খাকীবোৰ
ধ্ৰুৱজ্যোতি দাস এইযে কিছুমান খাকীৰ তলত থকা জীৱ কিনো বনৰীয়া পাই ! ধেৎ, বনৰীয়া বুলিব নোৱাৰিচোন বনৰীয়া বুলিলে কপৌফুলবোৰলৈহে মনত পৰে৷ কপৌফুল বা নাগচম্পা নহয়৷ খাকী পোচাক৷ কিছুমান খাকী পোচাক৷ খাকীৰ তলত বাঢ়ে দাঁত : মূলাহেন… খাকীৰ তলত…
ধ্ৰুৱজ্যোতি দাস এইযে কিছুমান খাকীৰ তলত থকা জীৱ কিনো বনৰীয়া পাই ! ধেৎ, বনৰীয়া বুলিব নোৱাৰিচোন বনৰীয়া বুলিলে কপৌফুলবোৰলৈহে মনত পৰে৷ কপৌফুল বা নাগচম্পা নহয়৷ খাকী পোচাক৷ কিছুমান খাকী পোচাক৷ খাকীৰ তলত বাঢ়ে দাঁত : মূলাহেন… খাকীৰ তলত…
ড০ ৰমেশ চন্দ্ৰ গোস্বামী মৰমৰ পোনাকণ, মৰম ল’বাহঁক৷ আশাকৰোঁ বোৱাৰী আৰু কণমানিজনীৰ সৈতে কুশলে আছা৷ তোমাৰ পৰা ভালেমান দিন একো খবৰ পোৱা নাই৷ বিয়াৰ পাছৰ পৰাই তোমাৰ চিঠি-পত্ৰও কমকৈ আহে, ফোনোচোন কমকৈ আহে! পাঁচ-ছমাহ ধৰি ফোন এটা নাহিলে মোৰ যেন-তেন,…
আকাশ দীপ্ত ঠাকুৰ মাইনীয়ে প্লেটফৰ্মৰ ওপৰৰ ফালে ৰঙা হৈ জিলিকি থকা ফলকখনলৈ চাই আছিল৷ সময় কিমান হৈছে তাতে নিৰ্দেশ কৰা থাকে৷ পুৱা ঠিক ছয় বাজি একচল্লিছ মিনিট হোৱাৰ লগে লগে ক’ৰবাৰপৰা কিবা এটা ঘোষণা কৰাৰ দৰে শব্দ শুনিবলৈ…
অংকুৰণ আৰ্ফ গাঁওবোৰ গাঁও হৈ থাকক চিৰদিন চিৰকাল গাঁওবোৰ গাঁও হৈ থাকিলেই ভাল গাঁৱতহে মাতৰ নাই আকাল গাঁৱতহে ভৰুণ হৈ থাকে ধানৰ ভঁৰাল …
পঙ্কজ প্ৰতিম বৰদলৈ ব্ৰিটিছসকলে ভাৰতৰ বহুধা বিভক্ত প্ৰশাসন ব্যৱস্থাক আধুনিক কৰি সময়ৰ লগত খাপখুৱাবৰ বাবে এচাম অতি দক্ষ আমোলাৰ সৃষ্টি কৰিছিল৷ য়ুৰোপৰ সেই সময়ৰ আগবঢ়া দেশবোৰৰ প্ৰশাসন ব্যৱস্থাৰ আধাৰত এটা অসামৰিক প্ৰশাসন ব্যৱস্থা ভাৰতত আৰম্ভ কৰিছিল৷ প্ৰথমতে কেৱল…
ড° বুলজিৎ বুঢ়াগোহাঁই গেমিং হৈছে লেপটপ, ব্যক্তিগত কম্পিউটাৰ, ম’বাইল ফোন, টেবলেট, প্লেষ্টেচন, এক্সবক্স আদিৰ দৰে ইলেকট্ৰনিক ডিভাইচ ব্যৱহাৰ কৰি খেলা ভিডিঅ’ গেম৷ বিগত বছৰবোৰত কম্পিউটাৰ গেমবোৰ মনোৰঞ্জন উদ্যোগৰ অন্যতম বৃহৎ শাখা লৈ পৰিণত হৈছে৷ বহুতে গেমিঙক কেৱল মনোৰঞ্জনৰ…
ক্ষিপ্ৰকল্প গগৈ প্ৰশান্ত ছাৰে স্কুলত খচ্খচকৈ কিবা লিখি দিয়া কাগজৰ টুকুৰাটো অমলে চিধাই আহি মাকৰ হাতত দিলেহি। কেলেই? ছাৰৰ ৰঙা ৰঙা চকু দুটাই তেওঁ পিন্ধি থকা চশমাযোৰৰ ওপৰত বহিলৈ অমলৰ ফালে চাই তাক ধম্কিয়াই উঠা নাছিল জানো—“চিধাই গৈ মাৰক…
ড০ পৰমানন্দ মহন্ত সৈন্যবাহিনীৰ চকীৰ পুথিভঁৰালৰ সুদৃশ্য বেটুপাত আৰু ধুনীয়াকৈ বন্ধোৱা এখন কিতাপ মোৰ ভাইটিয়ে হস্পিটেলৰ বিছনাত পঢ়ি আছিল৷ শেষৰ কেইটামান পৃষ্ঠা বাকী অছিল৷ সি মোক ক’লে, ‘মোৰ পঢ়ি হ’লে তই পঢ়িবি, বৰ ভাল লাগিছে কিতাপখন– হাৰ্মান হেছেৰ ‘সিদ্ধাৰ্থ’৷’ কিতাপখন অতদিনে…
স্বপ্না দত্ত ভৰালী প্ৰতিখন ঠাইতে একোজন জনাৰ্দন বৰুৱা থাকে৷ যেনেদৰে প্ৰতিখন চহৰতে চাগৈ একোগৰাকী কনিকা ভূঞা থাকে৷ আচলতে প্ৰতিজন জনাৰ্দন বৰুৱা নতুবা কনিকা ভূঞাহঁতৰ স্বভাৱ চৰিত্ৰবোৰ একেটা ৰাগীতে বন্ধা থাকে৷ প্ৰকৃত চৰিত্ৰ মুখাৰ আঁৰত ঢাকি আৰু কিমাননো থাকিব! সময়ত…
প্লাষ্টিক, প’লিথিন আৰু থাৰ্ম’কল এইকেইবিধ প’লিমাৰসৃষ্ট কৃত্ৰিম পদাৰ্থ সাম্প্ৰতিক সময়ত পৃথিৱীবাসীৰ কাৰণে এক প্ৰকাৰ অভিসম্পাতত পৰিণত হৈছে৷ ইয়াক অভিসম্পাত বোলাৰ অন্যতম কাৰণ হৈছে এই দুয়োবিধ বস্তু সহজে মাটিৰ সৈতে মিহলি নহয়৷ ফলত প্লাষ্টিক, প’লিথিন আৰু থাৰ্ম’কল (আচলতে এই তিনিবিধ বেলেগ পদাৰ্থ নহয়৷ কিন্তু…