰু বিনিময়ক সম্পর্কীত কৰা এক জটিল ব্যৱস্থা৷ এই ব্যৱস্থাটোৱে উৎপাদন, উপৰভোগ…

কলা কি ?

ৰাছিয়ান লেখক লিও টলষ্টয়ৰ ‘What is Art?’ গ্ৰন্থৰ  Aylmer Maude-য়ে কৰা ইংৰাজী ভাঙনিৰ  অসমীয়া অনুবাদ     অনুবাদকঃ ড˚ বিৰিঞ্চি কুমাৰ দাস (প্ৰথম অধ্যায়) আপুনি আমাৰ সাধাৰণ বাতৰি কাকতবোৰৰ ভিতৰৰ যিকোনো এখন লওক, আৰু  ইয়াত নাটক আৰু সংগীতৰ বাবে উৎসৰ্গিত এটা…

মলেঁয়া

 দাদুল দেৱকৃষ্ণ বৰুৱা * ১৬ *         ৰাতি টোপনি ভাল নহ‘ল ষ্টেপানৰ। কেৱল মলেঁয়াৰ কথাই তেওঁক আমনি কৰি থাকিল। তাই প্ৰথমবাৰৰ বাবে ঘৰৰ বাহিৰত নিশা কটাইছে। তাই ঠাণ্ডা পাইছে নেকি বাৰু! আনদিনা ষ্টেপানৰ বিছনাৰ কাষতে তাই শোৱে। চিমনিত জ্বলি…

ভাৱাল সন্ন্যাসী

  অমৃত গোস্বামী   আইতা-ককা-দেউতাহঁতৰ মুখত আমি সৰু হৈ থাকোঁতে‌  শুনিবলৈ পোৱা, বা পাছত ডাঙৰ হৈ  নিজে পঢ়া ৰূপকথা বা সাধুকথা একোটাৰ  দৰেই কাহিনীটো৷‌ মই যিটো কাহিনীৰ কথা ক’বলৈ‌ বিচাৰিছোঁ সেইটো হ’ল বিখ্যাত ভাৱাল‌ সন্ন্যাসীৰ কাহিনীটো৷ এই জীৱন-মৃত্যুৰ অৱসানৰ   কাহিনীটো…