পঢ়ুৱৈৰ টোকা : কৰবী ডেকা হাজৰিকাৰ কবিতা ‘আলাপ’
ড॰ চন্দনজ্যোতি চুতীয়া ‘সুবাসিত যি যন্ত্ৰণা’, ‘মাটিৰ পৰা মেঘলৈ’, ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’, ‘পৰীৰ বাঁহী’, ‘বা তুলবুল জোনাকত তুমি ক’ৰ ৰাতিৰ পখী’ আদি কাব্যগ্ৰন্থৰে অসমীয়া কাব্য সাহিত্যক সমৃদ্ধ কৰা কবিগৰাকীয়েই হৈছে কৰবী ডেকা হাজৰিকা৷ তেওঁৰ বহু কবিতাৰ বিষয়বস্তু ৰোমাণ্টিকধৰ্মী;…