স্বৰ্ণ মন্দিৰৰ সোণোৱালী আভা আৰু অমৃতসৰৰ অমৃত
অংগনা চৌধুৰী বহুদিনৰ পৰাই মন আছিল স্বৰ্ণমন্দিৰলৈ যোৱাৰ৷ অকল স্বৰ্ণমন্দিৰ বুলিয়েই নহয়, গোটেই অমৃতসৰখনৰ প্ৰতিয়েই এক আকৰ্ষণ জাগিছিল মনত৷ সেয়ে ৭ ডিচেম্বৰ ২০২২-ৰ দিনা গুৱাহাটীৰ পৰা দিল্লীলৈ আকাশীযানেৰে উৰা মাৰিলোঁ৷ দিল্লীৰ পৰা অমৃতসৰলৈ আকৌ আমাৰ ফ্লাইট আছিল ৰাতি সাত…