sdblogs2011

sdblogs2011

এনালছ স্কুল আৰু অসমৰ ইতিহাস চর্চা

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   ইতিহাস চর্চা এক অতি পুৰণি বিদ্যায়তনিক পৰম্পৰা৷ হেৰোডোটাছক যদি আমি ইতিহাস চর্চাৰ জনক বুলি ধৰোঁ, তেন্তে খ্ৰীষ্টপূর্ব পঞ্চম শতিকাৰ পৰা যি চৰ্চা আৰম্ভ হৈছিল সেই চৰ্চাৰ ধাৰা কুৰি শতিকাৰ প্ৰথম দুটা দশকলৈকে বিশেষ পৰিৱর্তন নোহোৱাকৈ…

সপোনপুৰী

মূল : লুইচ কেৰ’ল (Lewis Carroll, Dreamland, ইংৰাজী)   অনুবাদ : ড° ৰঞ্জিত দত্ত যেতিয়া মাজ  নিশাৰ  কুঁৱলীবোৰে ছানি ধৰে  পৃথিৱীখনৰ  সকলোবোৰেই নিমগ্ন হয় গভীৰ নিদ্ৰাত, মোৰ চাৰিওফালে তেতিয়া ভয়ঙ্কৰ মৃত্যুৱে দপদপনি তুলি পাৰ হৈ যায় মোৰ কাষেদি মই নজনাকৈয়ে। পাৰ হৈ যায়…

শ্যামলতা

 অংগনা ভট্টাচাৰ্য্য   “মৌ-মেল”  স্কুলৰ ঘণ্টা বজাৰ লগে-লগেই দৌৰ মাৰি মই শ্ৰেণীকোঠাৰ পৰা ওলাই আহিলোঁ৷ মোৰ পিছে-পিছে কানৈ৷ স্কুলৰ পৰা আহি আলিবাট পোৱালৈকে কানৈৰ মুখখন ওফন্দিয়েই থাকিল৷ মই হাতৰ কিলাকুটিৰে তাইৰ গাত হেঁচুকি দি সুধিলোঁ– “কি হ’লনো তোৰ কানৈ? মুখখন…

ৰ’দে বৰষুণে ইমান যে গান

 লোকনাথ গোস্ৱামী মন-দাপোনত – ৭  (১)  দৰং কলেজত সেই সময়ত ব’টানি (Botany) আৰু জুল’জি (Zoology, আজিকালি এই সংজ্ঞাবিলাক সলনি হৈ প্ৰাণীবিদ্যা (life Science) হৈছে) বিভাগত বহু কেইগৰাকী নাম থকা অধ্যাপক আৰু demonstrator আছিল৷ আনন্দ বৰুৱা, প্ৰৱীণ বৰুৱা, নাগ, বুটাৰাম, বোথ্ৰা…

পানীহিলৈ

 গোবিন কুমাৰ খাউণ্ড (দুই)  আমজোপাৰ তলত দপদপকৈ জুই একুৰা ধৰি পিঠাৰ টোপোলাটো খুলিবলৈ লওঁতেই মিলিটেৰীৰ ফোনটো বাজি উঠিল৷  ‘বৰদেউতা, ঘৰতে আছেনে?’ সিফালৰ পৰা নীলৰ পুতেকে সুধিলে৷  ‘আছোঁ আছোঁ। কোনে কৈছা?’   ‘মই মৃগাংক, বৰদেউতা৷ জৰিগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি৷ নীল…

বাৰাণ্ডা

 ৰৌচন আলি   বাৰাণ্ডাত বহি চাই আছোঁ ৰ’দলৈ ৰ’দে চাই আছে আমালৈ   আমাৰ দৰে ৰ’দৰ বাৰাণ্ডা নাই সেয়ে ৰ’দৰ সৈতে কথা পাতিছোঁ এখন বাৰাণ্ডাৰ   ঘৰ বুলিলেই পূৰ্বপুৰুষে দি যোৱা ঘৰৰ সৈতে আগ-চোতাল সংলগ্ন কৰা এখন বাৰাণ্ডা আছিল আমাৰ…

বৰ্ষাশেষৰ পদ্য

উদয় কুমাৰ বৰুৱা   লাহে লাহে গাঢ় হৈ আহিছে এন্ধাৰ বতাহত গুঞ্জন তুলি কোলাহলবোৰ কেতিয়াবাই গুচি গৈছে   পাতল কুঁৱলীয়ে ঢকা দূৰৈৰ গাঁওবোৰ কলমটিয়াই কলমটিয়াই টোপনি গৈছে   হেলনীয়া ঋতুত খাজ কাটি কাটি সৰি থকা হালধীয়া সোঁৱৰণীবোৰ আমাৰেই   দূৰে…

নাৰ্চিচাছ

হৰেকৃষ্ণ ডেকা   আৰ্চিৰ সমুখত থিয় হৈ আপুনিও এজন নাৰ্চিচাছ। কেৱল আপুনি ৰূপান্তৰিত নহয়। মাগ্ৰিতে এই ছবিখন ওলোটা কৰি দিলে যাতে আপুনি আপোনাৰ পিঠিখনহে দেখা পায়। ভাবি চাওকচোন! যদি আৰ্চিৰ ভিতৰৰ প্ৰতিজনেই ক্ৰমান্বয়ে কেৱল নিজৰ প্ৰতিবিম্বৰ পিঠিহে দেখা পায় আৰু…

খাকীবোৰ

 ধ্ৰুৱজ্যোতি দাস   এইযে কিছুমান খাকীৰ তলত থকা জীৱ কিনো বনৰীয়া পাই ! ধেৎ, বনৰীয়া বুলিব নোৱাৰিচোন বনৰীয়া বুলিলে কপৌফুলবোৰলৈহে মনত পৰে৷ কপৌফুল বা নাগচম্পা নহয়৷ খাকী পোচাক৷ কিছুমান খাকী পোচাক৷ খাকীৰ তলত বাঢ়ে দাঁত  :   মূলাহেন… খাকীৰ তলত…

অনুৰণন

 ড০ ৰমেশ চন্দ্ৰ গোস্বামী মৰমৰ পোনাকণ, মৰম ল’বাহঁক৷ আশাকৰোঁ বোৱাৰী আৰু কণমানিজনীৰ সৈতে কুশলে আছা৷ তোমাৰ পৰা ভালেমান দিন একো খবৰ পোৱা নাই৷ বিয়াৰ পাছৰ পৰাই তোমাৰ চিঠি-পত্ৰও কমকৈ আহে, ফোনোচোন কমকৈ আহে! পাঁচ-ছমাহ ধৰি ফোন এটা নাহিলে মোৰ যেন-তেন,…