Tag সংস্কৃতি

আৰ্থাৰ শ্বোপেনহাৱাৰ

ড° প্ৰাণজিৎ বৰা     নীৎসেই তেওঁৰ “শ্বোপেনহাৱাৰ এজ এডুকেটৰ” (১৮৭৪) শীৰ্ষক ৰচনাত লিখিছিল যে একমাত্ৰ যিগৰাকী দাৰ্শনিকক তেওঁ মহাগৌৰৱেৰে স্বীকাৰ কৰিব পাৰে, তেঁ‌ৱেই হৈছে আৰ্থাৰ শ্বোপেনহাৱাৰ (১৭৮৮-১৮৬০)। পৰম্পৰাগত ধৰ্ম আৰু ঈশ্বৰৰ অস্তিত্বৰ ধাৰণাক নাকচ কৰি উঠিও পৰম্পৰাগত নৈতিক প্ৰমূল্যসমূহক স্বীকাৰ…

বিটকইন

বিনয় মোহন শইকীয়া (৩)  বিটকইনৰ প্রাসংগিকতা   বিটকইনৰ প্রাসংগিকতা কিয় আহিল সেই প্রশ্নৰ উত্তৰ দিয়াৰ আগতে বিশ্বজুৰি প্রচলিত বেংক ব্যৱস্থাৰ কিছু কথা জানিব লাগিব আৰু এই ব্যৱস্থাৰ কিবা ত্রুটী আছে নেকি তাকো চালি-জাৰি চাব লাগিব। কিন্তু তাৰ আগতে বিটকইনৰ সৈতে…

বচা বকুল

 ৰমানন্দন বৰা পাহিতাৰ ল’ৰা হোৱাৰ বতৰাটো দশৰথৰ টিকাত থকা বছা গাঁৱৰ মানুহখিনিৰ মাজতো এছাটি কোমল বতাহৰ দৰে বিয়পি পৰিল৷ পাহিতাৰ মাকৰ মনটো দুখৰ ডাৱৰে ওন্দোলাই আনিলে৷ আনে নেদেখাকৈ এসোঁতা কান্দিলে৷ বছা গাঁৱত পানী কমিছে, যদিও মানুহবোৰ তালৈ যাব পৰা হোৱা নাই৷…

সংযোগ

 যশোৱন্ত নিপুণ চকীখনত আৰামকৈ বহি বিছনাত ভৰি দুখন তুলি দি ৰাতুলে খিৰিকিৰে দূৰৰ নীলা পাহাৰখনলৈ চাই পঠিয়ালে৷ আকাশখনো কেৱল নীলা, নীলা আৰু নীলা৷ বগলী এজাক এফালে উৰি গৈ আছে৷ নীলাৰ মাজত বগলী বগা ! আস্ কি সুন্দৰ দৃশ্য ! বগলীজাকৰ…

চ্যালুইনৰ পৰা লুইতলৈ

 ড০ চন্দ্ৰধৰ চমুৱা  (যোৱা সংখ্যাৰ পিছৰ পৰা)     (সামৰণি অধ্যায়)   লাক্‌নি মঙ্‌কাউ বছৰ৷   ৰাজ্যৰ শৌৰ্য-বীৰ্য, প্ৰাণপ্ৰাচুৰ্য, নতুন উদ্দীপনা প্ৰতিষ্ঠাৰ বাবেই ৰিক্‌-খ্‌বন্‌ মঙ্‌-খবন্‌ পূজা পতা হৈছে। তিনি পুৰোহিতে খেক্‌ বিধি অনুসৰি পূজা পৰিচালনা কৰিছে।   পূজা-উৎসৱলৈ আমন্ত্ৰণ কৰা হৈছে…

সংগ্ৰহালয় : ইতিহাস, বৰ্তমান আৰু সাম্প্ৰতিক বিতৰ্ক

পংকজ প্ৰতিম বৰদলৈ যোৱা কিছু দিন ধৰি ৰাজ্যখনত এক বিশেষ সম্প্ৰদায়ৰ কিছু সংখ্যক লোকে এটা সংগ্ৰহালয় স্থাপন কৰাক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। আমাৰ দেশৰ বাবে সংগ্ৰহালয় এটা ‘নীৰৱ’ (silent) সামাজিক প্ৰতিষ্ঠান, যদিও সমগ্ৰ বিশ্বতে ই এক সামাজিক সমস্যা আৰু ইছ্যুসমূহক…

অসম সাহিত্য সভাৰ প্রথম সভাপতি- পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো

 নৱনীতা ভট্টাচাৰ্য্য (৩)   আজি পদ্মনাথ গোহাঞি বৰুৱাৰ ভাষণটোৰ দ্বিতীয় খণ্ডটো ক’বলৈ ওলাইছোঁ৷ এই খণ্ডটোত গোহাঞিবৰুৱাদেৱে অসমীয়া ভাষাৰ ইতিহাস সম্পৰ্কেও যি আলোচনা কৰিছিল সেই বিষয়ে অলপ ক’বলৈ ওলাইছোঁ৷ তেওঁ অসমীয়া ভাষাৰ উৎপত্তিৰ বিষয়ে চমু আভাস দিয়াৰ পাছত অসমীয়া ভাষাৰ প্ৰগতিৰ…

ভ্ৰম ভাবনা

দ্বীপৰাজ হামি এটাক চুৰটৰ ধোঁৱা সাজি ফুৱাই দিয়া কথাবোৰ কি ঠিক একোটা মুদ্ৰাদোষ   বিলাসৰ আঙুলি ভাঙি হাতৰ তলুৱাত বোৱাই দিয়া নৈখন কি ঠিক চিত্ৰ বাসনা (?)   ৰাতিবোৰে যদি এৰুৱাব পাৰে হালধীয়া ৰুণ আমাৰ চিঞৰবোৰ পুতিব পাৰোঁ এটা শিলত…

সুখেন সমাপয়েৎ

 পাপৰি গোস্বামী     পৰমেশ্বৰ কলিতাৰ অসুখ। যোৱা কেইবাদিনো ধৰি পৰমেশ্বৰ কলিতা অসুখী। তেনে কোনো ডাঙৰ বেমাৰো নহয়…। ঠিক  খাব নোৱৰা, শুব নোৱৰা বিধৰ অসুখ।  দুদিনৰ আগতে ডাঙৰ পুতেক সৌৰভে তেখেতক  মেডিচিনৰ ডাক্টৰক দেখুৱাই  ভিটামিনৰ টেবলেট, ছি‍ৰাপ আদিও আনিছে। সময়ে সময়ে শ্ৰীমতীয়ে  দৰব…

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সম্পাদকলৈ মুকলি চিঠি

 সত্যজিৎ গগৈ   নমস্কাৰ গ্ৰহণ কৰিব৷ বিগত কেইটামান দিনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আহোমসকলৰ মাজত এক বিতৰ্কৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে৷ সেয়েহে এই চিঠিখন আপোনালৈ লিখিলোঁ৷ আপুনি নিশ্চয় আহোমসকলৰ বিষয়ে বহু ভালকৈ জানে৷ কিয়নো আপুনি অসমৰ অসমীয়া সন্তান৷…