Tag শিক্ষা

অসমীয়া কল্পবিজ্ঞান সাহিত্যলৈ শান্তনু তামূলীৰ অৱদান আৰু বিশেষ চাৰিটা কল্পবিজ্ঞান গল্পৰ পৰ্যালোচনা

 আকাশ দীপ্ত ঠাকুৰ               ‘কল্পবিজ্ঞান গল্প’ৰ নিৰ্দিষ্ট সংজ্ঞা কি হ’ব পাৰে– এই সম্পৰ্কে বিশ্বসাহিত্যৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে সময়ে সময়ে বৰেণ্য লেখকসকলৰো বিভিন্নজনে বিভিন্ন মত দিয়া পৰিলক্ষিত হয়৷ ‘বিজ্ঞান-কাহিনী’ৰ এগৰাকী পণ্ডিত তথা বিশেষজ্ঞৰূপে অভিহিত কৰিব পৰা আইজাক আছিমভে এইদৰে কয়–“…Realistic…

কল্পবিজ্ঞান সাহিত্যৰ সোণালী যুগ

 (১৯৩০-১৯৫০ চনলৈ কল্পবিজ্ঞান সাহিত্যৰ চমু অৱলোকন) মানস প্ৰতিম দত্ত      কল্পবিজ্ঞান সাহিত্যৰ সৈতে জড়িত লেখক, পাঠক সকলৰ বাবে সদা পৰিচিত দশকটোৱেই সৈতে ১৯৪০-১৯৫০ চনৰ সময়ছোৱা। অৱশ্যে বহুতে ১৯৩০-৫০ চনৰ সময়ছোৱাক কল্পবিজ্ঞান সাহিত্যৰ উত্থানৰ সময় হিচাপে অভিহিত কৰাই নহয় বৰং এই…

টক্-শ্ব’

ভাস্কৰ ভূঞা আবেলি চ্ছেনেলৰ সংখ্যা টিপিলোঁ৷ ৯৪৫২৷  ক্ষন্তেক পাছতে ‘বেহৰবাৰী আউটপোষ্ট’ আৰম্ভ হ’ব৷ ছিৰিয়েলখনে ইতিমধ্যেই ৰাইজৰ বুকুত সাঁচ বহুৱাইছে৷  ব্যক্তি মাত্ৰেই নিজৰ ব্যঙ্গ জীৱনটো অভিনয়ৰ মাজেৰে চাই ভাল পায়৷ আনে কৰা চৰিত্ৰত চিকুটি চাব পাৰি নিজক৷ নিজৰ ভুলবোৰ আঁৰ লৈ…

দা ডিজাইনাৰ বেবী

মিনাৰা হুছেইন অত্যাধুনিক পৰীক্ষাগাৰত সকলো ব্যস্ত। চি চি আৰ ফাইভ CC নামৰ জিনটোৰ ওপৰত শেষ পৰ্যায়ৰ পৰীক্ষা চলাই থকা হৈছে। এইচ্ছ আই ভি পজিটিভ শুক্ৰাণু আৰু ডিম্বাণু দুটাৰ মিলন ঘটাই সৃষ্টি কৰা ভ্ৰুণৰ ওপৰত পৰীক্ষা চলি আছে। এইচ্ছ আই ভি পজিটিভ্ মাক-দেউতাকৰ পৰা…

মহাকাশ বিজ্ঞানী বৰ্ণালী দাসৰ সৈতে কথোপকথন

(যোৱা বছৰত এগৰাকী অসমীয়া যুৱতীয়ে মহাকাশ সম্পৰ্কীয় গৱেষণাত লাভ কৰিছে ঈৰ্ষণীয় সাফল্য। কেইবাটাও বিৰল শ্ৰেণীৰ ৰেডিঅ’ তাৰকা বা মেইন-ছি‍কুৱেঞ্চ ৰেডিঅ’ পাল্‌ছ এমিটাৰ বা এম আৰ পি  আৱিষ্কাৰ কৰি মহাকাশ গৱেষণাৰ জগতত বৰ্তি থকা দশকজোৰা ধাৰণা সলনি কৰি নাছাৰ গৱেষণাগাৰত বিশ্বব্ৰহ্মাণ্ডৰ…

অকণিয়ে অঁকা ছবি

‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ  আগবঢ়াইছোঁ  তিনিচুকীয়া ইংলিছ একাডেমীৰ কে.জি.–ৰ ছাত্ৰ সৌজন্য কাশ্যপ বৰদলৈয়ে  অঁকা ছবি

জে’মছ জয়চ্ আৰু তেওঁৰ ‘য়ুলিছিছ’ (১৯২২)

ড° চুলতান আলী আহমেদ ইংৰাজী সাহিত্যৰ বুৰঞ্জীত ১৯২২ চনটো এটা গুৰুত্বপূৰ্ণ জলচ্ছেদ (Watershed) হিচাপে পৰিগণিত হৈছে৷ এইটো বছৰতে তিনিখন এনেকুৱা ধৰণৰ সাহিত্যকৰ্ম প্ৰকাশিত হৈছিল যি তিনিখনক আধুনিকতাবাদী (modernist) সাহিত্য আন্দোলনৰ গুৰুত্বপূৰ্ণ পাঠ (text) হিচাপে গণ্য কৰা হয়৷ এই তিনিখন গ্ৰন্থ…

বিনিৰ্মাণবাদ

 ড° তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ : কুমুদ ঘোষ ড° তপোধীৰ ভট্টাচাৰ্য (সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড॰ তপোধীৰ ভট্টাচাৰ্য৷ দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ ৰবীন্দ্ৰ অধ্যাপক হিচাপে এসময়ত সেৱা আগবঢোৱা ড॰ ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত অসম বিশ্ববিদ্যালয়, শিলচৰৰ উপাচাৰ্য হিচাপে অৱসৰ…

জীৱনৰ পথাৰত আদৰ্শৰ অনুশীলন

 (সংগ্ৰামী সাহিত্যিক শশী শৰ্মাদেৱৰ চমু জীৱনী) প্ৰশান্ত মিশ্ৰ (৪) ধৰ্ম সম্বন্ধে ধাৰণা: ধৰ্ম সন্দৰ্ভত অ’ত ত’ত বিক্ষিপ্তভাৱে নিজস্ব অভিমত প্ৰকাশ কৰিলেও, এই বিষয়ে দুখন পুথিও লিখি উলিয়াইছে শমাৰ্দেৱে৷ এখন ‘ধৰ্ম আৰু সমাজ’ (১৯৮০) আৰু আনখন ‘অসমৰ হিন্দু-মুছলমানৰ সাংস্কৃতিক সম্পৰ্ক’ (১৯৯৮)…

এখন খিৰিকীৰ গল্প

মূল : হাৰুকি মুৰাকামিগল্প সংকলন :  The Elephant Vanishesগল্প :  A Windowইংৰাজী অনুবাদ : জয় ৰুবিনঅসমীয়া অনুবাদ : বিদ্যুৎ বিকাশ শৰ্মা হাৰুকি মুৰাকামি  শুভেচ্ছা ল’ব। এটা এটা দিন পাৰ হৈ গৈছে মানে শীতৰ ঠেঁটুৱৈ লগা ভাৱটো ক্ৰমে কমি আহিছে। কোমল…