পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ
নিৰু দত্ত আমাৰ সৰুকালত পঢ়া-শুনাত পাল মাৰিলে আমাক মা-দেউতাই যিজন পুৰুষৰ উদাহৰণ দিছিল একাগ্ৰতাৰে অধ্যয়ন কৰা বুলি, সেইজন প্ৰাতঃস্মৰণীয় ব্যক্তি পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্মদিন ২০ জুলাইত। শ্ৰদ্ধাৰে সুঁৱৰিছো ১৮৯৮ চনত যোৰহাটৰ “সাতঘৰীয়া” আহোম ফৈদৰ পৰিয়ালত…