Tag শিক্ষা

‘অন্যযুগ সাহিত্য সন্মান ২০২১’ – ৰ প্ৰাপক শিবানন্দ কাকতিয়ে সন্মান গ্ৰহণ কৰি দিয়া অভিভাষণ

  শ্ৰদ্ধাভাজন সমবেত সুধীবৃন্দ, শৈশৱৰ এটা অতি সুমধুৰ কাল কটোৱা যোৰহাট চহৰখনত ঠিয় হৈ মই আপোনালোক সকলোলৈকে সশ্ৰদ্ধ কৃতজ্ঞতা আৰু নমস্কাৰ আগবঢ়াইছোঁ৷ জীৱনৰ অনেক শিক্ষাৰ আদিপাঠ যিকোনো পৰিৱেশতে যিকোনো সময়তে সন্ধান কৰিবলৈ অবিৰতভাৱে যত্ন কৰোঁ৷ সমুখত আহি পৰা যিকোনো শিক্ষা পাঠ…

‘মিলেনিয়েল প্ৰজন্ম’- সম্ভাৱনা আৰু সংশয়

 পঙ্কজ প্ৰতিম বৰদলৈ   পশ্চিমীয়া দেশবোৰত ‘প্ৰজন্ম অধ্যয়ন’ বিশেষ গুৰুত্ব সহকাৰে কৰা হয়। ইয়াৰ দ্বাৰা সমাজ বাণিজ্য, তথা ৰাষ্ট্ৰ নিৰ্মাণত মানৱ সম্পদৰ ব্যৱহাৰ তথা দক্ষতা, মনস্তত্ত্ব আদিৰ ব্যাপক পৰ্যালোচনা কৰা হয়। যদিও আমাৰ দেশত এনে ধৰণৰ অধ্যয়নৰ পৰিৱেশ চালুকীয়া, তৎসত্ত্বেও বৰ্তমান…

শশধৰ

 যশোৱন্ত নিপুণ ৰাতুলে বাৰে বাৰে ঘড়ীটোলৈ চাইছিল৷ শশধৰে দিয়া সময়তেই যদি আহি পায়? সেই হিচাপত মাত্ৰ দহ মিনিটমানহে বাকী আছে৷ তেওঁতো দুঘণ্টাতকৈ বেছি থাকিব নোৱাৰিব বুলি কৈ থৈছে৷ সভাপতি, স্থানীয় এজন সাহিত্যিক নকুল ৰাভাই ইতিমধ্যেই তেওঁৰ এঘণ্টামান দেৰি হ’ব বুলি ফোনত কৈছে৷ …

সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানী ছাৰ আইজাক নিউটন

 ড° পুলক সভাপণ্ডিত সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানীজনৰ নাম কি? তোমালোকক যদি কোনোবাই এই প্ৰশ্নটো কৰে, তোমালোকে বাৰু কাৰ নাম ক’বা? নিশ্চয় আইজাক নিউটনৰ৷ আৰু মোকো যদি সেই একেটা প্ৰশ্নকেই কৰে, তেন্তে ময়ো নিউটনৰ কথাই ক’ম। যিয়ে যি বুলিয়ে নকওক কিয়, নিউটন নথকা হ’লে বিজ্ঞান আজিৰ এই অৱস্থান…

ডেইৰি টেকন’লজি (Dairy Technology)

 ড° বুলজিৎ বুঢ়াগোহাঁই   ডেইৰি টেকন’লজি (Dairy Technology) পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত ডেইৰি টেকন’লজিৰ স্নাতক পাঠ্যক্রম (B. Tech / B.Sc. )-ত নাম ভৰ্তি কৰিব পাৰে। ডেইৰি টেকন’লজিত চাৰ্টিফিকেট, ডিপ্ল’মা, স্নাতকোত্তৰ…

মেডিচিন, বিজ্ঞান আৰু স্বাস্থ্য

ডাঃ নৰেন কুটুম ( টোকা : মেডিচিন বুলি কওঁতে ইয়াত কেৱল পিল, ঔষধৰ বটল নতুবা ইনজেকচনৰ কথাকে বুজাব বিচৰা নাই৷ ইয়াত বহল অৰ্থত ক’ব বিচৰা হৈছে, য’ত চিকিৎসাৰ সকলো দিশ সামৰি লয়৷) প্ৰাচীন মেডিচিন : অতি প্ৰাচীন কালৰ পৰাই মানুহে…

বুদ্ধিৰ সাগৰ বীৰবল

 ৰচনা পাঠক (১৪)   শ্বাহেনশ্বাহ আকবৰে এদিন বীৰবলক সুধিলে, : বীৰবল,  মোক এটা কথা বুজাই দিয়াঁচোন৷ বীৰবলে সমিধান দিলে, : সোধক জাহাপনা৷ : বীৰবল, এই যে দিনত পোহৰ আৰু ৰাতি আন্ধাৰ হয়, কিয় হয় ক’ব পাৰিবানে? : জাহাপনা, এইটো প্ৰশ্নৰ উত্তৰ মূৰ্খ বা পাগল এটায়ো…

গীতালি বৰাৰ ‘অন্তৰতম’: এক অন্তৰ্মুখী যাত্ৰা

 ড° বিৰিঞ্চি কুমাৰ দাস   সাম্প্রতিক অসমীয়া সাহিত্য জগতৰ এগৰাকী প্ৰতিভাশালী গল্পকাৰ গীতালি বৰাই ‘বুদ্ধজায়া’ৰ পাছত লিখি উলিওৱা তেওঁৰ দ্বিতীয়খন উপন্যাস ‘অন্তৰতম’ৰ জৰিয়তে অসমীয়া উপন্যাস জগতত  কিছু নতুন সম্ভাৱনাৰ বাট মুকলি কৰি দিছে, যাৰ জৰিয়তে   এই উপন্যাসখনে  যোৱা কিছু বছৰত প্ৰকাশিত অসমীয়া উপন্যাসসমূহৰ মাজত এক গুৰুত্বপূৰ্ণ…

কিছুমান স্মৃতি বাৰে বাৰে ঘূৰি আহে

 মূল (বাংলা) : প্ৰমিতা ভৌমিক সংকলন আৰু অনুবাদ : উৎপল দত্ত   (শ্ৰীভৌমিক বাংলা ভাষাৰ কবি আৰু চিত্ৰ পৰিচালক ৷ তেখেতে পৰিচালনা কৰা ‘পৰিচয়’ নামৰ ছবিখনে দেশ-বিদেশৰ পৰা সুনাম কঢ়িয়াইছে৷) কিছুমান স্মৃতি বাৰে বাৰে ঘূৰি আহে। ঠিক তেনেদৰে ময়ো বাৰে বাৰে কিছুমান স্মৃতিৰ…

সভ্যতা

প্ৰশান্ত মিশ্ৰ  আমি পঢ়া প্ৰাইমাৰী স্কুলখনলৈ যোৱা  পথৰ দাঁতিত এজোপা ওখ তেঁতেলী গছ আছিল আমি তলসৰা বিচাৰি গৈছিলোঁ কোনেও কেতিয়াও নভবা এটি প্ৰশ্ন এদিন লগৰ কণমানি এটাই সুধিলে “তেঁতেলীজোপা কোনে ৰুইছিল” কোনেও ক’ব নোৱাৰিলে সেই কথা পাহৰি গ’ল সকলোৱে কোনে…