পাৰুললতা
নিজৰা ৰাজকুমাৰী ৰহদৈ অ’ , এয়া নিৰ্মলা নদীৰ ঘাট …
নিজৰা ৰাজকুমাৰী ৰহদৈ অ’ , এয়া নিৰ্মলা নদীৰ ঘাট …
জীৱন কিশোৰ অসীম এজন অকণৰ দৰেই সৰল ল‘ৰা। তাৰ মাক-দেউতাকৰে সৈতে এটা সৰু ঘৰ, অলপ খেতি-মাটি আৰু এহাল গৰু আছে… ভাৰতৱৰ্ষৰ উত্তৰ-পূবত অৱস্থিত অসম নামৰ ঠাই এখনত ১৯৯৯ চনৰ ৩১ ডিচেম্বৰ তাৰিখে এটা সাধাৰণ পৰিয়ালত অসীমৰ জন্ম হৈছিল। সাধাৰণতে…
প্ৰশান্ত মিশ্ৰ আধুনিক প্ৰযুক্তিৰ দৌৰাত্ম্যই পুৰাতন মানৱীয় প্ৰমূল্যক প্ৰভাৱান্বিত কৰিছে নেকি? আমি অচিনাকি মূল্যবোধৰ পৃথিৱীলৈ ধাৱমান হৈছোঁ নেকি?প্ৰশ্নদুটা মনলৈ আহিছিল টেলিভিচনক যথাৰ্থতেই “মুৰ্খৰ বাকছ” আখ্যা দিয়া অভিধাটোৰ পৰা। এতিয়া জনপ্ৰিয় টক চ’ সমূহৰ…
ৰাজীৱ বৰা মিছা মিঠা, তৃপ্তিদায়ক৷ কুঁহিয়াৰৰ ডাবৰিৰ মাজৰ বগা অংশটোৰ আঁহবোৰ এৰুৱাই সৰুকৈ মুঠাই বান্ধিলে মিছা মাছটোৰ আকৃতি লয়৷ তঙালেৰে মেৰিয়াই বন্ধা, খামুচীয়া সেই মুঠাটোৰ গাত মিছা মাছৰ ঠেঙৰ দৰে এগাল শুং লৈ সিও সেইটো নামেই পালে৷ ফেলাহিত পগাই থকা…
কংকণ শৰ্মা অতিসাম্প্ৰতিক সাহিত্য জগতত এটি বহুল সমাদৃত বিষয় হিচাপে পৰিগণিত হৈছে পৌৰাণিক চৰিত্ৰসমূহৰ (mythological characters) ওপৰত বিস্তৃত অধ্যয়ন তথা গৱেষণাৰ জৰিয়তে প্ৰামাণিক তথ্য সহকাৰে লিখা উপন্যাস সাহিত্য৷ অৱশ্যে পণ্ডিত ৰাহুল সাংকৃত্যায়নৰ “ফ্ৰম ভল্গা টু গংগা” শীৰ্ষক গ্ৰন্থতো…
মৃদুল শৰ্মা ৪ সত্যৱতী ৷ কি যে জঘন্য আছিল সেই আয়োজন! কেৱল এজনী উদ্ভিন্নযৌৱনা যুৱতীৰ শাৰীৰিক সংসৰ্গ লাভৰ কাৰণেই মহৰ্ষি পৰাশৰৰ দৰে জ্যেষ্ঠ আৰু সৰ্বজনশ্ৰদ্ধেয় ব্যক্তি এজনে মোৰ পিতৃৰ সৈতে যে তেনে এক গোপন মন্ত্ৰণা আৰু ঘৃণনীয় আয়োজন কৰিছিল সেয়া…
ড॰ প্ৰিয়দেৱ গোস্বামী বৰ্তমান যুগটো হ’ল তথ্য-প্ৰযুক্তিৰ৷ ই হ’ল মানৱ সভ্যতাৰ চতুৰ্থ বিপ্লৱ৷ এই বিপ্লৱৰ আৰঁত বহু ব্যক্তিৰ অৰিহণা আছে৷ তাৰে ভিতৰত এজন অন্যতম ব্যক্তি হ’ল জৰ্জ বুল৷ সময়-ৰেখাৰ হিচাপত বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল ১৪ বিলিয়ন বছৰৰ পূৰ্বে৷…
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ মাজুলীৰ ‘অমৰ ঘোষ হ’লি আইলেণ্ড স্কুল’ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী আৰাধ্যা শুভলক্ষ্মীয়ে অঁকা ছবি পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT
নীলোৎপল বৰুৱা পৱিত্ৰ ৰাভাৰ প্ৰতিখন নাটকেই বিশালাকাৰ, আয়তনযুক্ত আৰু মহাকাব্যিক। কাহিনী বৃত্তান্ত নাটকীকৰণ কৰোঁতে তেখেতে একোটা বিৰাটাকায় ফ্ৰেম তৈয়াৰ কৰি লয়। প্ৰতিটো নাটকীয় উপাদান অথবা উপৰিসৌধটোক প্ৰক্ষেপ কৰোঁতে কৃপণালি নকৰে নতুবা বিব্ৰত নহয়। সাধাৰণতে পৰিচালকে ভয় কৰা লাৰ্জ স্কে’লৰ…
মূল : হুমায়ূন আহমেদ অনুবাদ : ড° জোনালী পাটোৱাৰী বৰা থাৰ্ড পিৰিয়ডত প্ৰণৱবাবুৰ ক্লাছ নাই। তেওঁ আলোচনী এখন বিচাৰি কমনৰূমলৈ সোমাই আহিল। স্কুলখনত আলোচনী বুলিবলৈ এই এখনেই। নিজৰ পঢ়া শেষ নোহোৱালৈকে সেইখন হেডমাষ্টৰ মহাশয়ে নিজৰ কোঠালিতে ৰাখি থয়। আজি পিছে…