Tag শিক্ষা

মাক-কথা

  (Unfolded Stories of a Mother) ৰত্নোত্তমা দাস বিক্ৰম (দুই)  নিনাদ অহাৰ আগতে, দিল্লীৰ পৰা গৈ নাহৰৰ দেশত (গ’গা, ক্লিম্‌ট্‌ আৰু জিব্ৰানৰ কেইখনমান বিশেষ পেইণ্টিঙে যেতিয়া মোৰ মন-মগজুত ভৰ কৰিছিল)   কিছুমান কথাৰ আৰম্ভণিৰ বিন্দু ঠিক কোনখিনিত কোৱাটো জটিল৷ কিছুমান কথাৰ আৰম্ভণিৰ…

যোৰহাট চহৰৰ সংগীত সাধনাৰ এটি অৱলোকন

পৰমানন্দ মহন্ত ‘অভিযাত্ৰী তুমি অমৃত সন্ধানী’ – নামটোতেই কিবা কালিকা থকা যেন লাগে; ভিতৰৰ পৃষ্ঠাত দেখিলোঁ ‘অভিযাত্ৰী তুমি অমৃত সন্ধানী (প্ৰথম খণ্ড) – যোৰহাটৰ বিশিষ্ট শিল্পীসকলৰ সাংস্কৃতিক যাত্ৰাৰ এক চমু অৱলোকন’৷ লেখিকা নিজেই এগৰাকী সংগীত আৰু নৃত্য শিল্পী, আৰু যোৰহাট…

ড০ ভূপেন হাজৰিকাৰ গীতত প্ৰেম আৰু প্ৰকৃতি : এটি অৱলোকন

কংকণ বৰা     “সংগীত ফল্গুৰ দৰে, জ্যোতিৰ লহৰ, শব্দ-যন্ত্র ইত্যাদি৷” এটা সময়ত ৰাধিকাৰাম ঢেকীয়াল ফুকনে ‘ঔপপত্তিক আৰু ক্রিয়াসিদ্ধ তৌযত্রিক’ সংগীত সাধনাৰ বাবে অসমীয়াসকললৈ আহ্বান জনাইছিল৷ সংগীতক নৱৰসৰ শ্ৰেষ্ঠতম কলা মাধ্যম বুলি তেওঁ গ্রহণ কৰিছে৷ ভূপেন হাজৰিকাৰ বেলিকাও ই ব্যতিক্রম…

শিল্পী জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমাৰ এক চমু আলোকপাত

 ৱাহিদ আহমেদ   জুবিন গাৰ্গ আছিল এজন প্ৰখ্যাত ভাৰতীয় সংগীতজ্ঞ, গায়ক, সুৰকাৰ, গীতিকাৰ, বাদ্যযন্ত্ৰবাদক, অভিনেতা, পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, কবি, আৰু দানবীৰ হিচাপে পৰিচিত৷ ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰা তেখেতৰ নাম আছিল বিখ্যাত সুৰকাৰ জুবিন মেহতাৰ নামেৰে৷  পিছত…

চোৰ

 মূল: ৰাস্কিন বণ্ড অনুবাদ: পংকজ কুমাৰ নেওগ   ৰ’মিক প্ৰথমবাৰৰ বাবে লগ পাওঁতে মই এটা চোৰ আছিলোঁ। যদিও সেই সময়ত মই আছিলোঁ মাত্ৰ ১৫ বছৰীয়া, চুৰিবিদ্যাত মই আছিলো পাকৈত আৰু সিদ্ধহস্ত। মই ৰ’মিৰ ওচৰ চাপোঁতে তেওঁ কুস্তিখেল এখন মনোযোগেৰে চাই…

নীলিম কুমাৰৰ কবিতাৰ পৰা গজি উঠা কবিতা

 বেদান্ত নাথ   আ‌ঙ্গিক আৰু বিষয়-বস্তুৰ নতুনত্বৰে কবি উৰ্মি জুলী শইকীয়াই অসমীয়া কবিতাত নিজৰ এক পৰিচয়‌ গঢ়ি তোলা আমি দেখিবলৈ পাইছোঁ। উৰ্মি জুলীৰ কবিতাসমূহ সমসাময়িক কবিসকলতকৈ বিশেষকৈ মহিলা কবিসকলতকৈ কিছু পৃথক। কবি উৰ্মি জুলীৰ প্ৰায়বোৰ কবিতাত সামাজিক-ৰাজনৈতিক স্থিতাৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদৰ এক…

ৰবীন্দ্ৰ আহিছিল

বিশ্বজিৎ শইকীয়া জ্বলি থকা হাতচাকিটো ফুৱাই নুমুৱাই দিছোঁ শলিতাডাল টুকি টুকি টপালি খাইছোঁ কেৰাচিন গাৰ কামিজটো খুলি বান্ধি লৈছোঁ কঁকালত  আৰু খাওঁ খাওঁ কৈ আগবাঢ়ি অহা যাত্ৰীবাহী ৰে’লখনক বুকুৰ এটুকুৰা দি পঠিয়াইছোঁ এবাটি এচিডত সোলকাই থৈছোঁ কান্দি থকা এহালি চকু…

অসমৰ শাক্ত আৰু বৈষ্ণৱ পৰম্পৰা : সহাৱস্থান আৰু প্ৰত্যাহ্বান

পঙ্কজ প্ৰতিম বৰদলৈ   অসমৰ ধৰ্মীয় জীৱন হৈছে বৈচিত্ৰ্যপূৰ্ণ পৰম্পৰাৰ এক জটিল প্ৰক্ৰিয়া৷ য’ত শক্তি (শাক্ত) আৰু বিষ্ণু (বৈষ্ণৱ)ৰ সেৱাৰ দ্বাৰা অঞ্চলটোৰ সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিচয় বিশেষভাৱে গঢ় লৈ উঠিছে৷ এফালে নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ দক্ষিণ এছিয়াৰ অন্যতম বিশিষ্ট শাক্ত…

গানে কি আনে

চন্দ্ৰাৱলী বৰঠাকুৰ   গানে কি আনে ফুলত প্ৰাণ, প্ৰকৃতিত সাহ সেউজীয়াত আশাৰ বীজ সৃষ্টিশীল নৱ বাসনা।   গানে কি আনে পৰাজয়ত জয়,বেদনাত প্ৰেৰণা অসুখীক নিৰোগ অঘৰীক স্থায়ী নিৰাপত্তাৰ ঠিকনা।।   গানে কি আনে হিলদল ভাঙি আনে অজস্ৰ শ্ৰোতা জীৱনত বাৰে…