Tag সংস্কৃতি

ককা আৰু নাতিল’ৰা

 অনসূয়া বৰঠাকুৰ বাৰিষাৰ দিনৰ ভৰ দুপৰীয়া হাতত লৈ ছাতি, পথাৰ চাবলৈ ওলাল দুয়ো, ককা আৰু নাতি। বন্ধৰ দিনত নাতি আহিছে গুৱাহাটীৰ পৰা, ককাকে ভাবিলে দেখুৱাওঁগৈ খেতিৰ মাটিডৰা। ৰোৱনী, ভূঁই, কঠিয়া, বঁকিয়া দিলে তাক দেখুৱাই, সিও বোলে ‘‘ধান দাবৰ পৰত আহিম মই…

প্রত্যাৱর্তন- ভাৰত ২০৯৯

(কল্প বিজ্ঞান ভিত্তিক গল্প)  ৰঞ্জু শৰ্মা   পৃথিৱী পৃষ্ঠৰ পৰা প্রায় ১৫০০ কিলোমিটাৰ ওপৰত ওপঙি থকা স্পে’চ ষ্টেশ্বন এটাৰ হিউমেন ৰেছিডেঞ্চিয়েল ক’ল’নিৰ ‘ভাৰত ২০৯৯’ নামৰ চে’লটোত আজি ৰাতিপুৱাৰে পৰা প্রচুৰ খেলিমেলি পৰিৱেশ। চে’লটোৰ চেণ্ট্ৰেল কণ্ট্ৰ’ল ছিষ্টেমটোৱে হয়তো ভালকৈ কাম কৰা নাই নতুবা…

কুঁৱৰ নাৰায়ণৰ তিনিটা কবিতা

অনুবাদ : দীপজ্যোতি বৰা (১) অন্তিম উচ্চতা কিমান স্পষ্ট হ’লহেঁতেন আগবাঢ়ি যোৱাৰ অৰ্থ যদিহে দশোদিশ আমাৰ চৌপাশে নহয় আমাৰ সমুখতে থাকিলহেঁতেন, কিমান সহজ হ’লহেঁতেন আগুৱাই যোৱা যদি কেৱল মই গৈ থাকিলোহেঁতেন আৰু বাকীসকলো ৰৈ থাকিলহেঁতেন। মই সদায় এই অস্থিৰ পৃথিৱীখনক দহোটা…

হালধি : সোণালী মছলাৰ ৰূপালী কথা

 দাদুল দেৱকৃষ্ণ বৰুৱা   ডাক পুৰুষে তাহানিতে কৈ গৈছে— “কটাৰী চিকুণ গুৱা। টোপনি চিকুণ পুৱা।। ব্যঞ্জন চিকুণ হালধি। কুটনে চিকুণ খাৰধি।।” এৰা, ব্যঞ্জনত হালধি বা ৰংগুড়া নহ’লেই নহয়। পিছে ঘৰত যদি হালধি নাথাকে, দিনৰ ভাগতে যদি যোগাৰ নকৰি সাঁজ লাগি…

এক মিনিট

 মিনাৰা হুছেইন   “ঝক্ ঝক্ ঝক্… উ উ উ… ঝক্ ঝক্ ঝক্ উ উ উ….” গানটো চিঞৰি চিঞৰি গাই মোৰ সন্মুখৰে তাই পাৰ হৈ গ’ল। অলপ দৌৰে, আকৌ বহে, আকৌ উঠে, আকৌ দৌৰে। যেন এটি মুক্ত বিহংগ নিজৰ নৃত্যত ব্যস্ত।…

বিষয় : বিটকইন

   বিনয় মোহন শইকীয়া (১) বিটকইনৰ পৰিচয়     অতি কম সময়ৰ ব্যৱধানত আমূল পৰিৱর্তন হোৱা যিকোনো ব্যৱস্থাৰ বিষয়ে ক’বলৈ হ’লে সাম্প্রতিক সময়ৰ যোগাযোগ ব্যৱস্থাৰ উদাহৰণেই কিজানি আটাইতকৈ বেছি প্রাসংগিক হ’ব। কিছুদিনৰ আগলৈকে দূৰত থকা কোনোবা এজন লোকৰ সৈতে লিখিত যোগাযোগ স্থাপনৰ…

চিত্ৰকৰ

কুশল দত্ত   চিত্ৰকৰে তুলিকা বুলাই যায় গোলকটোত চীন থাইলেণ্ড জাপান কোৰিআ নীলা ঘননীলা বেঙুনীয়া কমলা ইটালী ব্ৰাজিল ভাৰত ৰাছিয়া ঘননীলা গেৰুৱা তেজৰঙা বেঙুনীয়া   কিছুদিনৰ আগলৈকে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় এই চৰিত্ৰটোৰ এটা নাম আছিল পিছে সলনিয়েই জগতৰ ৰীতিৰ পৰিণতিৰে…

শিল্পকলা

শিল্পকলা শিতানত এইবাৰ আগ বঢ়াইছোঁ কাবেৰী কাশ্যপ বৰাৰ কেইখনমান আলোকচিত্ৰ  পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

বিদ্যায়তনিক অথবা–

 সঞ্জীৱ সভাপণ্ডিত নাজিৰাৰ অৱনী বৰঠাকুৰ, সমগ্ৰ অসমৰ বাঁওপন্থী চিন্তাধাৰাৰ লগত জড়িত সকলোৰে বাবে এটা পৰিচিত নাম৷ এটা শনিবাৰে (২০–০৮–২০২২) তেখেতক লগ ধৰিবলৈ গৈছিলোঁ বৈদ্য বৰপূজাৰী নামৰ এজন মানুহৰ বিষয়ে কথা পাতিবলৈ৷ সুগঢ়ী–দীপ্তচকুৰ–সুদৃঢ় মনৰ– মেদবিহীন দেহৰ মানুহজন বৰ্তমান সামান্য দুৰ্বল হৈছে–…

সম্পদৰ ব্যৱস্থাপনা আৰু অপচয়

  আপুনি আপোনাৰ কৰ্মক্ষেত্ৰৰ পকীঘৰটোৰ চুকবোৰত তামোলৰ পিক পেলায়নে? আপুনি আপোনাৰ কাষৰ উচ্চ শিক্ষানুষ্ঠানৰ কোঠাবোৰৰ চুকত, তাৰ প্ৰস্ৰাৱাগাৰৰ চুকবোৰত পাণ খোৱা পিক, তামোলৰ পিক পেলায়নে?  এনেকুৱা দুৰ্ভাগ্যজনক প্ৰশ্নবোৰৰ সৈতে মুখামুখি হওঁ আৰু অসহায় হৈ মাজে মাজে জবাবদিহি হওঁ ঃ কি কৰি…