Tag শিক্ষা

অন্য এক অমিতাভ যাত্ৰা

 পৰী পাৰবীন আদিত্যই আহ্নিকলৈ গতি কৰাৰ প্ৰহৰ। চৌপাশে বিৰাজ কৰিছে নিবিড়ঘন শ্যামলিমাই। বিগত কতদিন কতদণ্ড বাৰিষাৰ প্ৰবল ধাৰাই প্ৰকৃতি সজীৱ, পৰিচ্ছন্ন, সহৰ্ষ আৰু প্ৰাণময় কৰি তুলিছে। পশ্চিম আকাশত ঘন নীলবৰ্ণী পৰ্জন্য। ধাৰাসাৰ বৃষ্টিপাত আৰু ঘূৰ্ণীবায়ুৰ উদ্দাম তাল-লয়হীন দ্বৈতনৃত্যৰ নীৰৱ দৰ্শক…

সৰস্বতী

নৃপেন গোস্বামী কঠাল গুটিয়াবোৰে কুটি খোৱা দিনৰ কথা সুলভ নোহোৱা পাতবোৰ কুটি কুটি আমালৈ  নমাইছিল এন্ধাৰ আচলতে এই পাতবোৰতে আছিল জ্ঞানৰ য’ত থুপবান্ধি আছিল আমাৰ জীৱনৰ হিচাপ -নিকাচ পাতবোৰৰ মাজত আছিল নে  সৰস্বতী আজিৰ দিনৰ সৰস্বতী কোৱা ভাটৌৰ ৰূপ আমাৰ…

জুৱেলাৰি ডিজাইনিং (Jewellery Designing)

 ড° বুলজিৎ বুঢ়াগোহাঁই জুৱেলাৰি ডিজাইনিং (Jewellery Designing) পঢ়ি ছাত্র-ছাত্রীসকলে এটা সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে । এজন সফল জুৱেলাৰি ডিজাইনাৰ হ’বলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে – সৃষ্টিশীল মন, সুকুমাৰ কলাৰ প্রতি আসক্তি, আৰ্টৰ সুন্দৰ দক্ষতা, সংবেদনশীল চিন্তন, বৈজ্ঞানিক…

অকণিয়ে অঁকা ছবি

‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ  আগবঢ়াইছোঁ  অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ  সমৃদ্ধ ৰাগ শইকীয়াই অঁকা ছবি পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

শ্ৰদ্ধাৰ্ঘ্য : ড° অপৰ্ণা মহন্ত

 ৰঞ্জুমণি মহন্ত ইংৰাজী সাহিত্যৰ প্ৰথমগৰাকী অসমীয়া মহিলা ডক্টৰেট, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ অপৰ্ণা মহন্ত আছিল অসমৰ নাৰীবাদী চিন্তা–চেতনাৰ অন্যতম বাটকটীয়া৷ যোৱা শতিকাৰ নৱম দশকৰপৰাই অসমৰ নাৰীবাদী আন্দোলনৰ সৈতে কেৱল বিদ্যায়তনিকভাৱেই নহয় এগৰাকী তৃণমূল কৰ্মী হিচাপেও জড়িত হৈ অহা…

অবাৰিত শৃংখল-দাসত্বৰ

 সঞ্জীৱ সভাপণ্ডিত ডেকা-গাভৰু বয়সত দেহা উজান–ভাটী কৰাৰ নিচিনাকৈ প্ৰৌঢ় বা বৃদ্ধ বয়সত মানুহৰ মনেও অতীত–ভৱিষ্যতৰ মাজত উজান–ভাটী কৰি থাকে৷ ডেকা-গাভৰু বয়সত যৌৱনৰ জোৱাৰত মন-কাগজৰ নাওখন উজান–ভাটী কৰে সংগমৰ তাড়নাত বা মিলনৰ আকাংক্ষাত৷ তেতিয়া কামনাৰ বাসনাত মন দহে, দেহা জ্বলে৷ তেতিয়া অনেক কথাই তুচ্ছ হৈ পৰে৷ পৰিয়াল–সমাজ-বয়সৰ সকলো বান্ধোন ছিঙি পেলাবলৈ…

কাটাকম্ব : মাটিৰ তলৰ সমাধি গৃহ

 ড০ ৰাস্না ৰাজখোৱা জেৰুজালেম এক প্ৰতিষ্ঠিত সমাধি কেন্দ্ৰ, কিন্তু এই পৌৰাণিক মহানগৰখনত সমাধিৰ বাবে ঠাইৰ নাটনি হৈ আহিছে৷ ২০১৫ চনত ‘জেৰুজালেম ইহুদী সম্প্ৰদায় সমাধি সমাজে’ এটা নিৰ্মাণ প্ৰতিষ্ঠানৰ সৈতে মহানগৰখনৰ আটাইতকৈ ডাঙৰ সমাধি ক্ষেত্ৰ ‘হাৰ হেমেনুচ’ট’ (Har Hamenuchot)-ৰ এটা পাহাৰত খনন কাৰ্য চলাই আৰু প্ৰায়…

পাহৰণি-সোঁৱৰণিৰ বৰ্ণমালা

গীতাঞ্জলি বৰকটকী কেঁচা খৰিৰ গোন্ধ উজাই অহা ৰাতি দুচকুত দোৰোণফুলীয়া হাঁহি পঢ়া টেবুলৰ পৰা জুহাললৈ তাঁতবাতি কঠিন অংকত উজুটি খাই পৰে টোপনি জুহালৰ কাষত ককা-আইতাৰ  সাধুকথাত আছিল বহু অজানা কাহিনী ফুল হৈ যোৱা ছোৱালীজনী চৰাই হৈ দেউতাকৰ হাতত পৰি তামোল…

ভাষিক জাতীয়তাবাদ আৰু অসমীয়া

কিছুদিনৰ পূৰ্বে বৰাক উপত্যকাত অসমীয়া ভাষাত লিখা অসম চৰকাৰৰ এখন বিজ্ঞাপনৰ ফলকত কোনোবা বাংলাভাষী সংগঠনৰ লোকে অসমীয়া আখৰত ৰং সানি ‘বাংলা লিখুন’ বুলি লিখাক লৈ সামাজিক মাধ্যম তথা প্ৰচাৰ মাধ্যমত যথেষ্ট হৈ চৈ সৃষ্টি হৈছিল৷  আৰু সতেত যিটো হয় সেইটোৱেই…

য়েল্ল’ষ্ট’ন্ ৰাষ্ট্ৰীয় উদ্যান : পৰ্যটন, পৰিস্থিতিতন্ত্ৰ, আৰু ভূতত্ত্ব

ড০ ভাৰত বৰুৱা য়েল্ল’ষ্ট’ন্ কেৱল উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰেই নহয় সমগ্ৰ পৃথিৱীৰো প্ৰথম ৰাষ্ট্ৰীয় উদ্যান বা নেশ্যনেল পাৰ্ক। এই পাৰ্কখন প্ৰতিষ্ঠা কৰা হৈছিল ১৮৭২ চনত। উদ্যানখন শেষ নোহোৱা উলূৱনি, লানি নিছিগা পৰ্বতমালা, আৰু দেধাৰ বন্যপ্ৰাণীৰে ভৰা। ৱায়‘মিং প্ৰদেশৰ উত্তৰ-পশ্চিম কোণৰপৰা ই ম‘ণ্টানা আৰু…