Tag সংস্কৃতি

মহাকবি কালিদাসৰ ৰঘুবংশ

অনুবাদ -কৌস্তুভমণি শইকীয়া দত্ত বিজয়ৰ ইচ্ছাত বলীয়ান হৈ ৰঘুৰ সৈন্যদল আগুৱালে জালুকৰ বনত বাস কৰা সেউজী পাৰ উদ্ভ্ৰান্ত হৈ উৰিলে, মলয় পৰ্বতৰ সেই উপত্যকাত শিবিৰ পাতিলে। বলৈৰধ্যুষিতাস্তস্য বিজিগীষোর্গতধ্বনঃ | মাৰীচোদ্ভ্রান্তহাৰীতা মলয়াদ্রেৰুপত্যকাঃ || ৪-৪৬|| অশ্বৰ খুৰাত লাগি ইলাচীফুলৰ ৰেণু উৰি  মত্ত…

দৃশ্যান্তৰ

(ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ পিছৰ পৰ্ব)   দাদুল ভূঞা যুদ্ধত উঁৱলি যোৱা চহৰখনলৈ যেতিয়া শৰণাৰ্থীসকল উভতি আহিছিল তেওঁলোকে নিজকে চিনি পোৱা নাছিল কান্দিব জনা নাছিল, হাঁহিবলৈ পাহৰিছিল   শাৰীপাতি থৈ দিয়া মৃতদেহবোৰ চিনি পোৱা নাছিল (যদিও সেই শবোৰৰ মাজতে থৈ…

গোন্ধ

 পল্লৱী কৌশিক শৰ্মা উস্, কি যে বিড়ম্বনা! অদ্ভুত, অকটা গোন্ধটোত যেন হলকা-হলকে বমিয়াই দিব নলিনী দত্তই৷ নাসিকা তন্ত্ৰৰে উৰ্ধগামী হোৱা অসহ্যকৰ গোন্ধটো দত্তৰ কপালৰ কুম দুটাৰ ধপ্‌ধপনিৰ কাৰক হৈ পৰে৷ দুৰ্গন্ধময় বতাহ এসোপা পেটৰ ভিতৰলৈকে প্ৰৱেশ কৰি মানুহজনৰ বয়সে সংকুচিত…

ঊনৈছ শ এসত্তৰ

মূল বঙালী : উনিশ শ একাত্তৰ ৰচনা : হুমায়ুন আহমেদ অসমীয়া অনুবাদ: উনৈছ শ এসত্তৰ অনুবাদ : বিদ্যুৎ বিকাশ শৰ্মা হুমায়ুন আহমেদ    লেখকৰ পৰিয়:- চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ কথা সাহিত্যৰ প্রবাদ পুৰুষ হুমায়ুন আহমেদৰ জন্ম ১৯৪৮ চনৰ ১৩ নৱেম্বৰত। জন্মস্থান:…

নিস্তেজ এটা নীলা বিন্দু

  কুশল দত্ত   যেতিয়া কোনো এগৰাকী লেখকক তেওঁৰ সাহিত্যকৰ্মৰ স্বীকৃতিস্বৰূপে সন্মানিত কৰা হয় পৰম্পৰা ৰক্ষা কৰি তেতিয়া তেওঁ কিয় লিখে জাতীয় এটা কৈফিয়ৎ দিব লগা হয়৷ লেখকে কিয় লিখে– এই প্ৰসংগত বিশ্বৰ প্ৰায়সংখ্যক লেখকেই নিজা নিজা অভিমত প্ৰকাশ কৰি আহিছে৷ এই…

মলেঁয়া

 (যোৱা সংখ্যাৰ পাছৰপৰা) দাদুল দেৱকৃষ্ণ বৰুৱা (২)   অকলে থকাটো ষ্টেপানৰ অভ্যাসত পৰিণত হৈছিল। অথচ এসময়ত তেওঁৰ ঘৰখন ভৰি আছিল। ঘৰৰ চুকে-কোণে পিয়াপি দি ফুৰিছিল হাঁহিৰ ৰ’দ আৰু কথাৰ পোহৰ। সপোনৰ ফুল ফুলিছিল তেওঁৰ ঘৰত। তেওঁ ভাবিছিল— ঘৰখন আৰু ভৰুণ…

এমিলি ডিকিনচনৰ কবিতা

 এমিলি ডিকিনচনৰ (Emily Dickinson) কবিতা অনুবাদ : জ্যোতিশিখা দত্ত Emily Dickinson (আমেৰিকান সাহিত্যৰ বিখ্যাত কবি এমিলি ডিকিনচনৰ জন্ম হৈছিল  ১৮৩০ চনৰ ১০ ডিচেম্বৰ তাৰিখে এমাৰ্ষ্টত। জীৱনত পোৱাতকৈ নোপোৱাৰ বেদনাই তেওঁক দহি মাৰিছিল৷ তেওঁ বহু আত্মীয়, ভাল বন্ধু আনকি প্ৰেমকো হেৰুৱাবলগীয়া হৈছিল। তেওঁৰ মৃত্যু হয় ১৮৮৬ চনৰ ১৫…

প্ৰকৃতি চেতনা সম্পৰ্কীয় গ্ৰন্থ ‘পৃথিৱীৰ মৰম’

 কবিতা ফুকন          মানুহ প্ৰাকৃতিক জীৱ। সেয়েহে মানুহ আৰু নৈসৰ্গিক প্ৰকৃতিৰ সম্পৰ্ক অতি নিবিড়৷ ঠিক তেনেদৰে সাহিত্যৰ লগতো প্ৰকৃতিৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে৷ সাহিত্যত ‘প্ৰকৃতি’ শব্দটোৱে সাধাৰণতে নৈসৰ্গিক জগতখনৰ কথা বুজায়; অৰ্থাৎ অৰণ্য,  পশু-পক্ষী,  নদ-নদী ইত্যাদি এই বিশাল…

সপোনৰ কথকতা

ববিতা কলিতা  ২০৭০ খ্ৰীষ্টাব্দলৈ আপোনাক স্বাগতম! কম্পিউটাৰ স্ক্ৰীনত ভাহি থকা কথাখিনি ধাতৱীয় কণ্ঠ এটাই কৈ উঠিল৷ মই ধন্যবাদসূচক শব্দ এটা কোৱাৰ আগতেই উজ্জ্বল বৰ্ণালী এছটা মণিটৰৰ পৰা ওলাই আহি মোৰ  চকুত চাট মাৰি ধৰিলে৷  অৱধাৰিতভাৱেই মুদ খাই গ’ল মোৰ চকুদুটা৷ …

ৰেডিঅ’ জ’কি (Radio Jockey)

 ড° বুলজিৎ বুঢ়াগোহাঁই           ৰেডিঅ’  জ’কি বা চমুকৈ আৰ. জে. হ’ল ৰেডিঅ’ কাৰ্যক্ৰমণিকাবোৰৰ আঁত ধৰা লোক৷ সহজ অৰ্থত ইয়াক ৰেডিঅ’ কাৰ্যক্ৰমণিকাবোৰৰ ‘সূত্ৰধাৰ’ বুলিব পাৰি৷ প্রথমে এটা কথা উল্লেখ কৰা লোৱা ভাল হ’ব যে ৰেডিঅ’ জ’কি হোৱাৰ বাবে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষাৰ প্রয়োজন নাই৷ কিন্তু ন্যূনতম শিক্ষাগতৰ অৰ্হতা…