Tag শিক্ষা

অসমীয়া ‘ৱিকিমিডিয়া’ প্ৰকল্পসমূহৰ জয়যাত্ৰা আৰু অসমীয়া ‘ৱিকিপিডিয়া’ৰ গতি-প্ৰকৃতি: এটি অৱলোকন

 ভাস্কৰ ভূঞা   ৱিকিপিডিয়া (Wikipedia) ৱিকিপিডিয়া হ’ল অব্যৱসায়িক, মুক্ত, ৱে’ব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ বা তথ্যকোষ৷ ৱিকিপিডিয়াৰ প্ৰতিষ্ঠাপক আছিল লেৰী ছোংগাৰ আৰু জিমী ৱেল্‌ছ৷ জিমী ৱেলছৰ মতে ৱিকিপিডিয়া হৈছে– “পৃথিৱীৰ প্ৰত্যেক ব্যক্তিৰ মাতৃভাষাতে এখন উৎকৃষ্ট মানৰ বহুভাষিক মুক্ত বিশ্বকোষ ৰচনাৰ প্ৰয়াস৷…

গান্ধী ফাগ্লা : কথকতা আৰু কথক

 গীতাশ্ৰী তামুলী    নীলোৎপল বৰুৱাৰ গল্প আগেয়ে পঢ়া নাছিলো৷ তেওঁৰ ‘গান্ধী ফাগ্লা’ কিতাপখন পাই সেই নামৰ গল্পটোকে উলিয়াই লৈছিলোঁ৷ পঢ়ি যাওঁতে এনে লাগিল যেন বিচাৰি ফুৰা কাহিনীকওঁতা এজন পাই গ’লোঁ৷ এই আৱেগিক প্ৰতিক্ৰিয়াৰ দুটা কাৰণ হ’ব পাৰে যেন লাগিছে- প্ৰথম,…

মডেলিং (Modeling)

 ড° বুলজিৎ বুঢ়াগোহাঁই   বৰ্তমান যুগত ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে মডেলিং এটা আকৰ্ষণীয় কেৰিয়াৰ। এইটো আটাইতকৈ ৰোমাঞ্চকৰ আৰু লাভজনক বৃত্তিবোৰৰ এটা। এই বৃত্তিক পুৰুষ আৰু মহিলাসকলক সমানে আকৰ্ষিত কৰে, যদিও এটা সময় আছিল এই ক্ষেত্ৰখনত মহিলাসকলে আধিপত্য বিস্তাৰ কৰিছিল। উপভোক্তাবাদ আৰু সংবাদ…

বোধ

দাদুল ভূঞা     ‘বুধিয়ক শিয়ালৰ’ সাধুটো মনত আছেনে আপোনাৰ   শৈশৱতে পঢ়া ৰজা-ৰাণীৰ সাধুটো বুকুত কঢ়িয়াই আমি গৈ আছোঁ একেটাই বাটেদি   ভঙা-গঢ়া, সজাটোৱেই যদি মানুহৰ কাম তেন্তে, কোনে গঢ়িলে শিলৰ দুৱাৰ   বন্ধ কুঠৰীত দেখোন জ্বলে— ধৰ্ম-অধৰ্ম, জাতি-অজাতি,…

অনাবিলৰ পদ্য

ৰচনা পাঠক অনাবিল বৰবৰা ল’ৰাটিৰ নাম, কম্পিউটাৰ গে’ম খেলে, নাই আন কাম৷ পঢ়াৰ কথা ক’লে তাৰ পেটটো বিষায়, আৰু লৰালৰি কৰি কেনিবা লুকায়৷ তেনে সময়তে উঠে মাকৰ খং, ‘কিয় হ’বি ল’ৰা তই ইমান অভং?’ বুলি কৈ মাকে লয় হাতত এচাৰি,…

নতুন বছৰৰ চিন্তা

নতুন বছৰ বোলা ধাৰণাৰ উৎসৱ এটা বছৰেকৰ মূৰে মূৰে আহে আৰু প্ৰায় সকলো যোত্ৰবান মানুহেই আনন্দ-বিনোদন কৰাৰ সুবিধা ল’লে৷ নতুন বছৰটো কিন্তু কাহানিও নতুন হৈ ৰৈ থকা নাই, নাথাকেও৷ তথাপি, মানুহৰ সৃষ্টিশীল সৌন্দৰ্যকামী, মঙ্গলকামী মনে সকলোৰে মঙ্গল কামনা হোৱাকৈ আনন্দ কৰেই; কাৰণ ফূৰ্তিপানী অকণ…

লজেঞ্চ দিয়া লʼৰাজন

অমৃত গোস্বামী           আমাৰ ঘৰৰ আটাইকেইজন লʼৰা-ছোৱালীয়ে‌ দহোটীয়া হাইস্কুলত পঢ়া-শুনা কৰা।‌ দহোটীয়া হাইস্কুললৈ‌ আমাৰ ঘৰৰপৰা পশ্চিম দিশে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি দুই কিলোমিটাৰমান যোৱাৰ পাছত, আকৌ ডেৰ কিলোমিটাৰমান গাঁৱলীয়া ৰাস্তাৰে সোমাই যাব লাগে। মোক মোৰ মাজুদাদাই কোৱামতে, মাজুদাদা প্ৰথমদিনা…

অসমৰ শিক্ষকৰ সীমাবদ্ধতাখিনি বুজি লোৱাটো জৰুৰী

ৰবীন কুলি   শিক্ষকৰ প্ৰতি থকা এক পৰম্পৰাগত ধাৰণা Teachers are born naturally as teachers কথাষাৰ আজিৰ তাৰিখত গ্ৰহণযোগ্য নহয়। শিক্ষাদানৰ সেৱাটো আজি আন আন বৃত্তিৰ দৰে এটা বৃত্তি। এটা চাকৰি। আন আন চাকৰিৰ দৰে শিক্ষকৰ চাকৰিৰ বাবেও প্ৰতিযোগিতাৰ আয়োজন…

ভীষ্ম সাহনীৰ নাটক “হানুচ” : এটি আলোচনা

দীপাঞ্জলি দেৱী   হিন্দী সাহিত্যৰ মাধ্যমেৰে আধুনিক ভাৰতীয় সাহিত্যক বিশেষভাৱে সমৃদ্ধ কৰা লেখকসকলৰ ভিতৰত ভীষ্ম সাহনী অন্যতম  আৰু অনন্য। ১৯১৫ চনৰ ৮ আগষ্টত বৰ্তমানৰ পাকিস্তানৰ ৰাৱলপিণ্ডিত জন্মগ্রহণ কৰা ভীষ্ম সাহনী আছিল একাধাৰে ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, সাংবাদিক, অনুবাদক, শিশু সাহিত্যিক  আৰু…