sdblogs2011

sdblogs2011

বিংশ শতিকাৰ সুধাকণ্ঠৰ সুৰত একবিংশ শতিকাৰ শ্ৰমিকৰ চিৎকাৰ

 যুগান্তৰ মাধৱ শইকীয়া     শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি, সেমেকা শীতৰে ৰাতি শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীন কোনো খেতিয়কৰ ভাগিপৰা পঁজাটিৰ ডুঁহজুই একোৰাত উমি উমি জ্বলি থকা ৰক্তিম যেন এটি উত্তাপ হওঁ…. ডাৰউইনে জীৱৰ বিৱৰ্তনৰ সূত্ৰত কৈছিল – “যোগ্য…

কিতাপে কি আনে

(২৩ এপ্ৰিল বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে) ড° জোনালী পাটোৱাৰী বৰা আমাৰ বাবে কিতাপ বুলিলেই দেউতা৷ নতুন কিতাপ এখন খুলিলেই আজিও দেউতা-দেউতা গোন্ধ এটা পাওঁ৷ মাকে ধৰি আমাৰ চাৰিওটা ল’ৰা-ছোৱালীৰে জন্মদিনত অথবা আন কিবা বিশেষ উপলক্ষত আৰু কেতিয়াবা একো বিশেষ কাৰণ…

অধি নগৰীয় সংলাপ

 জীৱন কিশোৰ   গল্পকাৰজনে ভবাৰ দৰে এতিয়া গুৱাহাটীত বৰফ পৰা নাই৷ চেঁচা বতাহো বলা নাই৷ এতিয়া ইয়াত খৰাং পৰিছে৷ কাহিনীত সিক্ততা নাই৷ ধূলিয়ে আকাশ-বতাহ মন-মগজু ছানি ধৰিছে এফালৰ পৰা৷ ক্ষমতাবান যিসকল লোকে চূড়ান্ত সিন্ধান্ত গ্ৰহণ কৰি পৃথিৱীৰ ঘূৰ্ণন প্ৰভাৱিত কৰিব…

মোৰ ঠিকনা

মূলঃ অমৃতা প্ৰীতম (হিন্দী) ভাবানুবাদঃ অংগনা ভট্টাচাৰ্য্য   আজি মই মোৰ ঘৰৰ নম্বৰটো আঁতৰাই পেলালোঁ আৰু ইমানদিনে গোলাপৰ শিৰত  উন্মুক্তকৈ আঁকি থোৱা গোলাপৰ পাহিৰ নামো গুচাই দিলোঁ প্ৰতিটো পথৰ উপপথবোৰৰ নাম মচি পেলালোঁ৷ যদি মোক বিচাৰিবলৈ ইচ্ছা কৰাঁ তেন্তে প্ৰতিখন…

গৰুৰ বিষয়ে এখন গৱেষণা-গ্ৰন্থ

 পুলিন কলিতা মহেঞ্জোদাৰোৰ খননত উদ্ধাৰ হোৱা দুটা মোহৰে প্ৰত্নতাত্ত্বিকসকলৰ মনোযোগ বাৰুকৈ আকৰ্ষণ কৰিছিল৷ ইয়াৰে এটা আছিল ষাঁড়গৰুৰ, আনটো ইউনিকৰ্ন নামৰ এটি প্ৰাণীৰ৷ দ্বিতীয় প্ৰাণীবিধৰ কোনো জীৱাশ্ম আজিলৈকে ক’তো উদ্ধাৰ হোৱা নাই; এই প্ৰাণীবিধক কাল্পনিক বুলিয়েই কোৱা হয়৷ কিন্তু ষাঁড়গৰু কাল্পনিক…

ৰ’দে-বৰষুণে কিমান যে গান

  লোকনাথ গোস্বামী   মন দাপোণত-১৯ (১) গানে-শ্লগানে জীৱনৰ গুৰুত্বপূৰ্ণ এছোৱা :   জলসাকে ধৰি গান-বাজনাৰ চৰ্চা চলি থকাৰ মাজতে য়ুনিয়নৰ কাম-কাজো সমানে চলিবলৈ ধৰিছিল তেতিয়াৰেপৰা৷ মই নতুনকৈ যুক্ত হোৱা য়ুনিয়নখনে কোনো কাৰ্যসূচীতে মোক এৰি  দিয়া  নাছিল৷ সদস্যসকলে মৰম-শ্ৰদ্ধাও কৰিছিল৷ তাৰ মাজতে ঘুনুক-ঘানাককৈ…

অপৰিকল্পিত পৰিকল্পনা

  অলপতে অসমত বিধান সভাৰ নিৰ্বাচন হৈ গ’ল৷ অহা চাৰি মে’-ত ভোটগণনা হ’ব আৰু তাৰ পাছৰে কোনোবা এদিন নতুনকৈ এখন চৰকাৰ হ’ব৷ গণতন্ত্ৰত এইবোৰ তেনেই স্বাভাৱিক কথা৷ কিন্তু আমাৰ চকুৰ সম্মুখতে কিছুমান অস্বাভাৱিক ঘটনা ঘটি আছে যিবোৰক লৈ আমি অকণো…

ষ্টেণ্ডাৰ্ড মডেল, নতুন পদাৰ্থ বিজ্ঞান আৰু ব্ৰেকথ্ৰু বঁটা ২০২৬

 ড০ অনিল চন্দ্ৰ বৰা    কণা পদাৰ্থ বিজ্ঞানৰ ষ্টেণ্ডাৰ্ড মডেল হৈছে বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক উপাদানসমূহ— কোৱাৰ্ক, লেপ্টন আৰু বল বহনকাৰী ব’ছন—আৰু চাৰিটা মৌলিক বলৰ ভিতৰত তিনিটা (বিদ্যুৎ-চুম্বকীয়তা, দুৰ্বল আৰু শক্তিশালী বল) বৰ্ণনা কৰাৰ বাবে বিজ্ঞানীসকলৰ বাবে আটাইতকৈ সঠিক তাত্ত্বিক কাঠামো৷  মৌলিক…

ভিক্টোৰিয়া : অনুভূতি, আঘাত আৰু প্ৰতিৰোধৰ ৰূপকথা

 প্ৰীতিৰেখা নেওগ   কামত ব্যস্ত হৈ থকা সত্তেও তাইৰ মনৰ ভয় আৰু আশংকাই নীৰৱে এক অস্বস্তিৰ ঢৌ সৃষ্টি কৰি তাইক বাৰে বাৰে অশান্ত কৰি তুলিছে৷ তাইক দেখি দীপাই চিন্তিত কণ্ঠৰে ক’লে – “আজি তোক দেখিবলৈ বৰ বেয়া লাগিছে৷ ডিঙিৰ হাড়বোৰো…