Tag শিক্ষা

হালধিবাৰীত বৰষুণ

সঞ্জীৱ বৰুৱা   নৃত্যৰতা আকাশ চমকি উঠিছে মেঘ সৃষ্টিৰ বৃষ্টিয়ে কঢ়িয়াব ধৰালৈ অনাবিল শান্তিৰ সপোন গুঞ্জন ।   তেজে তুমৰলি দিগন্ত নেওচি উপভোগ কৰা এই সময়।   আৰ্দ্ৰতাৰ আৱৰণ আঁতৰাই অযুত সম্ভাৱনাৰে হালধিবাৰীত  বৰষুণ আহিব সপোনৰ বৰষুণ।   এতিয়া অপেক্ষাকৃত…

বাংলা কথাসাহিত্যত মৃত্যু চেতনা : তাৰাশঙ্কৰ, বিভূতিভূষণ আৰু মানিক

বাসুদেব দাস  ‘আৰোগ্য নিকেতন’ উপন্যাসৰ নায়ক এজন গাঁৱলীয়া চিকিৎসক—জীৱন মশাই। দেউতাক জগৎ মশাই। ল’ৰাক দীক্ষাদানৰ সময়ত মৃত্যুৰ ৰহস্য উন্মোচন কৰি তেওঁ কৈছিল—‘মৃত্যু প্রজাপতি ব্রহ্মাৰ অঙ্গৰ পৰা নির্গত ছাঁ’ৰ নিচিনা—‘পিঙ্গলকেশা, পিঙ্গলনেত্রা, পিঙ্গল বর্ণ। গ’লদেশে আৰু মণিদেশে পদ্মবীজের ভূষণ, অঙ্গে গৈ্রিক কাষায়।’…

তৰুণ কবি নীলম গগৈৰ কবিতাত ‘নতুনত্বৰ সুৰ’ : বিশ্লেষণ আৰু পৰ্যালোচনা

  অসীম কুমাৰ হাজৰিকা     সাম্প্ৰতিক অসমীয়া কবিতাৰ জগতখনত তৰুণ প্ৰজন্মৰ কবি নীলম গগৈয়ে শেহতীয়াকৈ ভুমুকি মাৰিছে৷ ‘ভাল হোৱাটো পাপ কমৰেড’ গগৈৰ কাব্য জীৱনৰ প্ৰথম স্বাক্ষৰ৷ জীৱনৰ নানা ঘটনা-পৰিঘটনা, পৰিৱেশ, চিত্ৰকল্প ইত্যাদিৰ মাধ্যমত তেওঁ চিন্তাৰাশিক বৈচিত্ৰময় ৰূপত মূৰ্ত কৰিছে৷ চিন্তন…

ধেৱাই ধোৱা ধৰণী

 আজিত ছিংনাৰ তেৰ বাৰিষা পাৰ হৈ গ’ল৷ সকলোৰে হাল উঠিল৷ এতিয়া  গাঁওবুঢ়া-মেনাবোৰৰ লগতে আন সচেতন ৰাইজ সাজু হৈছে পেলাই থোৱা কামটো কৰিবলৈ৷ টোপাকুছিৰ ৰজাই ওচৰত থকা পাঁচোৰজাক মাতি আনি গোটেই পৰিকল্পনাটো বিশদভাৱে আলোচনা কৰিছে৷ আৰু আলোচনাৰ সিদ্ধান্তবোৰ সাতোৰজালৈ পঠিয়াইছে৷ হেনাপতি…

ৰ’দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী ( ৭)                                                             (১)  প্ৰাইমাৰী পৰ্যায়টো ভালে ভালেই পাৰ কৰিলোঁ৷ এতিয়া আহিল  হাইস্কুলৰ পৰ্যায়৷ দেউতাই নিজেই নাম ভৰ্তিৰ কাৰণে বেছেৰীয়া হাইস্কুললৈ এদিন মোক লৈ গ’ল৷ হেডমাষ্টৰ মহোৰাম বৰাই দেউতা গৈ পোৱাৰ পিছতে…

লিটমাছত লিখা এখন দিনলিপি

 মুনমী দত্ত হাজৰিকা      : এণ্ড দ্য এৱাৰ্ড গ’জ টু…নাটু নাটু…   সপ্ৰতিভ ব্যক্তিত্বৰে তেওঁ ডাইচলৈ আহিল৷ উজ্জ্বল চকুৰে সকলোলৈকে দৃষ্টি নিক্ষেপ কৰিলে৷ এনে লাগিল তেওঁ যেন এই সময়ত প্ৰেক্ষাগৃহত উপস্থিত থকা সকলোৰে বহুদিনীয়া চিনাকি৷    কি কয় বা!    মোবাইলৰ এৱাৰ্ড…

ৰ’দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী                          (৬)     মোৰ প্ৰথম স্কুল যাত্ৰা :               দেউতাই আঠোটা ল’ৰা-ছোৱালী ডাঙৰ-দীঘল কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হ’বলগীয়া হৈছিল…

কেনেদৰে সদায় মুকলি মনেৰে থাকিব পাৰি

 কিশোৰ দাস কোঁৱৰ  আমাৰ জীৱন পৰিক্ৰমাত সুখী হ’বলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হ’ল – ‘ব্যক্তি স্বাধীনতা’ আৰু এই ব্যক্তি স্বাধীনতাইহে এজন ব্যক্তিক এগৰাকী মুকলি মনৰ অধিকাৰী কৰি তুলিব পাৰে আৰু বিভিন্ন নেতিবাচক চিন্তাৰ পৰা আঁতৰি জীৱনটোক ইতিবাচক কৰি তুলিব পাৰে৷  এজন…

অসমীয়া-গোৰ্খা সমাজৰ প্ৰবাদপুৰুষ ছবিলাল উপাধ্যায় : আদৰ্শধ্যায়ী ব্যক্তিত্ব

 (১৪০ সংখ্যক জন্মবাৰ্ষিকীৰ সোঁৱৰণ) বাব্‌লু প্ৰসাদ বৰুৱা   অৱতৰণিকা :   প্রায় পাঁচ হাজাৰ বছৰীয়া আলোকমণ্ডিত সভ্যতাৰ কেন্দ্ৰস্থল ভাৰতবৰ্ষ হৈছে বৈচিত্ৰ্যৰ মাজত একতাৰ দেশ৷ বৈচিত্ৰ্য মানে ভাষা, ধৰ্ম, জাতি, আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু পৰম্পৰাগত ইত্যাদি দিশৰ বিবিধতাপূৰ্ণ সংশ্লেষণ৷ অসম ভাৰতৰ এক…

ক্ৰীড়া মনোবিজ্ঞানী( Sports Psychologist)

 ড০ বুলজিৎ বুঢ়াগোহাঁই   ক্ৰীড়া মনোবিজ্ঞানী হৈছে সেই বিশেষজ্ঞসকল, যিসকলে ক্ৰীড়াবিদৰ মানসিক মঙ্গল আৰু প্ৰদৰ্শন উন্নত কৰাত সহায় কৰে৷ তেওঁলোকৰ কৰ্ম ক্ষেত্ৰ ক্ৰীড়াবিদৰ বাহিৰেও, প্ৰশিক্ষক, অভিভাৱক, প্ৰশাসক, ফিটনেছ বিশেষজ্ঞ, শিল্পী আৰু সংগঠনলৈ বিস্তাৰিত৷ এই দৃষ্টিভংগীৰ লক্ষ্য হৈছে ক্ৰীড়াবিদৰ মানসিক আৰু…