কৌতুকৰ ৰহঘৰাত এভুমুকি
সঞ্জীৱ সভাপণ্ডিত হাইস্কুলত পঢ়ি থকা সময়ত কৃপাবৰ বৰবৰুৱাৰ উইলখন পঢ়িছিলোঁ৷ বৰ হাঁহি উঠিছিল৷ চেঙেলী মাছ–গৰৈ মাছ আদি যে আমালৈ থৈ গৈছে ভাবি কৃপাবৰৰূপী ৰসৰাজ বেজবৰুৱাৰ কথালৈ কটাক্ষ কৰিছিলোঁ– থৈ যাবলৈ আৰু বস্তু পোৱা নাই! ধন-সোণ-মণি-মুকুতা দি যাব নোৱাৰিলে; এইবোৰ…