কিতাপ
ৰুদ্ৰসিংহ মটক [উৎসৰ্গ : কথাশিল্পী হোমেন বৰগোহাঞি] কিতাপ আপুনি পঢ়ে ময়ো পঢ়ো নিয়মীয়াকৈ কিতাপৰ লেখকজন হ’ব পাৰে শ্বেইক্সপীয়েৰ হ’ব পাৰে ৰবীন্দ্ৰনাথ অথবা আমাৰ শ্ৰীমন্ত শংকৰ, জগত গুৰুজনা হয়, সকলোৱে কয়চোন কিতাপ পঢ়ি ডাঙৰ মানুহ হ’ব পাৰি কিতাপ…
ৰুদ্ৰসিংহ মটক [উৎসৰ্গ : কথাশিল্পী হোমেন বৰগোহাঞি] কিতাপ আপুনি পঢ়ে ময়ো পঢ়ো নিয়মীয়াকৈ কিতাপৰ লেখকজন হ’ব পাৰে শ্বেইক্সপীয়েৰ হ’ব পাৰে ৰবীন্দ্ৰনাথ অথবা আমাৰ শ্ৰীমন্ত শংকৰ, জগত গুৰুজনা হয়, সকলোৱে কয়চোন কিতাপ পঢ়ি ডাঙৰ মানুহ হ’ব পাৰি কিতাপ…
যোৱা সোতৰ জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন ‘শিল্পীদিৱস’ আৰু একত্ৰিছ জানুৱাৰীৰৰ দিনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্মদিন অসমৰ বহু ঠাইতে পালন কৰা হৈছে৷ একেদৰেই পালন কৰা হয় মহাপুৰুষ দুজনাৰ তিথি বা জয়ন্তী, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মদিন বা মৃত্যুদিন…
বিশ্বজিৎ শইকীয়া ৰামধেনুৰ সময়তে আত্মপ্ৰকাশ কৰা নিৰুপমা বৰগোহাঞিয়ে সাম্প্ৰতিক সময়লৈকে নিৰৱিচ্ছিন্নভাৱে অসমীয়া গল্প সাহিত্যলৈ অৱদান আগবঢ়াই আহিছে৷ বৰগোহাঞিৰ গল্পৰ কথনশৈলী গতানুগতিক আৰু সহজ–সৰল প্ৰকাশভংগীৰে সমকালীন সমাজচিত্ৰ আৰু ব্যক্তিজীৱনৰ নানান সংঘাত গল্পৰ মাধ্যমেৰে পাঠকৰ কাষলৈ লৈ যায়৷ নিম্ন মধ্যবিত্তসকলৰ জীৱনৰ…
জয়ন্ত মাধৱ বৰা ৷৷ দুই ৷৷ জীৱনটোৱে যেতিয়া বিৰক্তি ওপজায়, গণেশ বেংডোবাৰ কাষলৈ আহে৷ বেংডোবাই তাক মাতি আনে৷ বেংডোবাৰ নীৰৱতাৰ বাটেদি তাৰ কাষ চাপি আহে তৰুলতা আৰু হীৰামনিৰ বিৱস সন্ধ্যাৰ বিষাদগাঁথা৷ সৰুতে সি বেংডোবাৰ পাৰতে খুব ধেমালি কৰিছিল৷ স্কুলৰ পৰা…
স্মৃতিৰেখা দেৱী পোন্ধৰ দিনমানেই হ’ল, গ্ৰীনাৰ লোকসকল সেউজপুৰৰপৰা গ’লগৈ৷ তেওঁলোক একেবাৰে গুচি যোৱা দিনটো সেউজপুৰীয়াসকলৰ বাবে বৰ দুখৰ দিন আছিল৷ আৱেগক বৰকৈ প্ৰশ্ৰয় দিব নোখোজা গ্ৰীনাৰ জ্ঞানী তথা মৰমিয়াল প্ৰাণীকেইজনেও সেইদিনা চকুপানী টুকিছিল৷ সেই দিনটোলৈ মনত পৰিলে মহামন্ত্ৰী বৃকোদৰৰ বুকুখন…
দীপজ্যোতি বৰা ১৯৮০ চনত প্ৰকাশিত ‘খোজৰ শব্দ’ শীর্ষক গল্প সংকলেনেৰে অসমীয়া চুটিগল্পৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰা বিপুল খাটনিয়াৰ (১৯৫৩-২০২১) সমাজ সচেতন গল্পকাৰ হিচাপে বিশেষভাৱে পৰিচিত৷ ভ্ৰমণ তথা ক্ষেত্ৰ অধ্যয়নৰ পৰা পোৱা অভিজ্ঞতা আৰু খাটি খোৱা মানুহৰ জীৱনৰ…
মূল : লিও টলষ্টয়ৰ What is Art? অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস (১০) কিন্তু এইটো কেনেকৈ হ’ব পাৰিছিল যে সেইটো কলাকেই, যাক প্ৰাচীন কালত কেৱল সহ্য কৰা গৈছিল (যদি সঁচাকৈয়ে সহ্য কৰা গৈছিল), আমাৰ সময়ত যিকোনো ক্ষেত্ৰতে…
প্ৰতীক্ষা বৰা : এইফালে গছ-বনবোৰ কিবা শুকান, ৰস নাইকিয়া৷ আমাৰ ফালে গছবোৰ কিমান জীপাল, কিমান সেউজীয়া নহয়নে? : হুঁ৷ মন কৰিছোঁ ময়ো, আনহে নেলাগে দিল্লীৰ ফালেই গছ-গছনি সেউজীয়া৷ ঋতু অনুযায়ী ফলে-ফুলে জাতিষ্কাৰ৷ : তাকেই৷ মাটিবোৰো চাওক, ধোঁৱাবৰণীয়া৷ এটা ডিছ্ছেটিফেকশ্বন আছে সমগ্ৰ জেগাখিনিত৷ হ্ৰদ বুলিও যিটো…
দাদুল দেৱকৃষ্ণ বৰুৱা (২৫) এইকেইদিন ষ্টেপানৰ ঘৰখন ভৰি আছে। তিনি পুত্ৰ-বোৱাৰী আৰু নাতি-নাতিনীৰে উখল মাখল ঘৰৰ বাজ-ভিতৰ। বহু বছৰৰ মূৰত ঘৰখনত এই খদমদম। বুকু ভৰি পৰিছে ষ্টেপানৰ। পুত্ৰ-বোৱাৰীৰ পৰিচৰ্যা আৰু নাতি-নাতিনীৰ আব্দাৰেৰে উমাল হৈ পৰিছে তেওঁৰ ঘৰ, মন আৰু সময়। মলেঁয়া…
ড০ ৰক্তিম ৰঞ্জন শইকীয়া ইতিহাস চর্চা এক অতি পুৰণি বিদ্যায়তনিক পৰম্পৰা৷ হেৰোডোটাছক যদি আমি ইতিহাস চর্চাৰ জনক বুলি ধৰোঁ, তেন্তে খ্ৰীষ্টপূর্ব পঞ্চম শতিকাৰ পৰা যি চৰ্চা আৰম্ভ হৈছিল সেই চৰ্চাৰ ধাৰা কুৰি শতিকাৰ প্ৰথম দুটা দশকলৈকে বিশেষ পৰিৱর্তন নোহোৱাকৈ…