sdblogs2011

sdblogs2011

এটি প্ৰতিশ্ৰুতি

ৰূপাঞ্জলী নেওগ   সৌ দূৰণিৰ পৰা ভাহি আহিছে এটি সুৰ, বিনিদ্ৰ ৰজনীৰ মায়াজাল ফালি যেন কুহেলিকাক স্পৰ্শৰ প্ৰয়াস এই আৰ্তনাদৰ, কেনে আস্ফালন এয়া? নৈঋতত হৃদয়ৰ ঝংকাৰ; আস্!   ঈশান কোণত উটি-ভাহি যাব খুজিছে এখনি ছবি কম্পিত সুৰত মায়াসনা চাৱনি বিদীৰ্ণ…

সেউজী সেউজী সেউজী অ’

 ড০ প্ৰাণজিৎ বৰা ২ ঘৰৰ পিছবাৰীখন ঘাঁ‌হ-বন-হাবিৰে একাঁঠু হৈ আছে কাৰণে থুপিতৰাৰ দেউতাকে সময়ে সময়ে গোপাল বেপাৰী বোলা মানুহ এজনক বাৰীখন চাফা কৰিবলৈ দিয়ে। দেউতাকৰ সময় নাই, পুৱাৰে পৰা সন্ধিয়ালৈকে তেওঁ দোকানৰ কামতে ব্যস্ত  হৈ থাকিব লাগে। দেওবাৰৰ বাহিৰে সপ্তাহৰ বাকী আটাইকেইটা…

কেথেৰিন

 নীলোৎপল বৰুৱা  অসতৰ্ক মুহূৰ্তত.. পিচ্চ্ দিয়া আলিবাটটোৰ মাজৰ পৰা যদি গোটেই চকটো চাই দিয়া যায়, ষ্টেজ এখনৰ দৰেই দেখা যাব৷ বিশালাকাৰ ষ্টেজ৷ এই ধৰক ব্ৰডৱে’ থিয়েটাৰৰ মঞ্চখন৷ কিচকিচিয়া ক’লা মজিয়াখন বাদ দি৷ চাণ্টুৰ গেৰেজটো বাওঁ উৰ্দ্ধমঞ্চ৷ ওপৰত জ’ন লাইট এটা…

ভক্তি-বিদ্বেষ তত্ত্ব

 অমৃত গোস্বামী     ‘শিশুপাল’ মহাভাৰতৰ এক অতি অহংকাৰী আৰু বিতৰ্কিত চৰিত্ৰ৷  শিশুপাল আছিল চেদী ৰাজ্যৰ ৰজা, শ্ৰীকৃষ্ণৰ সম্পৰ্কীয়—পেহীয়েকৰ পুতেক৷ জন্মৰ সময়ত শিশুপালৰ দেহৰ লক্ষণ আছিল অস্বাভাৱিক, তিনিটা চকু আৰু চাৰিটা বাহু৷ তেওঁৰ জন্মৰ সময়তে এক দৈৱবাণী শুনিবলৈ পোৱা গৈছিল…

ফটাচোলাৰ ৰং

(পূৰ্ণাংগ নাটক) ড০ জ্যোতি প্ৰসাদ শইকীয়া পঞ্চম দৃশ্য   (মঞ্চৰ down right zone -অত দেৱীয়ে মাকৰ শাৰী এখন গাত মেৰিয়াই বেজাৰ মনেৰে বহি থাকে৷ ভিতৰৰ পৰা সুৰজিৎ সোমাই আহে৷ ভায়’লিনৰ সুৰ এটা ভাঁহি উঠে) সুৰজিৎ – দেৱী! দেৱী – ওঁ…

সাধু এটা

 দেৱাশিস হাজৰিকা   মোৰ আই আৰু পিতাইৰ  প্ৰথম বিবাহবাৰ্ষিকীৰ দিনা পিতায়ে আইক এটা সাধু শুনাইছিল   সাধুটোৰ নায়কজনৰ সমান সুখী হেনো  আৰু পৃথিৱীত আন কোনোৱেই নাই তেঁও আছিল পৃথিৱীৰ আটাইতকৈ ধুনীয়া এটা আত্মা!   আয়ে এদিন এটকীয়া মুদ্ৰা এটাক ইপিঠি-সিপিঠি…

তিনিটা কবিতা

 অংকুৰণ আৰ্ফ ১) সৰাপাত স্মৃতি হয় যদিও এখিলা সৰাপাত হৃদয়ত সেউজীয়া থাকিলে ইয়ো হৈ পৰে এখিলা চিৰ নতুন কুঁহিপাত।      ২) ধুমুহা গছে এদিন ধুমুহাক ক’লে-      তোমাক ধন্যবাদ কিয়নো, তোমাৰ কাৰণেই মই কঠিন পৰিস্থিতিত বুজি পালো নিজৰ শক্তি আৰু অস্তিত্বৰ…

সময়

 যশোৱন্ত নিপুণ   কঠিন বিষয়ৰ কঠিনতম সূত্ৰবোৰৰ বিষয়ে খুব সহজ সুৰত বিক্ৰমাদিত্য দাসে ব্যাখ্যা আগ বঢ়াইছিল। ব্লেকহ’লৰ অভ্যন্তৰত পদাৰ্থ বিজ্ঞানৰ নিয়মবোৰ কেনেদৰে ভাগি পৰে? সময় চূৰ্ণ-বিচূৰ্ণ হৈ পৰেনে স্থবিৰ হৈ পৰে তাৰ কেন্দ্ৰত? অসীম ঘনত্ব আৰু অসীম বক্ৰতা সম্ভৱনে? সময়…

পানী পৃথিৱী

 উমানন্দ কলিতা হাঁহি বোৰ  পানীত পানীত পোহৰ পোহৰত নঙঠা  পিছল পৃথিৱী আৰু পাৰ্থিৱ যত যি…  *** ভ্ৰাম্যভাষ : ৯৮৫৪০৫১২৬৭