সমকামিতাক তুলি ধৰা এখন উপন্যাস
কিশোৰ দাস কোঁৱৰ প্ৰস্তুতিকালৰে পৰা বৰ্তমান সময়লৈকে অসমীয়া উপন্যাসে বিভিন্ন সাহিত্যৰূপ (Genre)-ৰ মাজেৰে বিষয়-বৈচিত্ৰ্যৰ ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা চলাই আহিছে৷ ফলস্বৰূপে সমাজত সংঘটিত বিভিন্ন ঘটনা-সংঘটনাই ইয়াত স্থান লাভ কৰিছে৷ প্ৰাৰম্ভিক কালৰে পৰা চিন্তা-চৰ্চা কৰি অহা বিভিন্ন বিষয়সমূহে একবিংশ শতিকাত নানান মাধ্যমেৰে…