sdblogs2011

sdblogs2011

ভ্ৰমণ কৰি ভালপোৱাসকলৰ বাবে কেৰিয়াৰৰ সম্ভাৱনা

 ড০ বুলজিৎ বুঢ়াগোহাঁই আজিৰ পৃথিৱীখন আগতকৈ বহুত বেছি সংযুক্ত হৈছে আৰু এই পৰিস্থিতিত ভ্ৰমণ কেৱল অৱসৰৰ বাবে নহয়৷ ই এক শক্তিশালী কেৰিয়াৰ পথলৈ বিকশিত হৈছে৷ বিশেষকৈ নৱপ্ৰজন্ম আৰু বিভিন্ন ঠাই, সংস্কৃতি আৰু মানুহৰ প্ৰতি গভীৰ কৌতুহল থকা শিক্ষাৰ্থীসকলৰ বাবে ভ্ৰমণক…

চেতন, অৱচেতন, চিৰন্তন

 অংগনা ভট্টাচাৰ্য্য     কোনোবাই এদিন কাৰোবাক কৈছিল— “সৌপিনে পোহৰৰ মেলা, ইমান পোহৰ মোৰ সহ্য নহয়, ব’লা এন্ধাৰ ছটিয়াই দিওঁ৷”  লহপহকৈ গজি উঠা ঢেঁকীয়াবোৰক নিজৰ খেতিৰ শাক বুলি কোৱা জোনাকী পৰুৱাটোৱে জানে, তাৰ শৰীৰত জিলিকি ৰোৱা পোহৰ সি নিজে আৰ্জি…

দ্য এলজোলাম নাইটছ্

 পৰী পাৰবীন o New Year’s Day to celebrate No chocolate covered candy hearts to give away No first of Spring, no song to sing কাংৰা উপত্যকালৈ শৰৎ আহিছে৷ উপত্যকাটোৰ ওপৰেৰে পাতল ধোঁৱাবৰণীয়া নিহালি এখন মেলি দিয়া হৈছে৷ শৰতৰ বতৰ৷ য’ত…

পৰম্পৰাগত থলুৱা জ্ঞান-প্ৰযুক্তি সংৰক্ষণৰ বাবে সামাজিক সংগ্ৰহালয়

 পংকজ প্ৰতিম বৰদলৈ সংগ্ৰহালয়ক আজিৰ বিশ্বত কেৱল পুৰণি সামগ্ৰী সংৰক্ষণ কৰা এটা স্থান বুলি ধাৰণা কৰা নহয়; বৰং সংগ্ৰহালয়ক সমাজ, ইতিহাস, সংস্কৃতি আৰু জ্ঞান-প্ৰযুক্তিৰ এক জীৱন্ত ভাণ্ডাৰ হিচাপে গণ্য কৰা হয়৷ সংগ্ৰহালয়ৰ ধাৰণাটো যথেষ্ট পুৰণি হ’লেও আধুনিক যুগত ইয়াৰ ভূমিকা,…

সুৱাসত তোমাৰ উপস্থিতি

ড০ নিতালী বি কোঁৱৰ (উৎসৰ্গা : জুবিনগাৰ্গ )   তুমি নাই ! তথাপি তোমাৰেই উপস্থিতি, মোৰ চহৰৰ প্ৰতিটো নীৰৱ কোণত। আনবাৰৰ দৰে নাহৰ এইবাৰো ফুলিছে। সেই একেই কোমল শুভ্ৰ পাহি আৰু সোণালী বুকু, যেন তোমাৰ স্নিগ্ধ হাঁহি আৰু কুহুমবুলীয়া কলিজাটো তাৰে…

বিশ্বায়নৰ প্রেক্ষাপটত মাতৃভাষা অসমীয়া

মিত্ৰাবিন্দা বৰা     বর্তমান এই একবিংশ শতিকাৰ বিশ্বায়নৰ প্রেক্ষাপটত ভাষাই কেৱল সহজাত প্রয়োগ যোগাযোগৰ মাধ্যমৰ পৰিধি ভাঙি নিজকে এটা জাতিৰ, সেই জাতিৰ কলা-সংস্কৃতি, ইতিহাস তথা জাতিগত সমাজ ব্যৱস্থাৰ পৰিচায়ক আৰু বার্তাবাহক হিচাপে প্রতিষ্ঠা লাভ কৰিছে৷ পৃথিৱীৰ প্রত্যেক সভ্য জাতিৰে…

মাক-কথা : Unfolded Stories of a Mother

ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, ষষ্ঠ অধ্যায়      এদিন আধা ৰাস্তাতে … . দিনবোৰ আগ বাঢ়িছিল। ধীৰে ধীৰে নে খৰগতিৰে আগ বাঢ়িছিল, গম পোৱা নাছিলোঁ। সকলো কথাই আছিল নতুন। গৰ্ভাৱস্থাৰ লগত জড়িত সকলো ঘটনাই আছিল প্ৰথমবাৰৰ বাবে হোৱা। ৰাতিপুৱা প্ৰথম ওকালি,…

ঘৰটো মই পাৰ হৈ গৈছিলোঁ

মূল : ব্যেৰ্নষ্টেইৰনূহ  ব্যেৰ্নছান (Bjørnstjerne Bjørnson), নৰৱে’, সাহিত্যৰ ন’বেল বঁটা-১৯০৩  অনুবাদ :  ড°ৰঞ্জিত দত্ত গ্ৰীষ্মৰ এটি দিনত  ঘৰটো  মই পাৰ হৈ গৈছিলোঁ, পুৱাৰ সুৰুযৰ ৰঙীণ আভা ঘৰটোৰ ওপৰতে পৰিছিল। খিৰকীৰ ফালে তেজৰঙা হৈ  মোৰ  আত্মাটো জ্বলিছিল, বৰষায়ো মোক লগ পাইছিল তাতেই। বন্দিত্বই…

পানী হিলৈ

 গোৱিন কুমাৰ খাউণ্ড (দহ)    ৰাতিপুৱাই চাইকেলখন লৈ ওলাই গ‘ল মিলিটেৰী। চাইকেল চলাবলৈও যেন গাত শকতি নাই। ভীষণ অকলশৰীয়া অকলশৰীয়া লাগিছে। কাকো দেখুৱাই কান্দিব পৰা নাই অথচ দেহৰ ভিতৰত যেন অসংখ্য মানুহে কান্দিছে। চিঞৰত সৰি পৰা যেন লাগিছে নষ্ট সময়।বাৰে…

শেহতীয়া বিশ্বপৰিস্থিতি

ভাৰতীয় পুৰাকাহিনীসমূহত কিছুমান চৰিত্ৰ পোৱা যায় যিবোৰে আন কাৰো নথকা বিশেষ ধৰণৰ শক্তি-সামৰ্থ্য আহৰণ কৰিবলৈ তপস্যা কৰে, তেনে ঈপ্সিত সামৰ্থ্য অৰ্জন কৰে আৰু শেষত তেনে সামৰ্থ্য সত্তেও পতনৰ সম্মুখীন হয়৷ আধুনিক পৃথিৱীৰ কেতবোৰ ৰাষ্ট্ৰৰ ভূমিকাও তেনে পুৰাকাহিনীৰ চৰিত্ৰবোৰৰ নিচিনাই যিবোৰে…