sdblogs2011

sdblogs2011

পঁইতাচোৰা

     জিণ্টু দত্ত         “There is only one really serious philosophical problem, and that is suicide.”                                        …

নবৱৰ্ষ

 জ্যোতিশিখা  দত্ত     নতুন আশা নতুন সংকল্পৰে নৱবৰ্ষত উজ্বলিম আমি নতুন উদ্যমেৰে৷   সময়ানুবৰ্তিতা, নিয়মানুৱৰ্তিতা হ’ব আমাৰ কাম্য প্ৰতিদিনৰ কাম প্ৰতিদিনে সমাপন কৰাটোৱেই হ’ব আমাৰ লক্ষ্য৷   নতুন এটা ভাষা শিকিম নতুন কলা শিকিম নতুন নতুন শিক্ষাৰে জ্ঞানৰ ভড়াল…

বতৰৰ বতৰা-৭

 নৱনীতা ভট্টাচাৰ্য্য   আজি কিছুদিন ধৰি ৰিণিয়ে মাকৰ পৰা বতৰৰ বিষয়ে নানান কথা শুনি আহিছে৷ তথাপিও তাইৰ প্ৰশ্ন শেষ হোৱা নাই৷ ৰিণিৰ কৌতুহল দেখি মাকৰো বৰ ভাল লাগিল৷ এই সময়খিনি হৈছে জ্ঞান বোটলাৰ সময়৷ সেইবাবে মাকেও তাইৰ প্ৰশ্নবোৰৰ উত্তৰ দি…

এৰাল

 আকাশ দীপ্ত ঠাকুৰ   কথাবোৰত লেকাম লগাব পাৰিলে ভাল টানি দিলেই কথাবোৰ হৈ পৰিব পাৰে মুখ বাগৰা একো একোটা গান   কথাবোৰত এৰাল দিবলৈ টান জাৰণিত চৰি ফুৰে মুকলিমূৰীয়াকৈ গা-ভাৰী হয় কথাবোৰ   বুজিবই নোৱাৰোঁ–জাৰণি নে জৰণি   সময়ে এৰাল…

কিতাপ

ৰুদ্ৰসিংহ মটক [উৎসৰ্গ  :  কথাশিল্পী হোমেন বৰগোহাঞি]   কিতাপ আপুনি পঢ়ে ময়ো পঢ়ো নিয়মীয়াকৈ   কিতাপৰ লেখকজন হ’ব পাৰে শ্বেইক্সপীয়েৰ হ’ব পাৰে ৰবীন্দ্ৰনাথ অথবা আমাৰ শ্ৰীমন্ত শংকৰ, জগত গুৰুজনা   হয়, সকলোৱে কয়চোন কিতাপ পঢ়ি ডাঙৰ মানুহ হ’ব পাৰি কিতাপ…

প্ৰাকৃতিক-অপ্ৰাকৃতিক

 হিল্লোলজ্যোতি সিংহ দুছেও কৰিলেও কেইদিনমানৰ পাছতেই মূৰ দাঙি থিয় হয় কচুৰ কুমলীয়া পাত মাঘতে হওক বা বহাগত   কেইবামাহো পৰি থকা কুন্দাটো আঁতৰোৱাৰ পাছত শৰ দৰে শুই থকা হৰিৎকণাহীন ঘাঁহবোৰ আকৌ সেউজীয়া হয় জাৰতে হওক বা বাৰিষাত   আপোনাৰ ফোন…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৮

 (পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী সমগ্ৰ বিশ্বজুৰি গল্প-উপন্যাসৰ আধাৰত নিৰ্মিত চিনেমাৰ সংখ্যা অগণন৷ আখৰৰ পৰা পৰ্দালৈ উঠা দৃশ্যবোৰ চলচ্চিত্ৰৰসিকৰ দৃষ্টিত কেতিয়াবা সফল কেতিয়াবা বিফল হয়৷ পাঠক আৰু দৰ্শক হিচাপে একেজন মানুহৰ অভিজ্ঞতা ভিন্ন হয়৷ আমি সাধাৰণভাৱে চিনেমাক লৈ…

স্মৃতিশক্তিৰ বিষয়ে আৰু এটা কবিতা

অংশুমান কৰ (বাংলা) অসমীয়া অনুবাদ : কুমুদ ঘোষ   মনত ৰখা এটা বেচ টান কাম৷ এটা জটিল কাৰবাৰ৷ কিমান যে কৌশল কৰি মনত ৰাখিবলগীয়া হৈছিল অঙ্কৰ ফৰ্মূলা মনত পৰিলেই ঘাম ওলায়, দেহাটো অস্থিৰ হয়, এতিয়াও মাজনিশা টোপনি ভাগে৷ আপোনজনৰ জন্মদিন…

বৰ আচৰিত বিশেষত্বৰ জাতি এটা!

  যোৱা সোতৰ জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন ‘শিল্পীদিৱস’ আৰু একত্ৰিছ জানুৱাৰীৰৰ দিনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্মদিন অসমৰ বহু ঠাইতে পালন কৰা হৈছে৷ একেদৰেই পালন কৰা হয় মহাপুৰুষ দুজনাৰ তিথি বা জয়ন্তী, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মদিন বা মৃত্যুদিন…

নিৰুপমা বৰগোহাঞিৰ “এনথ্ৰ’পলজিৰ সপোনৰ পিছত” গল্পত গ্ৰাম্য জীৱন চিত্ৰণ

 বিশ্বজিৎ শইকীয়া   ৰামধেনুৰ সময়তে আত্মপ্ৰকাশ কৰা নিৰুপমা বৰগোহাঞিয়ে সাম্প্ৰতিক সময়লৈকে নিৰৱিচ্ছিন্নভাৱে অসমীয়া গল্প সাহিত্যলৈ অৱদান আগবঢ়াই আহিছে৷ বৰগোহাঞিৰ গল্পৰ কথনশৈলী গতানুগতিক আৰু সহজ–সৰল প্ৰকাশভংগীৰে সমকালীন সমাজচিত্ৰ আৰু ব্যক্তিজীৱনৰ নানান সংঘাত গল্পৰ মাধ্যমেৰে পাঠকৰ কাষলৈ লৈ যায়৷ নিম্ন মধ্যবিত্তসকলৰ জীৱনৰ…