জীৱন বিচাৰি
পাপৰি গোস্বামী মোৰ মনত আছে, প্ৰথমবাৰৰ বাবে যেতিয়া মই এইখন চহৰলৈ আহিছিলোঁ, বৰ্তমানৰ দৰে চাৰিওফালে বিশাল বিশাল অট্টালিকাবোৰ নাছিল৷ অৱশ্যেই, দুই-তিনি মহলীয়া কেবাটাও ঘৰ নিৰ্মিয়মান অৱস্থাত আছিল৷ অটোচালকজনে আমি কোৱা মতে নিৰ্দিষ্ট ঠিকনালৈ লৈ আহিছিল৷ পুৰণি কাঠৰ দুমহলীয়া ঘৰটোৱেই…