Tag সংস্কৃতি

শ্যামলতা

 অংগনা ভট্টাচাৰ্য্য   “মৌ-মেল”  স্কুলৰ ঘণ্টা বজাৰ লগে-লগেই দৌৰ মাৰি মই শ্ৰেণীকোঠাৰ পৰা ওলাই আহিলোঁ৷ মোৰ পিছে-পিছে কানৈ৷ স্কুলৰ পৰা আহি আলিবাট পোৱালৈকে কানৈৰ মুখখন ওফন্দিয়েই থাকিল৷ মই হাতৰ কিলাকুটিৰে তাইৰ গাত হেঁচুকি দি সুধিলোঁ– “কি হ’লনো তোৰ কানৈ? মুখখন…

ৰ’দে বৰষুণে ইমান যে গান

 লোকনাথ গোস্ৱামী মন-দাপোনত – ৭  (১)  দৰং কলেজত সেই সময়ত ব’টানি (Botany) আৰু জুল’জি (Zoology, আজিকালি এই সংজ্ঞাবিলাক সলনি হৈ প্ৰাণীবিদ্যা (life Science) হৈছে) বিভাগত বহু কেইগৰাকী নাম থকা অধ্যাপক আৰু demonstrator আছিল৷ আনন্দ বৰুৱা, প্ৰৱীণ বৰুৱা, নাগ, বুটাৰাম, বোথ্ৰা…

অনুৰণন

 ড০ ৰমেশ চন্দ্ৰ গোস্বামী মৰমৰ পোনাকণ, মৰম ল’বাহঁক৷ আশাকৰোঁ বোৱাৰী আৰু কণমানিজনীৰ সৈতে কুশলে আছা৷ তোমাৰ পৰা ভালেমান দিন একো খবৰ পোৱা নাই৷ বিয়াৰ পাছৰ পৰাই তোমাৰ চিঠি-পত্ৰও কমকৈ আহে, ফোনোচোন কমকৈ আহে! পাঁচ-ছমাহ ধৰি ফোন এটা নাহিলে মোৰ যেন-তেন,…

বতৰৰ বতৰা -৬

 নৱনীতা ভট্টাচাৰ্য্য   মাকৰ মুখত বতৰৰ বিষয়ে ইমানবোৰ কথা শুনাৰ পিছতো ৰিণিৰ মনৰ কৌতুহল মাৰ নগ’ল, বৰঞ্চ তাইৰ মনত আকৌ নতুন নতুন প্ৰশ্নৰ উদয় হ’ল৷ সিদিনাখনো তাই মাকক আহি সুধিলে, “মা! বতৰ কিয় সলনি হৈ থাকে?” ৰিণিৰ প্ৰশ্ন শুনি মাকে…

কবিতা যেতিয়া জীৱন আৰু সমাজ জিজ্ঞাসাৰ পোহৰ-অনুবাদ

 ৰুদ্ৰ সিংহ মটক    “To read a poem is to hear it with our eyes; to  hear it is to see it         with our ears.”(Octavio Paz)  যৌৱন হেনো চিৰসেউজ সৃষ্টিৰ মৌ–বন৷ হয়, আগবয়সত সকলোয়ে সুন্দৰ সপোন দেখে৷ এই সপোনেই…

ভ্ৰমত ভ্ৰমি ভ্ৰমৰ ভ্ৰস্ত

অৰ্চনা ঠাকুৰীয়া প্ৰায়ে আমি ভ্ৰমত ডুবোঁ  ভ্ৰমতে মৰোঁ  কোনোবাই কাৰোবাৰ মাজত প্ৰেৰণা বিচাৰি  হাবুদুবু খাই পিছলি পৰে প্ৰেৰণা হয়গৈ কামনা কথা বাঢ়ে, বাঢ়িয়েই থাকে… যি দেখিছোঁ বটলত হনিও নাই, আকাশত মুনটোও নাই ,  হানিমুন হ’ব ক’ৰ পৰা… খালী বটল, খালী…

মণিপুৰ ডায়েৰী

 বেদান্ত নাথ   ১ দীঘলীয়া এছোৱা সময়ৰ পাছত মণিপুৰলৈ উৰা মাৰিলোঁ৷ মণিপুৰৰ দুটামান কথাই মোক বৰকৈ আকর্ষণ কৰিছিল৷ শুধ বগা ধূতি-পাঞ্জাৱী পিন্ধা চন্দনৰ দীঘলকৈ ফোঁট লোৱা শান্ত-সৌম্য স্বভাৱৰ মণিপুৰী বৈষ্ণৱ  আৰু পৰিপাটিকৈ ৰিহা- মেখেলা পিন্ধা  ধুনীয়া মেইটেই মহিলাসকল৷  আনটো কথা আছিল বিধে বিধে সোৱাদ লগা মণিপুৰী…

সাগৰ দেখিছা

 যশোৱন্ত নিপুণ   ‘সাগৰ দেখিছা?’  পলাশে চকীখনত বহি সুধিছিল৷ ‘দেখা নাই কেতিয়াও৷’ সোণালীয়ে উত্তৰ দিছিল৷ ‘ময়ো দেখা নাই। শুনিছোঁ তথাপি, সাগৰ হেনো নীলা, নীলা, নীলা!’ কপিলে কৈছিল৷ অলপ ৰৈ আকৌ যোগ দিছিল, ‘আৰু ইয়াৰ পৰা আধা ঘণ্টাৰ বাট।’ তাৰ কবিতাৰ শাৰীবোৰ…

আশা

 আকাশ দীপ্ত ঠাকুৰ          মাইনীয়ে প্লেটফৰ্মৰ ওপৰৰ ফালে ৰঙা হৈ জিলিকি থকা ফলকখনলৈ চাই আছিল৷ সময় কিমান হৈছে তাতে নিৰ্দেশ কৰা থাকে৷ পুৱা ঠিক ছয় বাজি একচল্লিছ মিনিট হোৱাৰ লগে লগে ক’ৰবাৰপৰা কিবা এটা ঘোষণা কৰাৰ দৰে শব্দ শুনিবলৈ…

অসামৰিক সেৱাৰ পৰীক্ষা আৰু মৌ ফান্দ

  পঙ্কজ প্ৰতিম বৰদলৈ     ব্ৰিটিছসকলে ভাৰতৰ বহুধা বিভক্ত প্ৰশাসন ব্যৱস্থাক আধুনিক কৰি সময়ৰ লগত খাপখুৱাবৰ বাবে এচাম অতি দক্ষ আমোলাৰ সৃষ্টি কৰিছিল৷ য়ুৰোপৰ সেই সময়ৰ আগবঢ়া দেশবোৰৰ প্ৰশাসন ব্যৱস্থাৰ আধাৰত এটা অসামৰিক প্ৰশাসন ব্যৱস্থা ভাৰতত আৰম্ভ কৰিছিল৷ প্ৰথমতে কেৱল…