ফটাচোলাৰ ৰং
(পূৰ্ণাংগ নাটক) ড০ জ্যোতি প্ৰসাদ শইকীয়া ষষ্ঠ দৃশ্য (মঞ্চলৈ ভিতৰৰ পৰা পলী সোমাই আহে৷ টেবুলত দেৱীৰ ফুটফুটীয়া ফ্ৰকটো থাকে৷ ফ্ৰকটো দেখিয়েই পলীয়ে দেৱীক মাতে) পলী – দেৱী, দেৱী! (দেৱী ভিতৰৰ পৰা সোমাই আহে) দেৱী – মাহী পলী – এই ফ্ৰকটো ইয়াত…
(পূৰ্ণাংগ নাটক) ড০ জ্যোতি প্ৰসাদ শইকীয়া ষষ্ঠ দৃশ্য (মঞ্চলৈ ভিতৰৰ পৰা পলী সোমাই আহে৷ টেবুলত দেৱীৰ ফুটফুটীয়া ফ্ৰকটো থাকে৷ ফ্ৰকটো দেখিয়েই পলীয়ে দেৱীক মাতে) পলী – দেৱী, দেৱী! (দেৱী ভিতৰৰ পৰা সোমাই আহে) দেৱী – মাহী পলী – এই ফ্ৰকটো ইয়াত…
ড° ইন্দ্ৰানীৰেখা শইকীয়া আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে — এটা সৰু ল’ৰা বা ছোৱালীয়ে মাটিত বহি বালিৰে ঘৰ সাজোঁতে বা পুতলাৰ সৈতে কথা পাতোঁতে কিমান মনোযোগ দিয়ে? সেই মুহূৰ্তত তেওঁ কেৱল খেলি থকা নাই — তেওঁ শিকি আছে, অনুভৱ কৰি…
নৱ ৰাজন যেন অন্য এক ৰামায়ণ। পদ্মাৱতী। ইতিহাসৰ কোনো এপৃষ্ঠা সেমেকাই চকুলোৰ জুইত আজিও দাও দাওকৈ জ্বলি থকা পতিব্ৰতা নাৰী। সৌন্দৰ্যৰ পৰী। চিত্ত’ৰৰ ৰাণী । ৰজা ৰাৱণ ৰতন সিঙৰ দ্বিতীয় পত্নী। পদ্মাৱতীৰ দেহত ৰূপৰ জুই; যি জুয়েই সামৰি ল’লে তাইক।…
ড০ প্ৰাণজিৎ বৰা ৩ এদিন সন্ধিয়া দেউতাকে আহি দৃশ্যটো দেখি বিচুৰ্তি খালে। গোপালে পীৰা এখনত বহি লৈ বেৰত আঁউজি চকুদুটা মুদি লৈ পদ্য মাতি আছে, আৰু থুপিতৰাই একান্তমনে পদ্যবোৰ লিখি গৈছে। “লাই-লফা বগৰী বৰপীৰাত বহি বহি হাতী গ‘ল…
ড০ প্ৰিয় দেৱ গোস্ৱামী মানৱ জাতিৰ উত্তৰণত বিজ্ঞানে এক অতি উল্লেখযোগ্য উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। এই বিজ্ঞানৰেই এক অন্যতম শাখা হল গণিত। আকৌ গণিত হৈছে অধ্যয়নৰ প্ৰাচীনতম বিষয়। বিষয়টো আৰম্ভণিৰ সময়ত সম্পূৰ্ণ ব্যৱহাৰিক প্ৰয়োজনৰ বাবে এই শাখাৰ বিকাশ হৈছিল।…
বন্দনা কৌশিক বৰদলৈ তিনিপতীয়া চাহপাতৰ কোমল পাতখিলাক যদি আৰম্ভণি হিচাপে ধৰোঁ তেন্তে মই নিজেই মোক ড্ৰায়াৰত শুকুৱাই পেকেজিং কৰি আপোনালোকৰ মাজলৈ এৰিছোঁ ইমান সাৱধানতাৰে স্তৰসমূহ পাৰ হৈছোঁ যে, মই নিজেই পাহৰি পেলালোঁ ৰূপান্তৰৰ কোনটো পৰ্যায়ত মই আচলতে মই আছিলোঁ মেটাম’ৰফছিছ…
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ তিনিচুকীয়া ইংলিছ একাডেমী’ৰ পঞ্চমশ্ৰেণীৰ ছাত্ৰ সৌজন্য কাশ্যপ বৰদলৈয়ে অঁকা ছবি বিহু
মূল: ফ্ৰাঞ্জ কাফ্কা অনুবাদ : ৰঞ্জুমণি মহন্ত এটা শগুণে অকৰ্তৃত্বশীলভাৱে মোৰ ভৰিদুটাত খুঁটিয়াই আছিল৷ সি ইতিমধ্যেই মোৰ বুটযোৰ আৰু মোজাযোৰ ছিৰি পেলাইছিল আৰু এতিয়া মোৰ ভৰি দুটা খুঁটিয়াবলৈ ধৰিছে৷ বাৰে বাৰে সি ভৰিদুটাত জোৰেৰে আঘাত কৰিছিল, তাৰ পাছত সি…
মৃদুল শৰ্মা (যুদ্ধক ঘৃণা কৰা প্ৰতিজনৰ হাতত) কি আনন্দ-উল্লাসত হাজাৰ কোটিটকীয়া মিছাইল উৰি গুচি যায় আকাশ ফালি সাগৰৰ বুকু কঁপাই কোন বিষণ্ণতা কোন উত্তেজনাই আন্ধাৰ দলনিত পোনা মেলে কোটি কোটি দলনিৰ বোকাৰ মাজেৰে পিছল বাট উলিয়াই যেন সোমাই যায় চিনাকি…
ড° অনিল চন্দ্ৰ বৰা কোৱাণ্টাম বলবিজ্ঞান দীৰ্ঘদিন ধৰি দাৰ্শনিকসকলৰ মাজত চৰ্চাৰ বিষয় হৈ আহিছে, যিয়ে আধ্যাত্মিকতা, বিজ্ঞানৰ দৰ্শন, নৈতিকতা আদি বিভিন্ন ক্ষেত্ৰত আলোচনাৰ নতুন দিশৰ গঢ় দিছে৷ কিন্তু মূলসুঁতিৰ দাৰ্শনিক আলোচনাত ইয়াৰ প্ৰকৃত প্ৰভাৱ বিতৰ্কৰ বিষয় হৈয়েই আছে৷ এই…